May 15, 2025 8:45 PM May 15, 2025 8:45 PM
3
কামৰূপ জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক প্ৰমাণ-পত্ৰ প্ৰদান
কামৰূপ জিলাৰ অন্তৰ্গত জিলা পৰিষদৰ নৱ নিৰ্বাচিত সদস্যসকলক আজি আমিনগাওঁৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সভাত আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্রই বিজয়ী প্রার্থীসকলক এই প্ৰমাণপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত কামৰূপ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধার্থ গো...