আঞ্চলিক সংবাদ

April 22, 2025 9:00 PM

views 35

ধেমাজিত ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত ৰাজহুৱা সভা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সভাপতিত্বত আজি ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়ন সন্দৰ্ভত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ প্ৰাক্তন খেলুৱৈ, প্ৰশিক্ষক তথা ক্ৰীড়া অনুৰাগীসকলে অংশগ্ৰহণ কৰে। জিলাখনৰ খেলুৱৈসকলৰ প্রতিভা বিকাশৰ ...

April 22, 2025 8:56 PM

views 55

কবি নীলিম কুমাৰলৈ চলিত বছৰৰ ড০ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা

কবি নীলিম কুমাৰলৈ চলিত বছৰৰ ড০ চি নাৰায়ণ ৰেড্ডী ৰাষ্ট্ৰীয় সাহিত্য বঁটা আগবঢ়োৱা হৈছে। জ্ঞানপীঠ বঁটা বিজয়ী, পদ্মভূষণ সন্মানেৰে সন্মানিত . তেলেগু ভাষাৰ বিখ্যাত কবি, সাহিত্যিক ড০ চি নাৰায়ণ ৰেড্ডীৰ সোঁৱৰণত আগবঢ়োৱা এই বঁটা লাভ কৰা নীলিম কুমাৰ প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে জ্ঞা...

April 22, 2025 8:53 PM

views 23

পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যত অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আছে। প্ৰাৰ্থীসকলে ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ঠায়ে ঠায়ে প্ৰচাৰ সভা, ৰেলী আদিৰ আয়োজন কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্রী তথা বিজেপি...

April 22, 2025 3:43 PM

views 39

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল ঘোষণাঃ নগাঁৱৰ ভাস্বত শইকীয়া পুনৰ আইপিএছ

আজি ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছ চি)ৰ পৰীক্ষাৰ ফলাফল৷ আজি ঘোষণা কৰা পৰীক্ষাৰ ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই পুনৰবাৰ ৪৭৪ সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰ্থাৎ আই পি এছৰ স্থান অধিকাৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বিগত ২০২৩ চনৰ লোকসেৱা আয়োগৰ পৰ...

April 22, 2025 12:45 PM

views 21

চানমাৰি নির্মীয়মান উৰণসেতুত এগৰাকী মহিলা বিদ্যুৎস্পৃষ্ট হৈ আঘাতপ্রাপ্ত

■ চানমাৰি নির্মীয়মান উৰণসেতুত আজি এগৰাকী মহিলা বিদ্যুৎস্পৃষ্ট হয়। উৰণ সেতুৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি আঘাতপ্রাপ্ত মহিলাগৰাকী ৰমিয় দাস বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতে মহিলাগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইপিনে, যোৱানিশা হোৱা প্ৰৱল বৰষুণৰ ফলত অনিল নগৰ, নবীন নগৰকে ...

April 22, 2025 12:23 PM

views 15

মৃগাংক বৰ্মনক আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত ভাৰতৰ সমন্বয়ক হিচাপে স্বীকৃতি

● অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অর্থনীতি বিভাগৰ গৱেষক ছাত্র তথা নলবাৰীৰ বেলশৰৰ সন্তান মৃগাংক বৰ্মনক এছিয়াৰ অন্যতম কৃষি সন্মিলন আন্তঃৰাষ্ট্ৰীয় কৃষি সন্মিলনত ভাৰতৰ সমন্বয়ক হিচাপে স্বীকৃতি দিয়া হৈছে। এই সন্মিলনত বিশ্বৰ নানা দেশৰ আগশাৰীৰ কৃষি বিজ্ঞানী, গৱেষক, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে...

April 22, 2025 12:01 PM

views 30

বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি

● অৰুণাচল প্ৰদেশৰ নামচাইত কালিৰে পৰা অনুষ্ঠিত বুদ্ধ ধৰ্ম্ম আৰু উত্তৰ-পূবৰ সংস্কৃতি শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তনৰ আজি সামৰণি পৰিব। আজি নামচাইৰ বিখ্যাত গ'ল্ডেন পেগোডাত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা অনুষ্ঠিত হ'ব। কালি ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ছাওনা মেইনে এই অভিৱৰ্তন উদ্বোধন কৰে। কেন্দ্ৰীয় চৰকাৰৰ সংস...

April 22, 2025 10:46 AM

views 53

আজি বিশ্ব ধৰিত্ৰী দিৱস

আজি বিশ্ব ধৰিত্ৰী দিৱস। জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ, বনাঞ্চল ধ্বংস আৰু জৈৱ বৈচিত্ৰৰ ক্ষতিৰ দৰে পৰিৱেশৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ১৯৭০ চনৰ পৰা আজিৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিনটো বিশ্বত মানৱ জাতিৰ সামূহিক প্ৰভাৱৰ বিষয়ে চিন্তা-চৰ্চা কৰাৰ ...

April 22, 2025 10:23 AM

views 49

অসম চৰকাৰৰ শিক্ষা সেতু এপলৈ প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা

■ ৰাজ্যখনৰ শিক্ষা খণ্ডত নতুনত্বৰ সঞ্চাৰ কৰা অসম চৰকাৰৰ শিক্ষা সেতু এপে প্রধানমন্ত্ৰীৰ ৰাজহুৱা প্রশাসন উৎকৰ্ষ বঁটা লাভ কৰিছে। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বঁটা প্ৰদান কৰে। সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ড° ওম...

April 22, 2025 10:11 AM

views 24

ৰাষ্ট্ৰপতি মুৰ্মুৱে ২৫ এপ্ৰিলত নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৫ এপ্রিলত পদ্মভূষণ সন্মানেৰে সন্মানিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বৰেণ্য নৃত্যশিল্পী ড° সোণাল মান সিঙক ২০২৩ বৰ্ষৰ সন্মানীয় শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পীগৰাকীক এই বঁটা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।