May 13, 2025 9:30 PM May 13, 2025 9:30 PM
5
উত্তৰ-পূৰ্বাঞ্চল দেশৰ অলংকাৰঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অলংকাৰ হিচাপে অভিহিত কৰিছে। নতুন দিল্লীত আজি মেঘালয়ৰ খাচি পাহাৰ, জয়ন্তীয়া পাহাৰ আৰু গাৰো পাহাৰ অঞ্চলৰ আত্মসহায়ক গোটসমূহৰ সদস্যসকলক সম্বোধন কৰি দিয়া ভাষণত শ্ৰীধনখড়ে আলোকপাত কৰে যে মেঘালয়ৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ১৩ শতাংশ বৃদ্ধি পাইছে। লুক ইষ্ট...