আঞ্চলিক সংবাদ

April 19, 2025 8:01 PM April 19, 2025 8:01 PM

views 9

গুৱাহাটীৰ সাউকুছিত বুজন পৰিমাণৰ নিচাজাতীয় দ্রব্যসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বশিষ্ঠ আৰক্ষীয়ে আজি মহানগৰীৰ সাউকুছিত অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় দ্রব্যসহ এগৰাকী মহিলা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষী দলটোৱে হাইলাকান্দিৰ আলগাপুৰৰ চাজিদা বেগম নামৰ মহিলাগৰাকীৰ পৰা ৪টা চাবোনৰ বাকচ আৰু ১৩টা প্লাষ্টিকৰ পেকেটত ২৭৮ ...

April 19, 2025 7:55 PM April 19, 2025 7:55 PM

views 4

মৰিগাঁৱৰ ঐতিহাসিক শ্ৰীশ্ৰীনৰোৱা কুজি সত্ৰৰ ৩৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস

মৰিগাঁও জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীনৰোৱা কুজি সত্ৰৰ ৩৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰৰ পৰা ৫ দিনীয়াকৈ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে অবিৰত ভাগৱত পাঠ আৰু ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাত জিলাখনৰ ভালেসংখ্যক লোকে অংশগ্রহণ কৰে৷

April 19, 2025 7:54 PM April 19, 2025 7:54 PM

views 8

ধেমাজিৰ কুমতীয়া নৈত গা ধুবলৈ গৈ ১৫ বছৰীয়া কিশোৰীৰ সলিল সমাধি

ধেমাজিৰ আউনিআটি গাঁৱৰ কাষৰ কুমতীয়া নৈত গা ধুবলৈ গৈ এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ সলিল সমাধি ঘটিছে। মৃত কিশোৰীগৰাকী আউনিআটি গাঁৱৰ বিজুমণি বনিয়া বুলি জানিবলৈ পৰা গৈছে। কিশোৰীগৰাকীয়ে লগৰীয়াৰ সৈতে বিহু মাৰি আহি নদীত গা ধুবলৈ লওঁতে আন তিনিসমনীয়াৰ সৈতে নৈত খান্দি থোৱা দ' খাৱৈত পৰে। স্থানীয় লোকে তিনিগৰাক...

April 18, 2025 10:57 AM April 18, 2025 10:57 AM

views 12

ৰাজ্যত ২ আৰু ৭ মে’ত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৬,৭৬১খন মনোনয়ন গ্ৰহণ

অহা ২ আৰু ৭ মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা কালি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা ঘোষণা কৰা হয়। এই ক্ষেত্ৰত ৰাজ্যিক নির্বাচন আয়োগে দিয়া তথ্য অনুযায়ী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনৰ বাবে ৭ হাজাৰ ১৭৪খন মনোনয়ন দাখিল কৰা হৈছিল। ইয়াৰ ভি...

April 18, 2025 10:48 AM April 18, 2025 10:48 AM

views 10

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ দুদিনীয়া কাৰ্বি আংলং জিলা ভ্ৰমণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কাৰ্বি আংলং জিলাৰ ডিফুত ১০০ কোটি টকা ব্যয়সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্রকল্পসমূহৰ ভিতৰত কেইবাটাও পথ উন্নয়ন প্রকল্প, প্ৰতিমূৰ্তি, তোৰণ উন্মোচন আৰু দলং নিৰ্মাণ প্রকল্প অন্যতম। মুখ্যমন্ত্ৰীগৰাকীয়ে ডিফুত প্ৰথমগৰাকী কাৰ্বি ৰজা আৰু ৰাণ...

April 17, 2025 8:05 PM April 17, 2025 8:05 PM

views 5

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা দৰ্পণ নামভৰ্তি প’ৰ্টেল মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্রথমবৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা ২৪ এপ্ৰিললৈ দৰ্পণ নামভৰ্তি প'ৰ্টেল মুকলি কৰিছে। পৰিষদৰ সংমণ্ডল ২ৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছাত্র-ছাত্রীসকলে www.darpan.ahseconline. in অথবা w...

April 17, 2025 8:00 PM April 17, 2025 8:00 PM

views 7

কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অনুত্তীর্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কম্পার্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল পৰিক্ষাৰ্থীয়ে ন্যূনতম তিনিটা বিষয়ত অনুত্তীৰ্ণ হৈছে আৰু অন্ততঃ মুঠ ১৭০ নম্বৰ লাভ কৰ...

April 17, 2025 10:48 AM April 17, 2025 10:48 AM

views 11

অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ ৭ কোটি ৩৩ লাখ টকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ

বিধি বলবৎকাৰী সঞ্চালকালয়ে কালি কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত সুকন্যা বৰাৰ ৭ কোটি ৩৩ লাখ টকা স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। আয়ৰ জ্ঞাত উৎসতকৈ অধিক সম্পত্তি আহৰণৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে অতিৰিক্ত আয়ুক্ত সুকন্যা বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে বিধি বলবৎকাৰী সঞ্চালকালয়ে নিজাববীয...

April 17, 2025 10:45 AM April 17, 2025 10:45 AM

views 11

সাদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন

ৰাজ্যজুৰি ৰঙালীৰ উছাহ অব্যাহত আছে। অসমবাসীয়ে আজি সাদিনীয়া ৰঙালী বিহুৰ চতুৰ্থ দিনটো তাঁতৰ বিহু হিচাপে পালন কৰিব। ৰঙালী বিহুৰ পৰম্পৰা অনুসৰি সাত বিহুৰ অন্যতম হ'ল তাঁতৰ বিহু। অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ তাঁতশালৰ গুৰুত্বক অনুধাৱনেৰে ৰঙালী বিহুৰ চতুৰ্থ দিনা তাঁতৰ বিহু পালন কৰি অহা হৈছে। কাইলৈ নাঙল বিহু,...

April 17, 2025 10:40 AM April 17, 2025 10:40 AM

views 5

দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কাৰ্বি আংলং ভ্ৰমণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আজি দুদিনীয়া ভ্রমণসূচীৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত উপস্থিত হ'ব। এই ভ্ৰমণ কালত মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ কাৰ্বি আংলং ভ্ৰমণকালত মুঠ ১০ হাজাৰ ৪৮২ লাখ ৬৫ হাজাৰ টকাৰ প্ৰকল্পৰ উদ্বোধনৰ লগতে আধাৰশিলা স্থাপন কৰিব।...