আঞ্চলিক সংবাদ

April 25, 2025 11:06 AM April 25, 2025 11:06 AM

views 2

হিমাচল প্ৰদেশত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা যোগগুৰু জগদীশ ভঁৰালীৰ সোণৰ পদক

হিমাচল প্ৰদেশৰ ধৰ্মশালাত চলি থকা সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছৰ যোগ প্রতিযোগিতাত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগগুৰু জগদীশ ভঁৰালীয়ে নিজৰ শাখাত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্রতিযোগিতাত সোণৰ পদক লাভ কৰা যোগগুৰু জগদীশ ভঁৰালীয়ে ইতিমধ্যে ডুবাই, থাই...

April 24, 2025 8:43 PM April 24, 2025 8:43 PM

views 3

ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত নিৰ্বাচনী প্ৰচাৰ চলায়। দহ সহস্ৰাধিক লোকৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই ড০ শৰ্মাই বিজেপি মিত...

April 24, 2025 8:39 PM April 24, 2025 8:39 PM

views 2

কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ কাইলৈ অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ সমাৱৰ্তন হ'লত বিয়লি ৩ বজাত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা পি এইচ ডি, এম ফিল, স্নাতকোত্তৰ আৰু স্নাতক...

April 24, 2025 8:37 PM April 24, 2025 8:37 PM

views 17

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত নাগৰিক সমাজৰ প্রতিবাদী সভা

পহলগামত সন্ত্রাসবাদী আক্ৰমণৰ বিৰুদ্ধে আজি গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত নাগৰিক সমাজে এখন প্রতিবাদী সভা অনুষ্ঠিত কৰে। সভাত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ধৰ্মান্ধ উগ্রবাদীয়ে নিৰীহ পৰ্যটকক গুলীয়াই হত্যা কৰাৰ ঘটনাক ধিক্কাৰ দিয়ে। সমবেত ৰাইজে ঘটনাত জড়িতসকলক চিনাক্ত কৰি কঠোৰ শাস্তি ...

April 24, 2025 8:33 PM April 24, 2025 8:33 PM

views 2

সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা অৰুণাচল প্ৰদেশৰ টাগে হালিয়াঙৰ নশ্বৰ দেহ নিজ গৃহত

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা অৰুণাচল প্ৰদেশৰ বায়ুসেনাৰ জোৱান টাগে হালিয়াঙৰ নশ্বৰ দেহ আজি পুৱা তেওঁৰ গৃহ চহৰ নামনি সোঁৱণশিৰি জিলাৰ জিৰলৈ লৈ যোৱা হয়। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এয়া এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি কয় যে এই দুখৰ সময়ত ৰাজ্যখ...

April 24, 2025 8:28 PM April 24, 2025 8:28 PM

views 2

জম্মু-কাশ্মীৰৰ ঘটনাত নিহত লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত অসম চৰকাৰৰ

অসম চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদ মেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাত ৰাজ্যবাসী অতিশয় মৰ্মাহত আৰু এই ঘটনাৰ বলি হোৱা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ বাব...

April 24, 2025 8:24 PM April 24, 2025 8:24 PM

views 6

জম্মু-কাশ্মীৰৰ ঘটনাক লৈ বিতর্কিত মন্তব্য কৰা ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰাৰ বাবে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। বিধায়কগৰাকীয়ে কালি এই আক্ৰমণক লৈ সামাজিক মাধ্যমত মন্তব্য আগবঢ়াইছিল। বিগত সময়ছোৱাত পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী ষড...

April 24, 2025 12:14 PM April 24, 2025 12:14 PM

views 6

পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত সিন্ধু জল চুক্তি বাতিল, পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগৰ নিৰ্দেশ

ভাৰতে পহলগাম সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ১৯৬০ চনৰ সিন্ধু জল চুক্তি বাতিল আৰু ততালিকে কাৰ্যকৰী হোৱাকৈ আট্টাৰী সংহত চকী বন্ধকে ধৰি ভালেমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কালি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত অনুষ্ঠিত মন্ত্ৰীসভাৰ সুৰক্ষা বিষয়ক কমিটীৰ বৈঠকত দেশৰ সামগ্রিক সুৰক্ষা পৰিস্থিত...

April 24, 2025 12:13 PM April 24, 2025 12:13 PM

views 12

নতুন দিল্লীত আজি সন্ধিয়া সর্বদলীয় বৈঠক

চৰকাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি নতুন দিল্লীত এখন সর্বদলীয় বৈঠকৰ আহ্বান কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে সন্ধিয়া ৬ বজাত সংসদ ভৱন চৌহদত এই বৈঠক অনুষ্ঠিত হ'ব।

April 24, 2025 12:11 PM April 24, 2025 12:11 PM

views 2

পহলগামৰ পৰা শিলচৰৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যক পৰিয়ালসহ ৰাজ্যলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

জম্মু-কাশ্মীৰৰ পহলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত কথমপি প্ৰাণৰক্ষা পৰা শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যক পৰিয়াল সহিতে নিৰাপদে ৰাজ্যলৈ ওভতাই অনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদীৰ এই অমানুষিক আক্ৰম...