আঞ্চলিক সংবাদ

May 26, 2025 12:31 PM

views 30

মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত

মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। আমাৰ ইম্ফলৰ সংবাদদাতাই জনোৱা তথ্য অনুসৰি ভাৰতীয় সেনাৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহন বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত কালি কো-অর্ডিনেটিং কমিটী অন ...

May 26, 2025 12:29 PM

views 30

বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ নির্বাচনী তৎপৰতা

বিটিচিৰ সাধাৰণ নিৰ্বাচনৰ বাবে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলেই নির্বাচনী তৎপৰতা আৰম্ভ কৰিছে। অহা ছেপ্তেম্বৰত হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ভাৰতীয় জনতাপাৰ্টীয়ে কেবিনেট মন্ত্রী কৌশিক ৰায়ক চিৰাং জিলাৰ দায়িত্ব ন্যাস্ত কৰিছে। মন্ত্ৰীগৰাকীয়ে যোৱা দুদিনত জিলাখনৰ সাতটা পৰিষদীয় সমষ্টিত উপস্থিত হৈ দলৰ সাংগঠ...

May 26, 2025 12:26 PM

views 37

পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ২৬ গৰাকী নিৰীহ লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰৰ সিদ্ধান্ত

জম্মু-কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ২৬ গৰাকী নিৰীহ লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ সিদ্ধান্তমৰ্মে মন্ত্ৰী বিমল বৰাই কালি কৰ্ণাটকৰ বেংগালুৰুত তিনিটা ভুক্তভোগী পৰিয়ালক সাহায্যৰ ধন প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে বেংগালুৰুৰ শিৱমোগাৰ নিহত মঞ্জুনাথ ...

May 26, 2025 12:24 PM

views 29

জাপানক অতিক্ৰমি ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতিত পৰিগণিত

ভাৰতে জাপানক অতিক্ৰম কৰি বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতিত পৰিগণিত হৈছে। নীতি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী বি.ভি.আৰ. সুব্রমন্যমে এই তথ্য প্ৰকাশ কৰি লগতে কয় যে, অহা আঢ়ৈ বছৰৰ পৰা তিনি বছৰৰ ভিতৰত ভাৰতে তৃতীয় স্থানত থকা জার্মানীকো চেৰ পেলোৱাতো সম্ভৱ হ'ব। তেওঁ প্ৰকাশ কৰা মতে, IMF অর্থাৎ আন্তঃৰাষ্ট...

May 26, 2025 12:23 PM

views 46

ৰাজ্যত বিগত কিছু দিনত দুহেজাৰ জনৰো অধিক বাংলাদেশী নাগৰিকক আটক

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ অবৈধ বাংলাদেশী আৰু ম্যানমাৰৰ ৰহিংগীয়া নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা আহ্বানমৰ্মে ৰাজ্যখনত বিগত কিছু দিনত দুহেজাৰ জনৰো অধিক বাংলাদেশী নাগৰিকক আটক কৰা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ সকলো তথ্য এমাহৰ ভিতৰত চালি-জাৰি ...

May 26, 2025 12:21 PM

views 33

অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপন উপলক্ষে অহা ৯ জুনত অসম বিধানসভাৰ এদিনীয়া বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনতে পূৰ্বে আলোচনা কৰা অনুসৰি ডিব্ৰুগড় বিমান বন্দৰটো ড° ভূপেন হাজৰিকাৰ নামেৰে নামকৰণৰ প্ৰস্তাৱ গ্ৰহণৰ সম্ভাৱনা আছে। ভাৰতীয় সংবিধানৰ ১৭৪-এক নম্বৰ অনুচ্ছেদৰ অধীনত...

May 25, 2025 8:46 PM

views 27

কাচাৰ আৰক্ষীৰ শিলচৰত চাৰিচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ হেৰইন জব্দৰ লগতে ৩ জন সৰবৰাহকাৰীক আটক

কাচাৰ আৰক্ষীয়ে শিলচৰৰ সমীপৰ সোনাবাৰী ঘাট বাইপাচ এলেকাত অভিযান চলাই এখন চাৰিচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ হেৰইন জব্দ কৰাৰ লগতে ৩ জন সৰবৰাহকাৰীক আটক কৰে। জব্দ কৰা এক কিলোগ্ৰামৰো অধিক হেৰইনৰ বজাৰ মূল্য প্রায় চাৰে ছয় কোটি হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। কাচাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে বাহনখন মণিপ...

May 25, 2025 7:35 PM

views 37

ৰাজ্যৰ বিভিন্ন ঠাইত প্রধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ পাছত বিজেপি দলীয় নেতা-কৰ্মীসকলৰ তিৰংগা যাত্ৰা

প্রধানমন্ত্ৰীৰ মন কী বাত উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত বুথ স্থাপন কৰি জনসাধাৰণৰ বাবে অনুষ্ঠানটো শুনাৰ ব্যৱস্থা কৰা হয়। গুৱাহাটী মহানগৰীৰ বুথসমূহতো বহু লোকে একেলগে অনুষ্ঠান শুনে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ বিমানকোঠ মণ্ডলৰ ১৩৯ নম্বৰ বুথত দলীয় নেতৃবৃন্দৰ সৈতে অনুষ্ঠানত ...

May 25, 2025 7:16 PM

views 72

স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী

স্বেচ্ছাসেৱী সংগঠন পথিকৰ উদ্যোগত আজি গুৱাহাটীত ধপাত বিৰোধী আৰু সেউজীয়া জীৱনৰ সজাগতা কার্যসূচী অনুষ্ঠিত হয়। পুৱা চাৰে ছয় বজাত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ ষ্টেডিয়ামৰ সন্মুখত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীয়ে চাইক্লথনৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত কেইবাগৰাকীও সাংবাদিকে অংশগ্ৰহণ কৰে। উ...

May 25, 2025 7:04 PM

views 14

মেঘালয়ৰ গাৰোপাহাৰৰ পৰা অহা ঢলে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত কালো নদীৰ খহনীয়াৰ ভাবুকি

নেৰানেপেৰা বৰষুণৰ ফলত মেঘালয়ৰ গাৰোপাহাৰৰ পৰা নামি অহা ঢলে দক্ষিণ শালমাৰা মানকাচৰ জিলাত কালো নদীৰ পাৰ খহাই নিয়াৰ উপৰি বিভিন্ন অঞ্চলত খহনীয়াৰ ভাবুকিৰ সৃষ্টি কৰিছে। গাৰোপাহাৰৰ পৰা নামি অহা ঢলে এটা পথ চিগি পেলোৱাৰ ফলত কালাপানী এলেকাত বিস্তৰ ক্ষতি হৈছে। নৈপৰীয়া অঞ্চলত সৃষ্টি হোৱা খহনীয়াই কালাপানী আৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।