আঞ্চলিক সংবাদ

March 25, 2025 6:14 PM

views 30

অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ বিদ্যুতৰ নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি

অসম বিদ্যুৎ নিয়ামক আয়োগে অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ বিদ্যুতৰ নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। অসম বিদ্যুৎ বিতৰণ কোম্পানী এ পি ডি চি এল, অসম বিদ্যুৎ গ্রীড কোম্পানী আৰু ৰাজ্যিক ভাৰ বিতৰণ কেন্দ্ৰৰ আবেদনৰ ওপৰত ভিত্তি কৰি এই নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হয়। আয়োগে সকলো পক্ষৰ ...

March 25, 2025 6:06 PM

views 20

আজিৰে পৰা অনিৰ্দিষ্টকাললৈ অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিবেশন স্থগিত

অসম বিধানসভাৰ ১৫ দিনীয়া বাজেট অধিবেশন আজিৰে পৰা অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে যোৱা ১৭ ফেব্ৰুৱাৰীত কোকৰাঝাৰ বিটিচি বিধায়িনী ভৱনত ৰাজ্যপালৰ ভাষণেৰে বাজেট অধিৱেশন আৰম্ভ হয়। ইয়াৰ পাছত ১৯ ফেব্ৰুৱাৰীৰ পৰা অধিৱেশনৰ কাৰ্যসূচীসমূহ দিছপুৰৰ বিধানসভা ভৱনত অনুষ্ঠিত হয়। ১০ মাৰ্চত বিত্তমন্ত্রী অজন্তা নেওগে ...

March 24, 2025 8:26 PM

views 23

বিধায়ক মনোৰঞ্জন তালুকদাৰৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা অডিঅ’ বাৰ্তা সন্দৰ্ভত তদন্তৰ দাবী বিধায়ক মানৱ ডেকাৰ

অসম বিধানসভাত আজি বিজেপিৰ মানৱ ডেকাই চি পি আই এমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ৰাজ্যত চলি থকা দুর্নীতি, ছিণ্ডিকেট আৰু ৰেট হোল মাইনিঙৰ সন্দৰ্ভত যোৱা ৫ মাৰ্চত সোধা প্ৰশ্ন আৰু পৰৱৰ্তীকালত সামাজিক মাধ্যমত ভাইৰেল হোৱা বিধায়ক তালুকদাৰৰ বুলি অভিযোগ কৰা এটা অডিঅ' বাৰ্তাৰ প্ৰসংগ উত্থাপন কৰে। বিধায়ক মানৱ ডেকা...

March 24, 2025 8:24 PM

views 29

দৰং জিলাৰ ধূলা-খাৰুপেটিয়াৰ মাজত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা, থিতাতে নিহত দুজন

দৰং জিলাৰ ধুলা আৰু খাৰুপেটিয়াৰ মাজত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্রীবাহী বাছক বিপৰীত দিশৰ পৰা যোৱা এখন তীব্ৰবেগী ডি আই গাড়ীয়ে খুন্দিওৱাৰ ফলতে দুজন যাত্রী নিহত আৰু ভালে কেইগৰাকী যাত্রী আহত হয়। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ মঙলদৈৰ সংবাদদাতাই জনোৱা মতে AS-20-22...

March 24, 2025 8:22 PM

views 20

সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা, দৈনিক ভাত্তা আৰু পেন্সন বৃদ্ধিৰ জাননী জাৰি কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে সাংসদ আৰু প্ৰাক্তন সাংসদসকলৰ দৰমহা, দৈনিক ভাত্তা আৰু পেন্সন বৃদ্ধিৰ জাননী জাৰি কৰিছে। এই অনুসৰি সাংসদসকলৰ মাহিলি দৰমহা এতিয়াৰ এক লাখ টকাৰ পৰা এক লাখ ২৪ হাজাৰ টকালৈ বৃদ্ধি কৰা হ'ব। একেদৰে দৈনিক ভাত্তা বৰ্তমানৰ দুহেজাৰৰ পৰা দুহেজাৰ ৫০০ টকালৈ বৃদ্ধি কৰা হ'ব। প্ৰাক্তন সাংসদসকলৰ মাহিলি...

March 24, 2025 8:20 PM

views 24

বিশ্ব যক্ষ্মা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন স্থানত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব যক্ষ্মা দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি হামৰেণৰ জিলা যক্ষ্মা কেন্দ্ৰত এই দিৱস পালন কৰা হয়। হামৰেণ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ আলতাফ হুছেইনৰ সভাপতিত্বত আয়োজিত এই কাৰ্যসূচীত যক্ষ্মা ৰোগৰ লক্ষণ...

March 24, 2025 8:16 PM

views 11

ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ পদক্ষেপৰ অংশ হিচাপে ছিংগাপুৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে দেশখন ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সোণোৱালে এই অনুষ্ঠানত অংশ লৈ ভাৰতৰ সৈতে দেশখন...

March 24, 2025 8:13 PM

views 22

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলক লৈ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ সমিতিৰ প্ৰতিবাদ

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাক লৈ আজি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ সমিতিৰ সদস্যসকলে বামুণীমৈদামৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰদেশ কংগ্ৰেছৰ নেতা ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈ...

March 24, 2025 8:12 PM

views 14

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ২৬ আৰু ৩০ মাৰ্চত হ’বলগীয়া আই পি এল ক্রিকেট খেল দুখনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

অহা ২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট খেল দুখনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত আজি অসম ক্ৰিকেট সন্থা আৰু যান-বাহন শাখাৰ মহানগৰ জিলা আৰক্ষী আয়ুক্তই এখন সংবাদমেলযোগে কেইবাটাও বিশেষ নির্দেশনা জাৰি কৰিছে। তেওঁলোকে প্ৰকা...

March 24, 2025 8:10 PM

views 15

গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰং মহললৈ স্থানান্তৰৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ অৱস্থান ধৰ্মঘট

গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰং মহললৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েছনে ন্যায়ালয়ৰ পুৰণি ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে। অলপতে অনুষ্ঠিত সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে এছ’চিয়েছনৰ ভালে সংখ্যক সদস্যই আজি দিনৰ ১২ বজাৰ পৰা ২ বজালৈ এই সিদ্ধান্তৰ প্ৰতিবাদত ধ্ৱনি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।