May 6, 2025 7:50 PM May 6, 2025 7:50 PM
6
সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত কাইলৈ দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন
সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে কাইলৈ দেশৰ বিভিন্ন স্থানত সতর্কতামূলক অনুশীলন চলোৱা হ'ব। পেহেলগামত সন্ত্রাসবাদীয়ে পৰ্যটকৰ ওপৰত নৃশংস আক্রমণ চলোৱাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ৰাজ্যসমূহক জৰুৰ...