আঞ্চলিক সংবাদ

June 22, 2025 11:44 AM

views 11

ৰাজ্যত প্রসূতিৰ মৃত্যুৰ হাৰ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্য চৰকাৰে চাহ বাগিচা অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ উন্নয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰাৰ ফলস্বৰূপে ৰাজ্যত প্রসূতিৰ মৃত্যুৰ হাৰ আৰু নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, যে চাহ বাগিচাসমূহৰ লাখ লাখ মহিলাৰ বাবে আর্থিক সাহা...

June 22, 2025 11:36 AM

views 33

ৰাজ্যত সম্পূর্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া আৰম্ভ

ৰাজ্যত সম্পূর্ণ নতুন পদ্ধতিৰে গাঁও পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। জিলা আয়ুক্তই নিয়োগ কৰা বিষয়াই পঞ্চায়তৰ জনপ্রতিনিধিসকলক গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়। ইয়াৰ পাছতে সংশোধিত পঞ্চায়ত আইন অনুসৰি এইবাৰ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সদস্যই গোপন ভোটৰ জৰিয়তে নিজ নিজ গাঁও পঞ্চায়তৰ সভাপতি আৰু উপ-...

June 22, 2025 11:28 AM

views 15

ৰাজ্যত অপৰাধৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগতে গোচৰৰ অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি

ৰাজ্যত অপৰাধৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগতে গোচৰৰ অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি পাইছে। শেহতীয়াকৈ অসম আৰক্ষীৰ তৎপৰতাৰ বাবে দোষী সাব্যস্তকৰণ প্রক্রিয়াও বৃদ্ধি পাইছে। আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙৰ অধ্যক্ষতাত বাজ্যিক আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত অসম আৰক্ষীৰ মাহিলী অপৰাধ পর্যালোচনা বৈঠকত এই তথ্য প...

June 22, 2025 11:25 AM

views 27

শিৱসাগৰৰ ভটিয়াপাৰত ৰীগৰ পৰা গেছ নির্গমন নিয়ন্ত্ৰণ কৰাত অগ্রগতি লাভ কৰা বুলি অ’ এন জি চিৰ প্ৰকাশ

অ' এন জি চিয়ে শিৱসাগৰৰ ভটিয়াপাৰত ৰীগৰ পৰা গেছ নির্গমন নিয়ন্ত্ৰণ কৰাত অগ্রগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। অ’ এন জি চিয়ে গেছ নির্গমনৰ হাব যথেষ্ট হ্ৰাস পোৱা বুলি জানিবলৈ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষজ্ঞ দলে কালি নির্গমনস্থলীৰ পৰিস্থিতিৰ প্ৰাৰম্ভিক মূল্যায়ণ কৰে আৰু বৰ্তমানলৈ অ' এন জি চিৰ দলে গ্ৰ...

June 22, 2025 11:21 AM

views 26

গুৱাহাটীৰ শক্তিপীঠ কামাখ্যা মন্দিৰত আজিৰে পৰা অম্বুবাচী মহাযোগ

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। আজি বিয়লি ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হ'ব। পুনৰ ২৬ জুনত নিবৃত্তিৰ লগে লগে মন্দিৰ পৰিষ্কাৰ কৰি দেৱীৰ পূজা-অৰ্চনাৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা ...

June 22, 2025 11:12 AM

views 19

৪৯ গৰাকী ৰাজপত্রিত বিষয়াৰ পুনৰ মকৰলৰ কাৰণে দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক দুর্ভাগ্যজনক আখ্যা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ৪৯ গৰাকী ৰাজপত্রিত বিষয়াৰ পুনৰ মকৰলৰ কাৰণে দিয়া ৰায়ক দুর্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব বুলি কালি জানিবলৈ দিয়ে। ৰাজ্যত সম্প্ৰতি স্বচ্ছতা আৰু মেধাৰ ভিত্তিত ১০০ শতাংশ নিযুক্তি প্রক্রিয়...

June 21, 2025 7:16 PM

views 22

আজি অসমৰ প্ৰথমখন দুচকীয়া বাহন পঞ্জীয়নৰ হালধীয়া নম্বৰপ্লেট প্ৰদান

অসম চৰকাৰে বাণিজ্যিকভাৱে মটৰ চাইকেল, টেক্সী সেৱাত ব্যৱহাৰ কৰা দুচকীয়া বাহনৰ নম্বৰ প্লেট হালধীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণৰ অংশ হিচাপে আজি অসমৰ প্ৰথমখন হালধীয়া নম্বৰপ্লেটৰ দুচকীয়া বাহন পঞ্জীয়নৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ পৰা আজি নগাঁও জিলাৰ লাহৰিঘাটৰ সুমন...

June 21, 2025 7:14 PM

views 51

যোৰহাটত অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্ৰতিনিধি দলৰ বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ পৰিদৰ্শন

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ প্ৰতিনিধি দলে আজি যোৰহাট জিলাৰ লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্রকল্প, অসম কৃষি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে। সমিতিৰ অধ্যক্ষ তথা বিধায়ক নুৰুল হুদাৰ নেতৃত্বত যোৱা দলটোৱে যোৰহাট এ টি ৰোডত গছপুলি ৰোপণ কৰাৰ লগতে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজ ...

June 21, 2025 7:12 PM

views 24

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে ড° জিতেন হাজৰিকাৰ দায়িত্বভাৰ গ্ৰহণ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জিতেন হাজৰিকাই আজি শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচার্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। এই দায়িত্বভাৰ গ্ৰহণ অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, পৰীক্ষা নিয়ন্ত্ৰক ইৰিঞ্জিত হাজৰিকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত...

June 21, 2025 7:10 PM

views 97

অ’ এন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ প্ৰচেষ্টা অব্যাহত

শিৱসাগৰ জিলাৰ ভটিয়াপাৰত অ' এন জি চিৰ ৰীগৰ পৰা গেছ নিগমন ৰোধ কৰিবলৈ আজি দশম দিনাও চেষ্টা অব্যাহত আছে। আমেৰিকাৰ পৰা অহা তিনিজন বিশেষজ্ঞই কেপিং পদ্ধতি প্রয়োগেৰে গেছ নিগমন ৰোধ কৰিবলৈ নিৰন্তৰ চেষ্টা চলাই আছে। ইপিনে ফুকন নগৰত থকা এছ কে পেট্ৰ'ৰ মুখ্য কাৰ্যালয়ত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।