আঞ্চলিক সংবাদ

June 7, 2025 6:36 PM

views 24

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত আকাশবাণীৰ বাতৰি কক্ষৰ বাহিৰতো এটা নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হোৱা কেইগৰাকীমান বাতৰি পঢ়োতাৰ সৈতে অন্তৰংগ আলাপ প্ৰচাৰ কৰা হ'ব। আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে এই অনুষ্ঠানত অন্তৰংগ আলাপত ভাগ...

June 7, 2025 6:34 PM

views 24

মহানগৰৰ ৰূপনগৰত যোৱা নিশা হোৱা ভূমিস্খলনত এজন লোকৰ মৃত্যু

গুৱাহাটী মহানগৰৰ ৰূপনগৰত যোৱা নিশা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ এজন লোকৰ মৃত্যু হৈছে। ৰূপনগৰৰ পাহাৰৰ নামনিত থকা দুটা পৰিয়ালৰ বাসগৃহৰ ওপৰত পাহাৰৰ পৰা এটা প্ৰকাণ্ড শিল খহি পৰে। খহি পৰা শিল আৰু মাটিয়ে ৰেণু বৰ্মন আৰু বিনয় সিং নামৰ দুজন লোকৰ ঘৰ ধ্বংসস্তূপত পৰিণত কৰে। খহি পৰা মাটিৰ তলত মনেশ্বৰ ৰাজবংশী নাম...

June 7, 2025 6:31 PM

views 20

কনাড পুৰকায়স্থ ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা মনোনীত

শাসনাধিস্থিত বিজেপিয়ে অহা ১৯ জুনত হ'বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে অসমৰ পৰা কনাড পুৰকায়স্থক মনোনীত কৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ কুমাৰ সিনহাই আজি প্রদেশ বিজেপিৰ জ্যেষ্ঠ নেতা কনাড পুৰকায়স্থৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে ১৯ জুনত অসমৰ পৰা ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন...

June 7, 2025 6:24 PM

views 35

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পবিত্ৰ ঈদ-উজ্-জোহা পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ-উদ্দীপনাৰে পবিত্ৰ ঈদ-উজ্-জোহা পালন কৰে। এই উৎসৱক ঈদ-অল-আধা বা ঈদ-উল-আজহা বুলিও কোৱা হয়। ঈদগাহসমূহত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমবেত হৈ ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে ঈদ নামাজত অংশগ্ৰহণ কৰে৷ চিৰাং জিলাৰ ঢালিগাঁও বৰতালোৱা ঈদগা...

June 7, 2025 10:38 AM

views 48

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বার্ষিকী উপলক্ষে জোনাকী মেল শীর্ষক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ মৃত্যু বার্ষিকী উপলক্ষে সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি জোনাকী মেল শীর্ষক এখন সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীত থকা শিল্পগ্রাম প্ৰেক্ষাগৃহত সন্ধিয়া পাঁচ বজাত হ'বলগীয়া এই অনুষ্ঠান লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়...

June 7, 2025 10:29 AM

views 30

ডিব্ৰুগড় জিলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি-নগৰীয়াৰ জিলা স্তৰৰ পৰ্যৱেক্ষণ সমিতিৰ বৈঠক

ডিব্ৰুগড় জিলাত জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনি-নগৰীয়াৰ জিলা স্তৰৰ পৰ্যৱেক্ষণ সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম চৰকাৰৰ শক্তি, দক্ষতা বিকাশ, নিয়োগ, উদ্যমিতা, স্বাস্থ্য-শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী প্রশান্ত ফুকন, দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱা...

June 7, 2025 10:25 AM

views 36

ডিব্ৰুগড় জিলা কৃষি বিভাগৰ কিষাণোদয় এপ আৰু ৱেবছাইট মুকলি

ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কালি ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত কিষাণোদয় এপ আৰু ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলা প্ৰশাসনে প্রস্তুত কৰা কিষাণোদয় এপ আৰু ৱেবছাইটৰ জৰিয়তে কৃষকসকলে বিভিন্ন তথ্য লাভ কৰাৰ...

June 7, 2025 9:59 AM

views 29

দেশৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগৰ উৎসৱ ঈদ-উজ-জোহা পালন

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগৰ উৎসৱ বকৰী ঈদ বা ঈদ-উজ-জোহা দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। এই উপলক্ষে আজি ঈদগাহ আৰু মছজিদসমূহত সমূহীয়া নামাজ আদায় কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত ঈদ সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব...

June 7, 2025 9:54 AM

views 29

১০ অক্টোবৰত ৰাজ্যত পুনৰ বৃহৎ নিযুক্তি সমাবেশ অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ৰাজ্যত অহা ১০ অক্টোবৰত পুনৰ বৃহৎ নিযুক্তি সমাবেশ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে জনায়, যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই নিযুক্তি মেলাত ৰাজ্য চৰকাৰে স্নাতকোত্তৰ শিক্ষক, স্বাস্থ্য বিভাগ, অসম আৰক্ষী, এ ডি আৰ ই পৰীক্ষাত উত্...

June 7, 2025 9:46 AM

views 61

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৰাক উপত্যকাৰ বান পৰিস্থিতি আৰু আশ্রয় শিবিৰ পৰিদৰ্শন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি বৰাক উপত্যকা ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁ হাইলাকান্দি জিলাৰ কালীনগৰ, পাঁচগ্রামকে ধৰি কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি শ্রীভূমি জিলা আয়ুক্ত কাৰ্যালয়ৰ এখন সংবাদমেল সম্বোধন কৰি বন্যার...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।