আঞ্চলিক সংবাদ

April 22, 2025 10:04 AM

views 30

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

● ৰাজ্যত অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। বিভিন্ন ৰাজনৈতিক দলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে নির্বাচনী সভা আদিৰ আয়োজন কৰি আহিছে। শাসক দলৰ হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্...

April 22, 2025 9:58 AM

views 44

ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী

● ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ-পত্র অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। এই সন্দৰ্ভত অচিৰেই চৰকাৰী জাননী প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুক আহ্বান জনাইছে। কালি ধে...

April 21, 2025 8:11 PM

views 23

নামচাইত বুদ্ধ ধৰ্ম্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বিষয়বস্তুৰে আন্তৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি

অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্রী চাওনা মেইনে আজি নামচাইত বুদ্ধ ধৰ্ম্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বিষয়বস্তুৰে এখন দুদিনীয়া আন্তৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি কৰে। আন্তৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘই কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত এই অভিৱৰ্তনৰ আয়োজন কৰিছে। অনুষ্ঠানত গুৱাহাটীত ভূটানৰ কনচ্যুল জেনেৰ...

April 21, 2025 7:51 PM

views 19

নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন

নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত সংগঠনটোক এসময়ত নেতৃত্ব দিয়া কেইবাগৰাকীও ব্যক্তিক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সংগঠনটোৱে জিলাখনৰ কেইবাগৰাকীও প্রয়াত নেতাৰ ঘৰে ঘৰে গৈও তেওঁলোকক মৰণোত্তৰভাৱে সন্মান প্ৰদান কৰে। সংগঠনটোৱে বঁটাবাৰী গাঁৱৰ জ্যেষ্ঠ নাগৰিক দেৱেন ৰাভা, চমুৱাপাৰাৰ মংগ...

April 21, 2025 7:41 PM

views 33

বৰপেটা সত্ৰৰ ব’হাগ বিহুৰ আজি সামৰণি

সত্ৰকেন্দ্ৰিক ৰীতি-নীতিৰে উদযাপন কৰা বৰপেটা সত্ৰৰ ব'হাগ বিহুৰ আজি সামৰণি পৰে। এই উপলক্ষে আজি পৰম্পৰাগতভাৱে সত্ৰৰ কৰাপাট অর্থাৎ বাটচ'ৰাৰ বাহিৰত থিয়নাম অনুষ্ঠিত হয়। বৰপেটা সত্ৰৰ তিনিখন হাটীৰ অন্তৰ্গত ভকতসকলে থিয়নাম পৰিৱেশন কৰি বৈহাগৰ দহী হিচাপে পৰিচিত ব'হাগ বিহু আনুষ্ঠানিকভাৱে বিদায় দিয়ে। উল্লেখয...

April 21, 2025 7:38 PM

views 37

অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা ২৫ এপ্ৰিললৈ বৃদ্ধি

সেনাবাহিনীয়ে মধ্য অসমৰ চাৰিখন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱত অগ্নিবীৰ নিযুক্তিৰ বাবে আবেদন গ্ৰহণৰ সময়সীমা ২৫ এপ্ৰিললৈ বৃদ্ধি কৰিছে। সেই অনুসৰি ১২ মাৰ্চত আৰম্ভ হোৱা অনলাইন পঞ্জীয়ন ২৫ এপ্রিল পর্যন্ত অব্যাহত থাকিব। যোগ্যতাসম্পন্ন ইচ্ছুক প্রার্থীয়ে সেনাবাহিনীৰ অফিচিয়েল ৱেবছাইট www.join...

April 21, 2025 6:48 PM

views 35

কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত সজাগতা সভা

কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ কেইবাটাও অঞ্চলত আজি বানৰ সময়ত ল'বলগীয়া সাৱধানতা, ব্যৱস্থা আদি সন্দৰ্ভত প্ৰশিক্ষণ আৰু সজাগতা সভাৰ আয়োজন কৰা হয়। জিলাখনৰ চমৰীয়া, গৰৈমাৰী, ৰঙিয়া আৰু পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহুৱা হাট বজাৰ আৰু বিদ্যালয়সমূহত এই উপলক্ষে এন ডি আৰ এফ, ...

April 21, 2025 7:35 PM

views 59

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনী দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ আয়োজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সতী সাধনী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। সাহস, ধৈর্য, বীৰত্ব আৰু দেশ তথা জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনীক আজি ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ মৰাণৰ গজপুৰীয়াত আজি বীৰংগনা সতী ...

April 21, 2025 6:34 PM

views 27

জৰ্জ কুৰিয়ানৰ আজি গোৱালপাৰা জিলা পৰিভ্ৰমণ

মীন, পশুপালন আৰু সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী জৰ্জ কুৰিয়ানে আজি গোৱালপাৰা জিলা পৰিভ্ৰমণ কৰি ভালেমান কাৰ্যসূচীত অংশ লয়। শ্রীকুৰিয়ানে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা সভাত অংশ লৈ বিভিন্ন বিভাগত ৰূপায়ণ হৈ থকা উন্নয়নমূলক কাম-কাজৰ খতিয়ান লয়। ইয়াৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ...

April 21, 2025 7:32 PM

views 28

ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যৰ নিৰ্বাচন হ'বলগীয়া জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। জিলাখনৰ চিলাপথাৰৰ অকাজান হাইস্কুল খেলপথাৰত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।