আঞ্চলিক সংবাদ

June 16, 2025 7:50 PM

views 13

শিৱসাগৰত গেছ নির্গমন হোৱাৰ বাবে অঞ্চলটোৰ জনসাধাৰণ, পশুধনৰ সুৰক্ষাৰ ব্যৱস্থা জিলা প্ৰশাসনৰ

তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্রসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছ নির্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা চলি থকাৰ লগতে কাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণ তথা পশুধনৰ সুৰক্ষাৰ বাবে ব্যৱস্থা লোৱা হৈছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে ২৪ ঘণ্টাই দণ্ডাধীশ পৰ্যায়ত তদাৰক কৰি থকা হৈছে। ...

June 16, 2025 7:45 PM

views 27

গোৱালপাৰাৰ হাচিলাবিলত দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান প্ৰশাসনৰ

গোৱালপাৰা জিলাৰ বালিজানৰ ৰাজহ চক্ৰ অন্তৰ্গত হাচিলাবিলত আজি প্ৰশাসনে দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। দীৰ্ঘদিনৰ পৰা হাচিলাবিলৰ ভূমিত ৬৬৭টা পৰিয়ালে অবৈধভাৱে বসবাস কৰি আহিছিল। উচ্ছেদ অভিযানৰ পূৰ্বে একাংশ পৰিয়ালে স্ব-ইচ্ছাই সেই স্থান ত্যাগ কৰে। প্ৰশাসনে আজি সেই স্থানত উপস্থিত হৈ অৱশিষ্ট পৰিয়ালৰ...

June 16, 2025 7:38 PM

views 11

লখিমপুৰত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপন, উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত কেইবাটাও প্ৰকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজীয়াৰ কমাৰ্টুপ, অঞ্চলত ২৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰে। ১৬ বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধনি...

June 16, 2025 1:50 PM

views 14

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি দিনৰ ১১ বজাত কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে।পৰীক্ষাৰ্থী তথা ইচ্ছুক ব্যক্তিয়ে ফলাফলসমূহ পি ডি এফ আকাৰত চাব পাৰিব। পৰীক্ষাৰ্থীসকলে পৰিষদৰ ৱেবছাইট sebaonline.orgত ফলাফল লাভ কৰাৰ লগতে মার্কশিট ডাউনল'ড কৰিব পাৰিব।

June 16, 2025 1:48 PM

views 24

লখিমপুৰত আজি কেইবাটাও প্রকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি লখিমপুৰ জিলাত কেইবাটাও প্রকল্প আৰু আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বেবেজীয়াৰ কমাৰ্টুপ, অঞ্চলত ২৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া কেন্দ্ৰীয় সামূহিক ৰান্ধনিঘৰৰ আধাৰশিলা স্থাপন কৰিব। ১৬ বিঘাৰো অধিক ভূমি সামৰি এই ৰান্ধ...

June 16, 2025 1:46 PM

views 15

তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পুনৰ কিছু সালসলনি

বৰ্দ্ধিত গ্রীষ্ম প্রবাহৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী পুনৰ কিছু সালসলনি কৰা হৈছে। আজিৰে পৰা জিলাখনত পাঠদানৰ সময় পুৱা চাৰে ৭ বজালৈ আগুৱাই অনা হৈছে। নিম্ন প্রাথমিক শ্ৰেণীৰ ছুটীৰ সময় দিনৰ চাৰে ১১ বজা, মজলীয়া বিদ্যালয়ৰ ছুটীৰ সময় দিনৰ ১২ বজাত আৰু উচ্চতৰ মাধ্যমি...

June 16, 2025 1:43 PM

views 29

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ উল্লেখনীয় সফলতা লাভ

যোৰহাটৰ বাহনা মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উল্লেখনীয় সফলতা লাভ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰতিষ্ঠা নাজিবে বিশ্ববিদ্যালয়ৰ ভিতৰত চতুর্থ স্থান, পবান মিলিয়ে পঞ্চম স্থান আৰু জিন্টু বৰাই চতুর্দশ স্থান লাভ কৰিছে। পদার্থ বিজ্ঞানত ...

June 16, 2025 1:42 PM

views 80

অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান বিভাগৰ প্রকাশ

উৎকট গৰমৰ পাছত এতিয়া উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰৱেশ ঘটিছে যাৰ প্ৰভাৱত অহা কিছুদিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আঞ্চলিক বতৰ বিজ্ঞান বিভাগে প্রকাশ কৰিছে। কোনো কোনো অঞ্চলত ধুমুহা, বতাহেৰে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছ...

June 16, 2025 1:40 PM

views 13

চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি

চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত মেলেৰীয়া ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। জিলাখনৰ স্বাস্থ্য বিভাগৰ বিষয়াই প্রকাশ কৰা অনুসৰি জিলাখনৰ উত্তৰ অঞ্চলৰ ভাৰত- ভূটান সীমান্তৰ এলেকাৰ লগতে বনগাঁৱতো মেলেৰীয়া ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে। জিলাখনৰ নিৰীক্ষণকাৰী বিষয়া প্ৰকাশ কৰা অনুসৰি সম্প্ৰতি জিলাখনৰ ২৯১ গৰাকী লোক এই ৰোগত ...

June 16, 2025 1:38 PM

views 18

শিৱসাগৰ বান আৰু খহনীয়া সমস্যা সমাধান কৰাৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ’ব বুলি পীযূষ হাজৰিকাৰ ঘোষণা

শিৱসাগৰ বিধানসভাৰ এলেকাৰ বান আৰু খহনীয়া সমস্যা সমাধান কৰাৰ বাবে ২০০ কোটি টকা ব্যয় কৰা হ'ব বুলি জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই ঘোষণা কৰিছে। এ ডি বি আঁচনি অনুসৰি এই ২০০ কোটি টকাৰে শিৱসাগৰ সমষ্টিৰ ২০ কিলোমিটাৰ মথাউৰিৰ লগতে ছখন শুইছ গে’টৰ মেৰামতিৰ কামো কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কালি সন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।