আঞ্চলিক সংবাদ

June 18, 2025 1:22 PM

views 19

বি টি চি নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্রকাশৰ জাননী জাৰি

ৰাজ্যিক নির্বাচন আয়োগে কালি বি টি চি নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্রকাশৰ জাননী জাৰি কৰে। এই অনুসৰি কাইলৈ ফটোযুক্ত ভোটাৰ তালিকা প্রকাশৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হ'ব আৰু ২২ জুলাইত খচৰা তালিকা প্রকাশ পাব। ৫ আগষ্টৰ ভিতৰত দাবী আৰু আপত্তি দাখিল কৰিব পৰা হ'ব আৰু ১১ আগষ্টৰ ভিতৰত এইবোৰ নিষ্পত্তি কৰা হ'ব। ১৩...

June 18, 2025 1:16 PM

views 32

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনলাইন সঁহাৰি প’ৰ্টেল মুকলি

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নেতৃত্বত দেশত প্ৰথমবাৰৰ বাবে সম্ভাৱ্য দুৰ্যোগৰ প্ৰস্তুতি, সঁহাৰি, সাহায্য আৰু পুনৰুদ্ধাৰ প্ৰচেষ্টাত অংশীদাৰ হিচাপে জনসাধাৰণক প্ৰাধিকৰণৰ সৈতে সহযোগ কৰিবলৈ এটা অনলাইন সঁহাৰি প'ৰ্টেল মুকলি কৰা হৈছে। ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখ...

June 18, 2025 1:11 PM

views 15

সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনজাতীয় কেইবাটাও সংগঠনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ

অসম মৰাণ সভা, সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনজাতীয় কেইবাটাও সংগঠনে কালি ডিব্ৰুগড়ৰ অসম সচিবালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জনগোষ্ঠীটোৰ বহুকেইটা দাবী উপস্থাপন কৰে । সংগঠনকেইটাই মৰাণ জনজাতিক জনজাতিকৰণৰ মৰ্যাদা প্রদান, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, অৰুণাচল প্ৰদেশত বাস ক...

June 17, 2025 9:11 PM

views 12

শিৱসাগৰত বিগত কেইবাদিনো ধৰি হৈ থকা গেছ নিৰ্গমনৰ বুজ ল’লে মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে আজি শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈল ক্ষেত্ৰৰ অধীনৰ ১৪৭ নম্বৰ ৰীগত বিগত কেইবাদিনো ধৰি হৈ থকা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগমে চলাই থকা প্ৰচেষ্টাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয...

June 17, 2025 9:05 PM

views 40

অসম-অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সন্দৰ্ভত পঞ্চমলানি আলোচনা

অসম আৰু অৰুণাচল প্ৰদেশৰ দীৰ্ঘদিনীয়া সীমা সমস্যা পাৰস্পৰিক বুজা-পৰাৰ মাধ্যমেৰে সমাধান কৰাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে আজি পঞ্চমলানি আলোচনাত মিলিত হয়। চুবুৰীয়া ৰাজ্য দুখনৰ সীমা সমস্যা নিষ্পত্তিকৰণৰ বাবে গঠিত ধেমাজি আৰু অৰুণাচল প্ৰদেশৰ পূব আৰু নামনি ছিয়াং জিলাৰ আঞ্চলিক সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠ...

June 17, 2025 8:35 PM

views 20

অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ IAS বিষয়া পৱিত্ৰ ৰাম খাউণ্ড, প্ৰভাতী থাউছেনৰ অসম লোকসেৱা আয়োগৰ সদস্য ৰূপে শপত গ্ৰহণ

ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া পৱিত্ৰ ৰাম খাউণ্ড আৰু প্ৰভাতী থাউছেনে আজি অসম লোকসেৱা আয়োগৰ সদস্য ৰূপে শপত গ্ৰহণ কৰিছে। আজি গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠানত এটা আৰম্বড়পূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰীখাউণ্ড আৰু শ্ৰীথাউছেনক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱা...

June 17, 2025 8:22 PM

views 15

২০ ছেপ্তেম্বৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ প্ৰভাতী বিমান সেৱা আৰম্ভ

ডিব্ৰুগড়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি অহা ২০ ছেপ্তেম্বৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ প্ৰভাতী বিমান সেৱা আৰম্ভ হ'ব। সেইদিনাই যোৰহাটৰ পৰা নতুন দিল্লীলৈ আন এখন নতুন বিমানৰ উৰণো আৰম্ভ হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ তিনিখন জিলা ডিব্ৰুগড়, লখিমপুৰ আৰু শিৱসাগৰ ভ্ৰমণ সামৰি ডিব্ৰু...

June 17, 2025 12:48 PM

views 11

শিৱসাগৰৰ গেছ নিৰ্গমণ থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ, আশ্ৰয় শিবিৰৰ লোকসকলৰে মতবিনিময়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ ১৪৭ নম্বৰ ৰীগত হোৱা গেছ নির্গমণ থলীত উপস্থিত হৈ আশ্রয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে গেছ নির্গমণ ৰোধ কৰাৰ বাবে অনতিপলমে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰে। ভটীয়াপাৰ...

June 17, 2025 12:46 PM

views 15

নতুন দিল্লীত অসমৰ বানবিষয়ক মানচিত্ৰ মুকলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি অসমৰ বানবিষয়ক এখন মানচিত্ৰ মুকলি কৰে। উপগ্ৰহৰ তথ্যৰ সহায়ত ৰাজ্যৰ বান ব্যৱস্থাপনা গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ কেন্দ্রই ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অনুৰোধ মৰ্মে ১৯৯৮ৰ পৰা ২০২৩ চনলৈকে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰি যুগুত কৰা মানচিত্ৰখন শ্ৰীশ্বাহে...

June 17, 2025 12:43 PM

views 11

দেশত ২০২৬ চনৰ ১ অক্টোবৰ আৰু ২০২৭ৰ ১ মাৰ্চৰ পৰা দুটা পৰ্যায়ত হ’ব লোকপিয়ল

২০১১ চনৰ পাছত দুটা পৰ্যায়ত ভাৰতত প্ৰথমটো লোকপিয়ল অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত দেশৰ মহাপঞ্জীয়কে জাৰি কৰা অধিসূচনা গৃহ মন্ত্ৰ্যালয়ৰ অধীনৰ ৰাজপত্ৰিকাত প্ৰকাশ পাইছে। কেন্দ্রীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰা অনুসৰি লাডাখৰ দৰে তুষাৰপাত হোৱা ৰাজ্যৰ বাবে ২০২৬ চনৰ ১ অক্টোবৰ আৰু দেশৰ আন ৰাজ্যৰ বাবে ২০২৭ৰ ১ মাৰ্চ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।