আঞ্চলিক সংবাদ

April 14, 2025 7:25 PM April 14, 2025 7:25 PM

views 3

গুৱাহাটীৰ ডি. বি. ষ্টক কনচালটেন্সিৰ বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্রবন্ধকক চি বি আইয়ে গ্ৰেপ্তাৰ কৰে

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা-চি বি আইয়ে আজি গুৱাহাটীৰ ডি. বি. ষ্টক কনচালটেন্সিৰ বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত মহানগৰীৰ এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্রবন্ধক পুষ্পজিৎ পুৰকায়স্থ আৰু সন্দীপ গুপ্তাক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে। চিবিআইয়ে প্ৰকাশ কৰা অনুসৰি পুৰকায়স্থই ডি বি ষ্টকৰ হৈ অধিক ধন ঘূৰ...

April 14, 2025 7:39 PM April 14, 2025 7:39 PM

views 12

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ’বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এৰ সঞ্চালকৰ সৈতে আজি এখন বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ অনুসন্ধানত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত উত্তীৰ্ণ কেইগৰাক...

April 14, 2025 6:53 PM April 14, 2025 6:53 PM

views 10

ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰু বিহু পালন

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল-বিলসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই ধোৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিহু উপ...

April 14, 2025 10:52 AM April 14, 2025 10:52 AM

views 8

ৰঙালী বিহুৰ প্ৰথম দিনটো গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি পালন

অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল-বিনসমূহত উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই-ধোৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্রপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে বিহু উপ...

April 14, 2025 10:40 AM April 14, 2025 10:40 AM

views 15

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্তিৰ সন্দৰ্ভত কেন্দ্রীয় গৃহমন্ত্রীৰে ত্ৰিপাক্ষিক বৈঠকৰ পোষকতা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰাৰ বিষয়টো সন্দৰ্ভত শীঘ্ৰেই কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পোষকতা কৰিছে। ৰাজ্য চৰকাৰ আৰু ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি এই বৈঠকত উপস্থি...

April 13, 2025 7:53 PM April 13, 2025 7:53 PM

views 9

মধ্য ম্যানমাৰত পুৱাৰ ভাগত ৫.৫ প্রাবল্যৰ ভূমিকম্পৰ জোকাৰনি

মধ্য ম্যানমাৰত আজি পুৱাৰ ভাগত হোৱা ৫.৫ প্রাবল্যৰ এটা ভূমিকম্পই জোকাৰি যায়। দেশখনৰ বতৰ বিজ্ঞান আৰু জল বিভাগে জনোৱা মতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মান্দালায়ৰ পৰা প্ৰায় চাৰে ১৪ কিলোমিটাৰ দূৰত্বৰ উত্তৰ- ৰ-পূবৰ ওৱাণ্ডউইন চহৰ। ইয়াৰ পূৰ্বে যোৱা শুকুৰবাৰে স্থানীয় সময় মতে পুৱা প্ৰায় ১১ বজাত দেশখনৰ ম...

April 13, 2025 7:37 PM April 13, 2025 7:37 PM

views 10

শিলচৰত ৱাকফ আইন বাতিলৰ দাবীত শতাধিক লোকে আজি প্ৰতিবাদ সাব্যস্ত

শিলচৰত ৱাকফ আইন বাতিলৰ দাবীত শতাধিক লোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। শিলচৰৰ বেঙ্গো নতুন ৰোড পইণ্টত আজি মুছলমান সম্প্ৰদায়ৰ বহু লোকে সমদল উলিয়াই এই আইনৰ বিৰোধিতা কৰে। এই প্রতিবাদ সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰতিবাদীসকলে এইক্ষেত্ৰত আগতীয়াকৈ কোনোধৰণৰ অনুমতি লোৱা নাই আৰু ঠাইখনৰ শান্তি শৃ...

April 13, 2025 7:31 PM April 13, 2025 7:31 PM

views 11

কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিত অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ দ্বিতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন

কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ আজি দ্বিতীয় দিনা বর্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। পৰ্যটন বিভাগে কালি চাইক্লিং প্রতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। ৩ দিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্ল...

April 13, 2025 7:26 PM April 13, 2025 7:26 PM

views 13

অসম গণ পৰিষদ দলৰ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ

অসম গণ পৰিষদ দলে আজি গুৱাহাটীৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনক লৈ দলৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰকাশ কৰে। দলটোৱে পঞ্চায়ত নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব বুলি দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই উল্লেখ কৰে। এই নিৰ...

April 13, 2025 7:21 PM April 13, 2025 7:21 PM

views 14

২ আৰু ৭ মে’ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনৰ ব্যাপক প্রস্তুতি

অহা ২ আৰু ৭ মে'ত হবলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্রশাসনে ব্যাপক প্রস্তুতি চলাইছে। নগাওঁ জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আজি জিলাখনৰ নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় দুখনত স্থাপন হবলগীয়া ষ্ট্ৰং ৰূম ...