April 21, 2025 3:40 PM
40
ঝাৰখণ্ডত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত ৮জন মাওবাদী বিদ্রোহী নিহত
ঝাৰখণ্ডৰ বোকাৰোৰ লুগু পাহাৰৰ পাদদেশত আজি নিচেই পুৱা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যৌথ অভিযানত ৮জন মাওবাদী বিদ্রোহী নিহত হয়। এই অভিযানত নিহত মাওবাদী নেতা বিবেকৰ শিৰৰ দাম ১ কোটি টকা ধাৰ্য কৰা হৈছিল। আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ গুপ্তাই প্ৰকাশ কৰা অনুসৰি অভিযানকাৰী দলে ৮জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰিছে...