আঞ্চলিক সংবাদ

May 1, 2025 12:02 PM May 1, 2025 12:02 PM

views 5

দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৬ লৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ বাবে বঙাইগাঁৱৰ পৰা নাজিবুল ইছলাম আৰু শ্ৰীভূমিৰ পৰা ছানাজ হুছেইনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে ভাৰত বিৰোধী মন্তব্য ...

May 1, 2025 11:34 AM May 1, 2025 11:34 AM

views 14

বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে কোকৰাঝাৰৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠান

বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি কোকৰাঝাৰত দতমাৰ থুলুংগাপুৰীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বডোফাৰ স্মৃতিত শ্রদ্ধা জনাই আয়োজিত এই অনুষ্ঠানত ক্রীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নন্দিতা গার্লোছা উপস্থিত থাকিব। বডোফাৰ স্মৃতিত এবছুৱে আজি বিয়লি  ৫-৩০ বজাত বিটিআৰকে ...

May 1, 2025 11:21 AM May 1, 2025 11:21 AM

views 14

২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষ মেঘালয়ৰ পৰা শিলচৰলৈ দ্রুত গতিসম্পন্ন কৰিড’ৰ নিৰ্মাণৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

কেন্দ্ৰীয় চৰকাৰে ২২,৮৬৪ কোটি টকা ব্যয়সাপেক্ষে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাওলিনখুঙৰ পৰা শিলচৰৰ ওচৰৰ পাঁচগ্ৰামলৈ এটা দ্রুত গতিসম্পন্ন কৰিড'ৰ নিৰ্মাণৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সাংবাদিকক অৱগত কৰি তথ্য ...

May 1, 2025 11:15 AM May 1, 2025 11:15 AM

views 10

১৪ খন জিলাত কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্রহণ

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে কাইলৈ ১৪ খন জিলাত ভোটগ্রহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ত সামৰি ল'বলগীয়া জিলাসমূহৰ ভিতৰত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলা আছে। ভোটগ্রহণৰ বাবে বিভিন্ন ভোট কেন...

April 30, 2025 8:13 PM April 30, 2025 8:13 PM

views 11

গুৱাহাটী বাৰ এছ’চিয়েচনৰ সদস্য পদৰপৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ

গুৱাহাটী বাৰ এছ'চিয়েচনৰ সদস্য পদৰ পৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই আজি বাৰ এছ’চিয়েচনৰ সভাপতিলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰৰ প্ৰক্ৰিয়াক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ স...

April 30, 2025 8:06 PM April 30, 2025 8:06 PM

views 10

উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰীক মদিনালৈ পঠিয়াবলৈ সাজু

অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ যুটীয়া ৰাজ্যিক হজ সমিতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ হজ যাত্ৰী সকলক মদিনালৈ পঠিয়াবলৈ সাজু হৈছে। হজ সমিতিৰ অধ্যক্ষ নেকিবুৰ জামানে আজি গুৱাহাটীৰ হাজি মুছাফিৰখানাত এখন সংবাদমেল আয়োজন কৰি ৩ মে'ৰ পৰা ৮ মে’লৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ২ হাজাৰ ৭৮২ ...

April 30, 2025 8:02 PM April 30, 2025 8:02 PM

views 7

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা সকলো শিক্ষার্থীলৈ শিক্ষা মন্ত্ৰীৰ অভিনন্দন

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতে গোগামুখত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এখন সংবাদমেল সম্বোধন কৰি পৰীক্ষাত সফলতা অৰ্জন কৰা সকলো শিক্ষার্থীকে অভিনন্দন জনায়। লগতে সফল নোহোৱা পৰীক্ষাৰ্থীসকলকো নিৰাশ নহৈ পুনৰ প্ৰস্তুতি চলাবলৈ আহ্বান জনায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে পৰীক্ষা ...

April 30, 2025 7:57 PM April 30, 2025 7:57 PM

views 9

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল আজি ঘোষণা কৰা হয়। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.৩২ শতাংশ, বিজ্ঞান শাখাত ৮৩.৯৯ শতাংশ, বাণিজ্য শাখাত ৮২.৯৩ শতাংশ আৰু বৃত্তিগত শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৮৪ শতা...

April 30, 2025 7:54 PM April 30, 2025 7:54 PM

views 16

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি

পৰহিলৈ হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে আজি প্ৰচাৰ অভিযানৰ আজি বিয়লি ৩ বজাত সামৰণি পৰিছে। প্রথম পৰ্যায়ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত ভোটগ্রহণ হ'ব। মুখ্যমন্ত্ৰী তথা বিজেপ...

April 30, 2025 12:34 PM April 30, 2025 12:34 PM

views 6

জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদী আক্রমণক লৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে। আৰক্ষীয়ে শেহতীয়াকৈ দেশ বিৰোধী মন্তব্য কৰাৰ বাবে কাছাৰৰ পৰা নাচিব আহমেদ, চিৰাঙৰ পৰা চাহিন আহমেদ মজুমদাৰ, কামৰূপৰ পৰা মস্তাক ৰহিম আলী ওৰফে চনু, লখিমপুৰৰ পৰা মহম্ম...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।