আঞ্চলিক সংবাদ

April 7, 2025 6:41 PM April 7, 2025 6:41 PM

views 12

ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা আৰ্হি কাৰ্যসূচীত ৰাজ্যত চলি থকা দক্ষতা বিকাশৰ পাঠ্যক্ৰমৰ পৰ্যালোচনা শিক্ষামন্ত্রীৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা আৰ্হি কাৰ্যসূচীৰ অংশ হিচাপে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত ৰাজ্যখনৰ এহেজাৰ ৫০০ খন মাধ্যমিক বিদ্যালয়ত চলি থকা দক্ষতা বিকাশৰ পাঠ্যক্ৰমৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে পর্যালোচনা বৈঠকত বিভিন্ন দক্ষতা পৰিষদে দিয়া পৰামৰ্শ অনুসৰি শিক্ষানুষ্ঠানৰ আদৰ্শ প...

April 7, 2025 6:37 PM April 7, 2025 6:37 PM

views 15

পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নির্বাচন আয়োগৰ অধিসূচনা জাৰি

সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থীয়ে ফৌজদাৰী গোচৰত অভিযুক্ত হ'ব নোৱাৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা অধিসূচনাত উল্লেখ কৰিছে। কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে দুবছৰ বা ততোধিক কাৰাবাস খাটিব লগীয়া কোনো অভিযোগ থাকিব নোৱাৰিব বুলিও অধিসূচনাত কোৱা হৈছে। তদুপৰি ল...

April 7, 2025 6:34 PM April 7, 2025 6:34 PM

views 14

পঞ্চায়ত নিৰ্বাচনত বুজাবুজিৰে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ বিজেপি আৰু অগপ দলৰ

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধী উভয়পক্ষৰ মাজত নিৰ্বাচনী তৎপৰতা পৰিলক্ষিত হৈছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু অগপই বুজাবুজিৰে নিৰ্বাচনী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। বৰপেটা জিলাৰ অন্তৰ্গত পৰিষদসমূহত আসন বুজাবুজিৰ বাবে আজি বিজেপি আৰু অগপৰ নেতাসকল...

April 7, 2025 12:00 PM April 7, 2025 12:00 PM

views 3

আকাশবাণীৰ ‘পাব্লিক স্পীক’ত আজি নিশা ৯.৩০ বজাত ‘সমূহীয়াভাৱে জল সংৰক্ষণ অভিযান’ সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত সমূহীয়াভাৱে জল সংৰক্ষণ অভিযান সন্দৰ্ভত গংগা পৰিষ্কৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ প্ৰাক্তন সঞ্চালক প্রধান জি অশোক কুমাৰৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১...

April 7, 2025 11:31 AM April 7, 2025 11:31 AM

views 6

খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি-সংৰক্ষণৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বানঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহৰ স্বীকৃতি তথা সংৰক্ষণৰ দিশত মনোনিৱেশ কৰাটো সময়ৰ আহ্বান বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি তামুলপুৰৰ পথালিকুছিত আয়োজিত সদৌ বাথৌ মহাসভাৰ ৩২ সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি কয়, যে সকলোৱে ধৰ্মীয় আৰু আধ্যাত্...

April 7, 2025 11:29 AM April 7, 2025 11:29 AM

views 17

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয় পক্ষৰ নির্বাচনী তৎপৰতা বৃদ্ধি

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত শাসক-বিৰোধী উভয়পক্ষই নির্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। অহা ২ আৰু ৭ মে'ত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ভোটাৰৰ কাষ চপাৰ বাবে পৰিকল্পনা যুগুত কৰিছে। বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনৰ সংকল্প পত্ৰৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকী...

April 7, 2025 11:28 AM April 7, 2025 11:28 AM

views 9

ফৌজদাৰী গোচৰত অভিযুক্ত কোনো প্ৰাৰ্থীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিবঃ ৰাজ্যিক নিৰ্বাচন আয়োগ

সমাগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া কোনো প্ৰাৰ্থীয়ে ফৌজদাৰী গোচৰত অভিযুক্ত হ’ব নোৱাৰিব বুলি শেহতীয়াকৈ ৰাজ্যিক নির্বাচন আয়োগে জাৰি কৰা অধিসূচনাত উল্লেখ কৰিছে। কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে দুবছৰ বা ততোধিক কাৰাবাস খাটিবলগীয়া কোনো অভিযোগ থাকিব নোৱাৰিব বুলিও অধিসূচনাত কোৱা হৈছে। তদুপৰি লো...

April 7, 2025 11:24 AM April 7, 2025 11:24 AM

views 5

আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ বিশেষ সতর্কতামূলক ব্যৱস্থা

আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে বিশেষ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বোমা স্কোৱাড, ডগ স্কোৱাডৰ দলে অভিযান চলাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে। প্ৰতিষ্ঠা দিৱসৰ সময়ত অসম, অৰুণাচল সীমান্...

April 7, 2025 11:18 AM April 7, 2025 11:18 AM

views 9

ৰঙালী বিহুক লৈ ৰাজ্যত উখল-মাখল পৰিৱেশ, ভিন্ন প্ৰান্তত বিহুনাচ-ঢোলবাদনৰ কৰ্মশালা

ৰঙালী বিহুলৈ এসপ্তাহ বাকী থকা অৱস্থাত উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ প্ৰান্তে প্রান্তে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। এইবেলিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে অসমবাসীয়ে উৎসাহ-উদ্দীপনা বজাই ৰাখি বিহু পালন কৰিব। গ্রামাঞ্চলত জীয়ৰী-বোৱাৰীয়ে হেঁপাহৰ বিহুৱান বৈ-কাটি উলিয়াইছে। প্রযুক্তিয়ে পৰিৱৰ্তন সাধন কৰ...

April 7, 2025 11:14 AM April 7, 2025 11:14 AM

views 9

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আজি পৰিয়ালসহ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ

ভাৰতৰত্ন সন্মানেৰে বিভূষিত ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে আজি সপৰিয়ালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। বিশ্বৰ সৰ্বাধিক এটা খৰ্গ থকা গঁড়ৰ বিচৰণভূমি কাজিৰঙা, হাতী, ঢেকীয়াপতিয়া বাঘ, দুষ্প্ৰাপ্য দলহৰিণৰো বিচৰণৰ্থলী। পৰিয়ালৰ সৈতে কাজিৰঙা দৰ্শনলৈ অহা খেলুৱৈগৰাকীয়ে কাজিৰঙাৰ কঁহ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।