আঞ্চলিক সংবাদ

April 7, 2025 11:13 AM April 7, 2025 11:13 AM

views 7

আন্তঃ সংবাদ মাধ্যম বেডমিণ্টন প্রতিযোগিতাৰ সামৰণি

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত আৰু ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা অসমৰ সহযোগত আয়োজিত আন্তঃ সংবাদ মাধ্যম বেডমিণ্টন প্রতিযোগিতাৰ কালি সামৰণি পৰে। প্রতিযোগিতাৰ পুৰুষৰ ছিংগল্‌ছত ঋতুৰাজ বৰঠাকুৰে প্ৰথম, শিৱাশীষ ঠাকুৰে দ্বিতীয় আৰু মানস প্ৰতিম শৰ্মাই তৃতীয় স্থান দখল কৰে। মহিলাৰ...

April 7, 2025 11:11 AM April 7, 2025 11:11 AM

views 12

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিক ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২০ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজা...

April 7, 2025 11:09 AM April 7, 2025 11:09 AM

views 4

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ সামৰণি

যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহত শনিবাৰৰ পৰা অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ কালি সামৰণি পৰে। কালি সামৰণি অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক অৰূপা পতংগীয়া কলিতাই সাহিত্য আৰু জীৱন বিষয়ত ভাষণ দিয়ে। নিজৰ ভাষণত তেওঁ নীৰৱে আৰু গভীৰভাৱে সাহিত্যই সমাজ সলনি কৰে বুলি মন্তব্য কৰে। মানুহৰ মাজৰ ...

April 7, 2025 11:07 AM April 7, 2025 11:07 AM

views 8

মাজুলী মহাবিদ্যালয়ত আজিৰে পৰা চাৰিদিনীয়াকৈ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলা

মাজুলী মহাবিদ্যালয়ত আজিৰে পৰা চাৰিদিনীয়াকৈ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ আয়োজন কৰা হৈছে। ‘কিতাপ চাওক, কিতাপ লওক, কিতাপ পঢ়ক' বিষয়বস্তুৰে আয়োজিত এই গ্ৰন্থমেলাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ প্ৰকাশন প্রতিষ্ঠানে অংশ লৈছে। আজি পুৱা উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ পদ্মশ্ৰী সন্মানেৰে সন্মানিত গোপীৰা...

April 7, 2025 11:00 AM April 7, 2025 11:00 AM

views 3

ধেমাজিত অনুষ্ঠিত সদৌ চুতীয়া জাতি সন্মিলনৰ জিলা পৰ্যায়ৰ শতবাৰ্ষিকী সমাৰোহৰ সামৰণি

ধেমাজি জিলাৰ চমৰাজানত অনুষ্ঠিত সদৌ চুতীয়া জাতি সন্মিলনৰ জিলা পৰ্যায়ৰ শতবাৰ্ষিকী সমাৰোহৰ কালি সামৰণি পৰে। কালি মুকলি সভাত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । মুকলি সভাতে ‘বৈধৰ্ভী’ শীর্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়। এই অনুষ্ঠানতে ৯ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনো...

April 7, 2025 10:59 AM April 7, 2025 10:59 AM

views 4

হোজাইত ১৮ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অসম নাট্য সন্মিলনৰ দ্বিভাষিক নাট সমাৰোহ

অসম নাট্য সন্মিলনে অহা ১৮ এপ্ৰিলৰ পৰা হোজাইত তিনিদিনীয়াকৈ দ্বিভাষিক নাট সমাৰোহৰ আয়োজন কৰিছে। এই সমাৰোহত প্ৰথমবাৰৰ বাবে অসমীয়া আৰু বাংলা ভাষাত চাৰিখন নাটক মঞ্চস্থ কৰা হ'ব। গুৱাহাটীৰ ড্রামাটিক ছ'চাইটী, তেজপুৰৰ ঐতিহাসিক বান মঞ্চ আৰু লামডিঙৰ আনন্দম ড্রামা গোষ্ঠীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰিব। হোজাই সাহ...

April 6, 2025 9:40 PM April 6, 2025 9:40 PM

views 3

সোমবাৰৰ পৰা চাৰিদিনীয়াকৈ দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলা

মাজুলী মহাবিদ্যালয়ত কাইলৈৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় মাজুলী মহাবিদ্যালয় গ্রন্থমেলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ‘কিতাপ চাওঁক, কিতাপ লওঁক, কিতাপ পঢ়ক' বিষয়বস্তুৰে আয়োজিত এই গ্ৰন্থমেলাত ৰাজ্যৰ কেইবাটাও আগশাৰীৰ প্রকাশন প্রতিষ্ঠানে অংশ ল’ব। কাইলৈ পুৱা উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণ...

April 6, 2025 9:36 PM April 6, 2025 9:36 PM

views 17

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে আজি শোণিতপুৰৰ তেজপুৰত জিলা আয়ুক্ত অংকুৰ ভড়ালীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থসহ জিলা উন্নয়ন আযুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, নির্বাচনী বিষয়াৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বৈঠকত নিৰ্বাচনী...

April 6, 2025 9:31 PM April 6, 2025 9:31 PM

views 18

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ

নতুন দিল্লীৰ বড়োলেণ্ড ভৱনৰ সমীপৰ লালা লাজপত ৰায় পথৰ পৰা কৈলাশ কলনী ইউ টার্নলৈ পথছোৱা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ'ব। তদুপৰি এই পথছোৱাত এটা বডোফাৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ'ব। বড়ো জনগোষ্ঠীৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে দেশৰ ৰাজধানী চহৰৰ এই পথছোৱাৰ নামকৰণৰ সিদ্ধান্ত...

April 6, 2025 9:25 PM April 6, 2025 9:25 PM

views 14

কাছাৰ আৰক্ষীৰ নাবালিকা বিক্ৰীৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে নাবালিকাক বিক্ৰী কৰাৰ অভিযোগত ৰূপালী দত্ত নামৰ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি কাছাৰৰ গুমৰা চাহ বাগিছা অঞ্চলৰ এগৰাকী নাবালিকাক ৰাজস্থানত বিক্ৰীৰ চক্ৰান্ত কৰা হৈছিল। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকাৰ পিছত ৰূপালী দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। কাছাৰৰ আৰক্ষী অধীক্ষ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।