আঞ্চলিক সংবাদ

June 17, 2025 12:42 PM

views 12

মহাকাশ প্রযুক্তি তথা উপগ্ৰহৰ প্ৰতিবিম্বৰ সহায়ত অসম-নাগালেণ্ডৰ সীমা সমস্যাৰ শান্তিপূর্ণ সমাধানৰ প্ৰচেষ্টা

অসম আৰু নাগালেণ্ডৰ সীমা সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত আছে আৰু মহাকাশ প্রযুক্তি তথা উপগ্ৰহৰ প্ৰতিবিম্বৰ সহায়ত এই সমস্যাৰ শান্তিপূর্ণ সমাধান উলিওৱা হ'ব। কেন্দ্ৰীয় বিজ্ঞান প্রযুক্তি আৰু ভূ-বিজ্ঞান দপ্তৰৰ স্বতন্ত্র ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্র সিঙে কালি নাগালেণ্ডত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়,...

June 17, 2025 12:39 PM

views 23

সাংসদ অজিত কুমাৰ ভূঞাক সাংসদ পুঁজি ব্যয় কেলেংকাৰিৰ গোচৰত মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষৰ সোধা-পোছা

ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাক কালি সাংসদ পুঁজি ব্যয় কেলেংকাৰিৰ গোচৰত মুখ্যমন্ত্রী বিশেষ তদাৰকী কোষে সোধা-পোছা কৰে। দিনৰ প্ৰায় চাৰে ১১ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ তদন্তকাৰী সংস্থাটোৱে সাংসদগৰাকীক বিভিন্ন বিষয়ক লৈ প্ৰশ্ন কৰে। জেৰাৰ সময়ছোৱাত সাংসদ ভূঞাই তদাৰকী কোষক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়ায...

June 17, 2025 12:37 PM

views 7

ছিউল ৱৰ্ল্ড এক্সপ’-২০২৫লৈ বিশিষ্ট কবি, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক ৰাজীৱ বৰুৱা আমন্ত্ৰিত

ছ'চাইটী অৱ কোৰিয়ান পয়েটছে আয়োজন কৰা ছিউল ৱৰ্ল্ড এক্সপ’-২০২৫ লৈ বিশিষ্ট কবি, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন কেন্দ্ৰ সঞ্চালক ৰাজীৱ বৰুৱা আমন্ত্ৰিত হৈছে। অহা ২৯ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈ ছিউলৰ কনকুক বিশ্ববিদ্যালয়ত কবিতা আৰু সাহিত্যৰ এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱ অনুষ্ঠিত হ'ব। মানৱতা আৰু শান্তি শীর্...

June 17, 2025 12:33 PM

views 9

মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ সময়সূচী ঘোষণা, গুৱাহাটীত হ’ব ৪খন মেচ

অহা ৩০ ছেপ্তেম্বৰৰ পৰা ভাৰতত হ'বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সময়সূচী ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট কন্ট্রোল ব'র্ডে জানিবলৈ দিয়া মতে এই প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ চাৰিখন খেল গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ব'ৰ্ডৰ সচিব দেৱজিৎ শ‍ইকীয়াই কয়, যে বর...

June 17, 2025 12:31 PM

views 40

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৫ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল ...

June 17, 2025 9:48 AM

views 24

উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে চত্তিশগড়, কৰ্ণাটক, পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰ আৰু ওড়িশাত অহা দুই-তিনি দিনত মুষলধাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা দুইৰ পৰা তিনিদিনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লগতে চত্তিশগড়, কৰ্ণাটকৰ উপকূলীয় অঞ্চল, পশ্চিমবংগ, গুজৰাট, গোৱা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ওড়িশাত মুষলধাৰ বৰষুণৰ আগলি বতৰা জাৰি কৰিছে। বিভাগে আজি সৌৰাষ্ট্ৰ আৰু কছৰ ঠাই বিশেষে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰ...

June 17, 2025 9:47 AM

views 15

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিঙত ইজৰাইলৰ আক্রমণ

ইৰানৰ চৰকাৰী সম্প্ৰচাৰ কেন্দ্ৰ ইছলামিক ৰিপ্লাবিক অৱ ইৰান ব্ৰডকাষ্টিং চমুকৈ আই আৰ আই বিৰ ওপৰত ইজৰাইলে আক্রমণ চলাই ইয়াৰ আন্তঃগাঁথনি ধ্বংস কৰে। ইজৰাইলৰ সামৰিক বিষয়াই জনোৱা অনুসৰি ইৰানৰ সকলো ধৰণৰ আন্তঃগাঁথনি ধ্বংস কৰি দিয়াৰ অংশ হিচাপে এই সম্প্ৰচাৰ কেন্দ্ৰটোতো আক্ৰমণ চলোৱা হৈছে। উল্লেখযোগ্য যে ইৰান আৰ...

June 16, 2025 8:52 PM

views 8

কেন্দ্ৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ডিব্ৰুগড়ত বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ ১১ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ডিব্ৰুগড়ত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্রী প্রশান্ত ফুকনে অংশ লৈ চৰকাৰখনে জনসাধাৰণৰ সৰ্বাংগীণ বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপ আৰু আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। বৈঠকত মন্ত...

June 16, 2025 8:23 PM

views 8

শিৱসাগৰত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীৰ আঁচনি সন্দৰ্ভত বিভাগীয় মন্ত্ৰীৰ মন্তব্য

ৰাজ্যৰ ১০ খন জিলাত অহা অক্টোবৰত আৰম্ভ হ'বলগীয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ এখন আঁচনি সন্দৰ্ভত আজি শিৱসাগৰত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে অৱগত কৰে। এই আঁচনিৰ অধীনত গ্ৰাহকসকলক এক কিলোগ্ৰামকৈ মচুৰ দাইল, চেনি আৰু নিমখ সুলভ মূল্যত প্ৰদান কৰা হ'ব। আজ...

June 16, 2025 7:59 PM

views 13

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন উপলক্ষে ৰাজ্যত কাৰ্যসূচী অব্যাহত

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত কাৰ্যসূচী অব্যাহত আছে। বাক্সা জিলাৰ শালবাৰী মহাবিদ্যালয় খেলপথাৰত অহা ২১ জুনত যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কালি এই কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।