April 12, 2025 1:27 PM
23
আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্ৰী উৎসৱৰ আয়োজন
বি টি আৰ চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত কোকৰাঝাৰৰ হৰিণাগুৰি পাহাৰৰ সমীপত আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ বাওখুংগ্ৰী উৎসৱৰ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনা মহিলা আৰু পুৰুষ শাখাৰ চাইকেল চলোৱা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে ...