আঞ্চলিক সংবাদ

April 8, 2025 12:14 PM April 8, 2025 12:14 PM

views 8

ৰাজ্যত ৰূপায়িত আন্তঃগাঁথনি প্রকল্পসমূহৰ শেহতীয়া স্থিতি সম্পর্কত ড° কৃষণ কুমাৰৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা ৰাজ্যখনত ৰূপায়িত আন্তঃগাঁথনি প্রকল্পসমূহৰ শেহতীয়া স্থিতি সম্পর্কে কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংস্থাটোৰ পৰিচালন সঞ্চালক ড° কৃষণ কুমাৰৰ সৈতে আলোচনা কৰে। সংস্থাটোৰ অধীনত ২৫ হাজাৰ কোটি টকাৰ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ঘাইপথ প্রকল...

April 8, 2025 12:13 PM April 8, 2025 12:13 PM

views 10

ইছৰ’ৰ অধ্যক্ষ ভি নাৰায়ণনৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

চন্দ্ৰপুৰত ইছৰ’ৱে স্থাপন কৰিবলগীয়া মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ বাবে অহা জানুৱাৰীত মহাকাশ গৱেষণা কেন্দ্ৰটোৱে ৰাডাৰ স্থাপন কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। কালি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা – ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনৰ সৈতে নতুন দিল্লীত এখন গুৰু...

April 8, 2025 12:06 PM April 8, 2025 12:06 PM

views 12

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলাত প্রস্তুতি অব্যাহত আছে। জিলা প্রশাসনসমূহে বৈঠক অনুষ্ঠিত কৰি এই নিৰ্বাচনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰিছে। ইপিনে, ৰাজনৈতিক দলসমূহে এই নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ত কালি স্বীকৃতি...

April 7, 2025 8:24 PM April 7, 2025 8:24 PM

views 8

ধুবুৰীত ইউকো বেংকৰ টকা আত্মসাৎ কৰি পলায়ন কৰা এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ

ধুবুৰী চহৰত থকা ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাৰ পৰা ৩৪ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰা বেংকটোৰ এগৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত সদৰ থানাৰ উপ-পৰিদৰ্শক মেহবুব আলীসহ আৰক্ষীৰ এটা দলে কালি বিহাৰৰ বৈশাখী জিলাৰ হাইদপুৰ ৰাজৌলী গাঁৱৰ পৰা শিৱশংকৰ...

April 7, 2025 8:21 PM April 7, 2025 8:21 PM

views 11

অসম আৰক্ষীৰ উদ্যোগত ইনফেনছিয়া শীৰ্ষক দেশৰ প্ৰথমখন আলোচনা চক্ৰ

অসম আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সম্পৰ্কীয় ইনফেনছিয়া শীৰ্ষক দেশৰ প্ৰথমখন আলোচনা চক্ৰ আজি গুৱাহাটীত অনুষ্ঠিত হয়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং, বলিউদৰ অভিনেত্রী নেহা ধুপীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থকা এই আলোচনাত ডিজিটেল মাধ্যমসমূহত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে অনলাইন...

April 7, 2025 7:40 PM April 7, 2025 7:40 PM

views 15

আকাশবাণীৰ পাব্লিক স্পীকত আজি জল সংৰক্ষণৰ সমূহীয়া অভিযান সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত জল সংৰক্ষণৰ সমূহীয়া অভিযান সন্দৰ্ভত গংগা পৰিষ্কৰণৰ ৰাষ্ট্ৰীয় অভিযানৰ প্ৰাক্তন সঞ্চালকপ্রধান জি অশোক কুমাৰৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত ০১১-২৩৪২-১০৫০ আৰু ০১১-২৩৩১...

April 7, 2025 6:58 PM April 7, 2025 6:58 PM

views 18

শিৱসাগৰৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ দেহাৱসান

শিৱসাগৰ জিলাৰ নাজিৰাৰ সৰবৰহী মহিলা তথা সমাজ সেৱিকা অঞ্জলী গগৈৰ আজি পুৱতি নিশা যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। হৃদ ৰোগকে ধৰি অন্যান্য শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ যোৱা ১ এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল। বিবিচি এছিয়া পেচিফিকৰ সম্পাদকৰ দায়িত্বত থকা শচীন গগৈৰ মাতৃ অঞ্জলী গগৈ অঞ্চলটোৰ বিভ...

April 7, 2025 6:56 PM April 7, 2025 6:56 PM

views 16

কাৰ্বি আংলং জিলাৰ ৰংবামি গাঁৱৰ ৩০০ৰো অধিক লোকৰ মাজত ভূমি পট্টা বিতৰণ

কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ ৰংবামি গাঁৱৰ ৩০০ৰো অধিক লোকৰ মাজত আজি ভূমি পট্টা বিতৰণ কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই ভূমি পট্টাসমূহ বিতৰণ কৰি কয়, যে সীমান্ত অঞ্চলত থকা লোকসকলক ভূমি পট্টা প্ৰদানৰ বিষয়টোক তেওঁলোকে প্রাধান্য দিছে। অনুষ্ঠান...

April 7, 2025 6:54 PM April 7, 2025 6:54 PM

views 7

ডিব্ৰুগড়ত উত্তৰ-পূব উদ্যোগী নাৰী সন্থাৰ ৰঙালী ৰং শীৰ্ষক বস্ত্ৰমেলা

উত্তৰ-পূব উদ্যোগী নাৰী সন্থাই ডিব্ৰুগড়ৰ জেউতি মৰল সংঘ খেলপথাৰত আজিৰে পৰা ৫ দিনীয়াকৈ ৰঙালী ৰং শীৰ্ষক এখন বস্ত্ৰমেলাৰ আয়োজন কৰিছে। অসম পৰ্যটন উদ্যোগ নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই আনুষ্ঠানিকভাৱে এই মেলাৰ শুভাৰম্ভ কৰে। উত্তৰ-পূব উদ্যোগী নাৰী সন্থাই মহিলা উদ্যোগীৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী আৰ...

April 7, 2025 6:43 PM April 7, 2025 6:43 PM

views 12

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতিৰ বাবে কাৰ্যপন্থা যুগুতৰ সন্দৰ্ভত কেশৱ মহন্তৰ বৈঠক

বাৰিষাৰ সময়ত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কাৰ্যপন্থা যুগুত কৰিবলৈ আজি ৰাজ্যৰ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এখন বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াবৰ্গৰ লগতে এন ডি আৰ এফ, এছ ডি আৰ এফ, অসামৰিক প্ৰতিৰক্ষা, সেনা বাহিনী, ভাৰতীয় খাদ্য নিগমকে ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।