আঞ্চলিক সংবাদ

June 23, 2025 7:47 PM

views 18

১ জুলাইত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা ১ জুলাইত ইয়াৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালনৰ আয়োজন কৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে বিভাগটোৰ উত্তৰণৰ বাবে কাম কৰি যোৱা কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ বাতৰি বিভাগৰ লবীত স্থাপনৰ ব্যৱস্থা কৰিছে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়ো...

June 23, 2025 7:44 PM

views 29

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে’লৱেক পুনগঠন কৰাৰ পোষকতা সাংসদ গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈয়ে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ পৰা কাটিহাৰ আৰু আলিপুৰ দুৱাৰ মণ্ডলক পৃথক কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক সীমাৰেখাৰ ভিতৰত এন এফ ৰে'লৱেক পুনগঠন কৰাৰ পোষকতা কৰিছে। আজি কোকৰাঝাৰত অসম ৰে'ল যাত্ৰী সন্থাৰ বি টি আৰ শাখাৰ এটা প্ৰতিনিধি দলে তেওঁক সাক্ষাৎ কৰাৰ সময়ত শ্ৰীগগৈয়ে এই মত প্ৰকাশ কৰে। তেওঁ ক...

June 23, 2025 7:18 PM

views 33

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস হৈছে। আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মহনে এই বিষয়ে আমাৰ সংবাদদাতাক অৱগত কৰে। আজি মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে বিগত ১...

June 23, 2025 7:12 PM

views 18

৩০ জুনৰ ভিতৰত খাদ্য আৰু অসামৰিক বিভাগে হিতাধিকাৰীক E-KYC পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ আহ্বান

খাদ্য আৰু অসামৰিক বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ অহা ৩০ জুনৰ ভিতৰত E-KYC পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ নির্দেশ মর্মে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ...

June 23, 2025 7:05 PM

views 15

কোকৰাঝাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত হিতাধিকাৰীসকলৰ মাজত অসম চৰকাৰৰ আর্থ-সামাজিক সজাগতা কাৰ্যসূচী

কোকৰাঝাৰ জিলাৰ নয়েক গাঁৱৰ কাক্রিকোলা খেলপথাৰত আজি চৰকাৰে হিতাধিকাৰীসকলৰ মাজত আর্থ-সামাজিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে। এই অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ সৈতে জনসাধাৰণক পোনপটীয়াকৈ জড়িত কৰোৱাৰ লগতে চৰকাৰৰ মূল পদক্ষেপসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰা। ইয়াৰ উপৰি তৃণমূল প...

June 23, 2025 6:58 PM

views 13

অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে উত্তৰ-পূব দক্ষতা কেন্দ্ৰৰ বিনামূলীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা

অসম দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত উত্তৰ-পূব দক্ষতা কেন্দ্ৰই অনুসূচিত জাতিৰ যুৱক-যুৱতীসকলৰ বাবে এটা বিনামূলীয়া বৃত্তিমূলক প্ৰশিক্ষণৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। অসম দক্ষতা বিশ্ববিদ্যালয়ৰ অধীনৰ এবছৰীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৩১ জুলাই ধাৰ্য কৰা হৈছে। নামভৰ্তিৰ ক্ষেত্ৰত প্ৰথম...

June 23, 2025 6:54 PM

views 19

ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সম্বৰ্ধনা

শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখত শিক্ষা আৰু ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰা ৬৯ গৰাকী প্ৰতিভাশালী যুৱক-যুৱতীক সম্বৰ্ধনা জনায়। মিছিং ছাত্র সংগঠন টাকাম মিছিং পৰিণ কেবাঙৰ উদ্যোগত অনুষ্ঠিত সম্বর্ধনা অনুষ্ঠানটোত উপস্থিত থাকি মন্ত্রী ডাঃ প...

June 23, 2025 6:02 PM

views 16

আন্তর্জাতিক অলিম্পিক দিৱস উপলক্ষে তেজপুৰৰ প’ল’ ফিল্ডত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন

আন্তর্জাতিক অলিম্পিক দিৱস উপলক্ষে তেজপুৰৰ প’ল' ফিল্ডত আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় জলপথ আৰু জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অলিম্পিক শিখা প্রজ্বলন কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোৰ্ছা, দৌৰবিদ হিমা দাস, লোকসভাৰ সাংসদ ৰঞ্জিত দত্ত, অস...

June 23, 2025 5:57 PM

views 21

নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত

যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰ নগৰ বানৰ কৱলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ যোৱাৰ লগতে ঐতিহাসিক ৰংঘৰৰ চাৰিওফালে পানী জমা হৈছে। নগৰখনৰ নলা-নৰ্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবেই এই ঐতিহাস...

June 23, 2025 5:47 PM

views 32

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ প্ৰতিষ্ঠাৰ ৭৪ সংখ্যক দিৱস পালন

অসমৰ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে আজি ইয়াৰ প্ৰতিষ্ঠাৰ ৭৪ সংখ্যক দিৱস পালন কৰিছে। কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ডিফু চহৰৰ ছাৰছিং টেন লাংকুং হাবে টাউন হলত পুৱা প্ৰতিষ্ঠা দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।