আঞ্চলিক সংবাদ

May 25, 2025 6:54 PM

views 40

মন্ত্ৰী কেশৱ মহন্তৰ বিশ্বনাথ জিলাৰ সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা আৰু তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা

ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি বিশ্বনাথ জিলাৰ সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰস্তুতিৰ লগতে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰে। তেওঁ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ...

May 25, 2025 6:50 PM

views 13

ডিব্ৰুগড় জিলাৰ চাবুৱাত ২২৩ সংখ্যক স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস উদযাপন, প্ৰতিমূৰ্তি উন্মোচন

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসন আৰু মটক জনগোষ্ঠীয় কেইবাটাও সংগঠনৰ সহযোগত আজি চাবুৱাত ২২৩ সংখ্যক স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস উদযাপন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি চাবুৱাৰ কয়লাবাৰীত স্থাপন কৰা স্বৰ্গদেউগৰাকীৰ এটা প্ৰতিমূৰ্তি কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে উন্মো...

May 25, 2025 11:48 AM

views 21

উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থ-প্ৰতিভা সঁচাই অদ্ভুত বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিষযে উল্লেখ কৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থৰ বাবে সমৰ্পিত অষ্টলক্ষ্মী মহোৎসৱো পালন কৰিছিলো। উত্তৰ পূৰ্বাঞ্চলৰ কথাই সুকীয়া। এই অঞ্চলৰ সামৰ্থ, ইয়াৰ প্ৰতিভা সঁচাই অদ্ভুত। শ্ৰীমোদীয়ে Crafted Fibber...

May 25, 2025 10:57 AM

views 35

দেশৰ যিকোনো সংকটকালীন পৰিস্থিতিত সংবাদ মাধ্যমে সংযত আৰু শুদ্ধ তথ্য আধাৰিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক অৱগত কৰা উচিতঃ দৃষ্টিপাত অনুষ্ঠানত বিশেষজ্ঞৰ মন্তব্য

দেশৰ যিকোনো সংকটকালীন পৰিস্থিতিত সংবাদ মাধ্যমে অত্যুৎসাহী নহৈ সংযত আৰু শুদ্ধ তথ্য আধাৰিত বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক স্পষ্ট ৰূপত অৱগত কৰা উচিত। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দূৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীর্ষক আলোচনাত বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ ...

May 25, 2025 10:34 AM

views 17

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ’ব বুলি ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াৰ ঘোষণা

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰিছে। নতুন দিল্লীত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন ২০২৫ৰ সামৰণি অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এই বি...

May 25, 2025 10:26 AM

views 21

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত সম্পাদিত চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাগৰাকী আগশাৰীৰ উদ্যোগপতিক সাক্ষাৎ কৰি যোৱা ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত সম্পাদিত চুক্তিসমূহ কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া নতুন দিল্লীত প্ৰথমে বেদান্ত গ্ৰুপ...

May 25, 2025 10:10 AM

views 27

উত্তৰ-পূব উন্নয়ন আৰু বস্ত্ৰ মন্ত্ৰালয়ে সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ত-তাঁত খণ্ডৰ উন্নয়নৰ বাবে কাম কৰিব বুলি ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ

নতুন দিল্লীত আয়োজিত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী শীৰ্ষ সন্মিলন ২০২৫ৰ কালি সামৰণি পৰে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয় আৰু বস্ত্ৰ মন্ত্ৰালয়ে সহযোগিতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ হস্ত-তাঁত খণ্ডৰ উন্নয়নৰ বাবে কাম ক...

May 24, 2025 7:27 PM

views 27

দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অধীনত এই পর্যন্ত ৭৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ নলবাৰী, দক্ষিণ শালমাৰা মানকাচৰ আৰু কামৰূপ আৰক্ষীয়ে ক্ৰমে কুৰবান আলী, আমিৰুল ইছলাম আৰু ৰছিদ শিকদাৰক দেশ বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেপ্তাৰ কৰিছে। সামাজিক মাধ্...

May 24, 2025 7:25 PM

views 18

কাইলৈ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন কেন্দ্ৰৰ লগতে গুৱাহাটীৰ মুঠ ২৬ টা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ'ব। গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰসমূহত মুঠ ১০ হাজাৰ ৫৮৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিত...

May 24, 2025 7:24 PM

views 26

মণিপুৰৰ উখৰুল জিলাত চলি থকা শ্বিৰুয়ি লিলি উৎসৱৰ আজি সামৰণি

মণিপুৰৰ উখৰুল জিলাত চলি থকা শ্বিৰুয়ি লিলি উৎসৱৰ আজি সামৰণি পৰিছে। যোৱা ২০ মে'ত আৰম্ভ হোৱা এই উৎসৱৰ আজি শ্বিৰুয়ি গাঁৱৰ বক্সি গ্ৰাউণ্ডত সামৰণি পৰে। ৰাজ্যখনৰ সংস্কৃতিৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ থকা শ্বিৰুয়ি লিলি ফুলৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ৫ দিনীয়া উৎসৱৰ আয়োজন কৰা হৈছিল। সামৰণি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।