আঞ্চলিক সংবাদ

May 23, 2025 7:49 PM

views 33

মামাং দাইলৈ অসম সাহিত্য সভাৰ ২০২৫ বৰ্ষৰ সাহিত্য সূৰ্য লুম্বেৰ দাই সোঁৱৰণী বঁটা

অসম সাহিত্য সভাই পদ্মশ্ৰী মামাং দাইলৈ ২০২৫ বৰ্ষৰ সাহিত্য সূৰ্য লুম্বেৰ দাই সোঁৱৰণী বঁটা আগবঢ়াইছে। অহা এক জুনত অৰুণাচল প্ৰদেশৰ পাচিঘাটৰ গান্ধী ছেকেণ্ডাৰী স্কুল তিনি আলিত আয়োজন কৰা সাহিত্যসূৰ্য লুম্বেৰ দাই ৮৫ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত ...

May 23, 2025 7:40 PM

views 16

ৰাজ্যত চলিত বৰ্ষত বান ৰোধ কৰাৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ

ৰাজ্যত চলিত বৰ্ষত বান ৰোধ কৰাৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। জলসম্পদ বিভাগ আৰু আই আই টি গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা এটা অনুষ্ঠানত ভাগ লৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মথাউৰিসমূহ যাতে বাৰিষাৰ বানে ছিগিব নোৱাৰে তাৰ বাবে অত্যাধুনিক...

May 23, 2025 6:57 PM

views 21

তিনিচুকীয়া আৰক্ষীৰ বিশেষ অভিযানকাৰী দলৰ ড্ৰাগছসহ এগৰাকী মহিলাক আটক

তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজানত আজি তিনিচুকীয়া আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰে। মহিলাগৰাকী ড্রাগ ব্যৱসায়ী মনোজ হাজৰিকাৰ পত্নী মাইনু হাজৰিকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে ফিলোবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুই নম্বৰ কাকজান গাঁৱত ড্ৰাগছ বিৰোধী বিশেষ অভিযান চলাই মহ...

May 23, 2025 6:45 PM

views 25

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম বান সংক্রান্তীয় প্রস্তুতিমূলক সভা অনুষ্ঠিত

পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম বন বিভাগৰ পৰিদৰ্শন ভৱনত আজি জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত বান সংক্রান্তীয় এখন প্রস্তুতিমূলক সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত সাৰংগপানী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাখনত খণ্ড উন্নয়ন বিষয়া, বনাঞ্চলিক বিষয়া, সহকাৰী ৰাজহ বিষয়া, শিশু কল্যাণ প্রকল...

May 23, 2025 6:39 PM

views 17

গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত সংবাদ পত্রিকাৰ সম্পাদক আৰু পর্যালোচক সন্মিলন অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰ্যালয়ৰ অধীনস্থ কেন্দ্ৰীয় আয়ুর্বেদ বিজ্ঞান গৱেষণা পৰিষদ CCRAS ৰ অন্তৰ্গত গুৱাহাটীৰ কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠানত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সংবাদ পত্রিকাৰ সম্পাদক আৰু পর্যালোচকসকলৰ এখন সন্মিলন অনুষ্ঠিত হৈছে। CCRAS ৰ সঞ্চালক প্ৰধান ৰবিনাৰায়ণ আচাৰ্যই আজি...

May 23, 2025 8:21 PM

views 34

নতুন দিল্লীত আজি ৰাইজিং নর্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি

সন্ত্রাসবাদেই হওক বা অশান্তি বিয়পোৱা মাওবাদী কাৰ্যকলাপৰ ক্ষেত্ৰতেই হওক নৰেন্দ্ৰ মোদী চৰকাৰে শূন্য সহনশীল নীতি গ্রহণ কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ৰাইজিং নৰ্থ-ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰি প্ৰধানমন্ত্রী মোদীয়ে উন্নত ভাৰত গঢ়াৰ বাবে উত্তৰ- পূৰ্বাঞ্চলৰ উন্নয়...

May 23, 2025 12:35 PM

views 26

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠান

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। ইয়াত ভাগ ল’ব বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰামন বৰা...

May 23, 2025 12:25 PM

views 28

শনিবাৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ’ব

আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষ্যৰে গঠিত অংকুৰিত অসমৰ প্ৰচেষ্টাত বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলক উৎসাহিত কৰাৰ বাবে কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ'ব। কৃষি, উদ্যান শস্য, মীন পালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, পশুপালন আৰু কৃষি উদ্যমী এই ৬ টা শিতানত ব...

May 23, 2025 12:21 PM

views 37

ৰাজ্যত চলিত বৰ্ষত বান ৰোধৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে

● ৰাজ্যত চলিত বৰ্ষত বান ৰোধ কৰাৰ বাবে ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। জলসম্পদ বিভাগ আৰু আই আই টি গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা এটা অনুষ্ঠানত ভাগ লৈ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মথাউৰিসমূহ যাতে বাৰিষাৰ বানে ছিগিব নোৱাৰে তাৰ বাবে অত্যাধুনিক পদ...

May 23, 2025 12:15 PM

views 31

মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।