May 13, 2025 12:56 PM
54
বটদ্ৰৱাৰ শান্তিজানৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত সতী ৰাধিকা উৎসৱ পালন
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজানৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত কালি দিনজোৰা কাৰ্যসূচীৰে সতী ৰাধিকা উৎসৱ পালন কৰা হয়। কেন্দ্ৰীয় সতী ৰাধিকা উৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আয়োজিত এই উৎসৱৰ অংশ হিচাপে পুৱাৰ ভাগত স্বচ্ছতা অভিযান আৰু গছ...