আঞ্চলিক সংবাদ

June 24, 2025 8:20 PM

views 9

ভৈৰৱী-চাইৰাং ৰে’লপথছোৱাৰ সুৰংগসমূহত মিজো সংস্কৃতি প্ৰতিফলিত কৰা চিত্ৰ অংকন

উত্তৰ-পূৱ সীমান্ত ৰে'লৱে মিজোৰামৰ ৰাজধানী আইজলক সংযোগ কৰা ভৈৰৱী-চাইৰাং ৰে'লপথছোৱাৰ সুৰংগসমূহ মিজো সংস্কৃতি, ঐতিহ্য, নৃত্য আৰু জনজীৱন প্ৰতিফলিত কৰা চিত্ৰৰে সজাই তুলিছে। মুঠ ৫ হাজাৰ ২১ কোটি ৪৫ লাখ টকা ব্যয়সাপেক্ষ এই ৰে'লপথছোৱাক ৰে'লগাড়ী চলাচলৰ উপযোগী বুলি যোৱা ১০ জুনত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ সুৰক্...

June 24, 2025 8:17 PM

views 13

ডিব্ৰুগড়ত তৃতীয় পৰ্যায়ৰ অৰুনোদয় আঁচনিৰ সফল ৰূপায়ন সন্দৰ্ভত বৈঠক

ডিব্ৰুগড় জিলাত তৃতীয় পৰ্যায়ৰ অৰুনোদয় আঁচনিৰ সফল ৰূপায়ন নিশ্চিত কৰাৰ বাবে ৰাজ্যৰ মন্ত্ৰী প্ৰশান্ত ফুকন আৰু জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত আজি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই আঁচনিৰ সফল ৰূপায়ণৰ বাবে প্ৰত্যেক জিলাতে একোখনকৈ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি গঠন...

June 24, 2025 8:15 PM

views 13

ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ গেছ নির্গমন অহা দুই-এদিনৰ ভিতৰতে নিয়ন্ত্ৰিত হোৱাৰ আশা

শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদটোৰ পৰা হোৱা গেছ নির্গমন অহা দুই-এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। তিনিগৰাকী মার্কিন তৈলখাদ বিশেষজ্ঞ – কেনেট ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকড’নাল্ডৰ তত্বাৱধানত গেছ নির্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্যা...

June 24, 2025 8:13 PM

views 34

অ’ এন জি চিক পৰিবেশ আইন ভংগ কৰাৰ বাবে কাৰণ দশোৱাৰ জাননী জাৰি

প্ৰদূষণ নিয়ন্ত্রণ বোর্ডে তেল আৰু প্ৰাকৃতিক গেছ লিমিটেড চমুকৈ অ' এন জি চিক পৰিবেশ আইন ভংগ কৰাৰ বাবে কাৰণ দশোৱাৰ জাননী জাৰি কৰিছে। অ' এন জি চিৰ খননক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ খনন কাৰ্য আৰম্ভ কৰাৰ বাবে হোৱা অনিয়ন্ত্রিত গেছ নির্গমন অভিযোগত বোর্ডে এই জাননী জাৰি কৰিছে। পৰিবেশ নিয়ন্ত্রণ বোর্ডে ...

June 24, 2025 8:10 PM

views 13

হাফলং আৰু শিলচৰৰ মাজত যান-বাহনৰ চলাচল বন্ধ

ডিমা হাচাও জিলাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাগিংগা আৰু লাম্পু খণ্ডত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে হাফলং আৰু শিলচৰৰ মাজত যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে। জিলা আয়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ সীমান্ত কুমাৰ দাসে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত জাৰি কৰা এটা নি...

June 24, 2025 8:08 PM

views 23

হাহিলা, উপদ আৰু কুমৰি বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ

ৰাজ্য চৰকাৰে গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰৰ ভাণ্ডাৰ হাহিলা, উপদ আৰু কুমৰি বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ উপৰি পৰ্যটন ক্ষেত্ৰ হিচাপে ৰূপায়ণৰ পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শেহতীয়াকৈ দখলকাৰীক উচ্ছেদ কৰা হাহিলা বিল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়। ড° শৰ্মাই...

June 24, 2025 7:08 PM

views 14

লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে’লসেৱা বাতিল

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰে'লপথত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে'লসেৱা যোৱানিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই জনোৱা মতে ইয়াৰ ফলত ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ আৰু ১৫৬১২ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ আৰু ...

June 24, 2025 1:05 PM

views 24

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম

● অৰুণাচল প্ৰদেশৰ উৎস অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নীপকোৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙানদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল'বলগীয...

June 24, 2025 1:01 PM

views 28

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা দুজন বাংলাদেশী নাগৰিকক

● ৰে'ল আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা কালি সন্ধিয়া দুজন বাংলাদেশী নাগৰিকক আটক কৰে। ৰে’ল সুৰক্ষা বাহিনীয়ে সন্দেহজনকভাৱে ষ্টেচনত ঘূৰি ফুৰা গোলাম ৰাববানী নামৰ লোকজনক আটক কৰাৰ কিছু সময়ৰ পাছতে গোলামৰ ভাতৃ আশাৰুল ইছলামকো আটক কৰে। বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ লোক দুজনে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা...

June 24, 2025 12:58 PM

views 36

ভটিয়াপাৰত ১৪৭ নম্বৰ তৈলখাদৰ গেছ নিৰ্গমন আগন্তুক দুই-এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা

শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদটোৰ পৰা হোৱা গেছ নিৰ্গমন অহা দুই- এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। তিনিগৰাকী মার্কিন তৈলখাদ বিশেষজ্ঞ - কেনেট ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকড’নাল্ডৰ তত্বাৱধানত গেছ নির্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।