আঞ্চলিক সংবাদ

June 23, 2025 5:38 PM

views 41

ভটিয়াপাৰত অ’ এন জি চিৰ ৰীগৰ গেছ নিৰ্গমন নিয়ন্ত্ৰণত বিশেষজ্ঞ দলৰ উল্লেখনীয় অগ্রগতি লাভ

তেল আৰু প্ৰাকৃতিক গেছ নিগম অ' এন জি চিয়ে আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। শিৱসাগৰৰ ভটিয়াপাৰত থকা অ এন জি চিৰ ৰীগৰ পৰা যোৱা ১২ দিনে হৈ থকা গেছ নির্গমন নিয়ন্ত্ৰণৰ বাবে সকলো নিয়ম মানি চেষ্টা চলাই থকা হৈছে বুলি প্ৰতিষ্ঠানটোৰ প্ৰৱন্ধকে জানি...

June 23, 2025 3:32 PM

views 31

২২ জুনৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ অনুষ্ঠিত

● বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত কালিৰে পৰা ৫দিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। কালি প্রথম দিনটোতে তীব্ৰ গৰমকো নেওচি দেশী-বিদেশী লক্ষাধিক ভক্তৰ ভিৰেৰে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰি জাৰ্মানীকে ধ...

June 23, 2025 11:50 AM

views 26

আজি ৭৪ সংখ্যক কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালনৰ আয়োজন

পশ্চিম কাৰ্বি আংলঙৰ জিলাখনৰ হামৰেণত থকা কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগনত আজি ৭৪ সংখ্যক কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালনৰ আয়োজন কৰা হৈছে। ডিফু চহৰৰ ছাৰছিং টেৰন লাংকুং হাবে টাউন হলত পুৱা ৮ বজাৰ পৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হ'ব। দিনৰ ১০ বজাত কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু তিছৱে মুকলি সভাৰ অনুষ...

June 23, 2025 11:48 AM

views 11

কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ আৰম্ভ

বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত কালিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ আৰম্ভ হৈছে। কালি প্ৰথম দিনটোতে তীব্র গৰমকো নেওচি দেশী-বিদেশী লক্ষাধিক ভক্তৰ ভিৰেৰে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰি জার্মানীকে ধৰি...

June 22, 2025 7:47 PM

views 31

শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচীৰ মহাযোগ আৰম্ভ

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজি অম্বুবাচীৰ মহাযোগ আৰম্ভ হয়। আজি দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ৩ দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হয়। ২৬ জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱীস্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব...

June 22, 2025 7:42 PM

views 17

বহনক্ষম খাৰিফ পিঁয়াজৰ খেতিৰ জৰিয়তে গ্রাম্য জীৱিকা বৃদ্ধি কৰা শীৰ্ষক প্ৰকল্পত অনুমোদন

নাবাৰ্ডৰ কৃষি খণ্ডৰ প্ৰচাৰ পুঁজিৰ অধীনত বহনক্ষম খাৰিফ পিঁয়াজৰ খেতিৰ জৰিয়তে গ্রাম্য জীৱিকা বৃদ্ধি কৰা শীৰ্ষক এটা বিস্তাৰিত প্ৰকল্প প্রতিবেদন ভিত্তিক প্ৰকল্প উত্তৰ-পশ্চিম যোৰহাট কৃষক উৎপাদক কোম্পানীৰ বাবে অনুমোদন দিয়া হৈছে। বৈজ্ঞানিক পদ্ধতিৰে পিঁয়াজৰ কৃষিৰ জৰিয়তে গ্রাম্য জীৱিকা শক্তিশালী কৰাৰ উদ্...

June 22, 2025 7:37 PM

views 45

দুদিনীয়া কাৰ্যসূচীৰে সাংসদ গৌৰৱ গগৈৰ কোকৰাঝাৰ ভ্ৰমণ

অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰত দলীয় নেতা আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীগগৈয়ে পৰ্বতঝৰা বাছবাৰী, ফকিৰাগ্ৰাম আৰু শ্ৰীৰামপুৰলৈও যাব আৰু তাত তেওঁ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ দলীয় কৰ...

June 22, 2025 7:34 PM

views 21

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ ১০০% ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণৰ দিশে আগবাঢ়িছে

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনৰ ১০০ শতাংশ ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তা সন্দীপ কুমাৰে শেহতীয়াকৈ সমগ্ৰ অঞ্চলটোত নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা তিন...

June 22, 2025 7:31 PM

views 19

সুৰক্ষাৰ সকলো নিয়ম মানি গেছ নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত অ’ এন জি চিৰ

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ' এন জি চিৰ ৰীগৰ পৰা যোৱা ১১ দিনে হৈ থকা গেছ নির্গমন সম্পৰ্কত প্ৰতিষ্ঠানটোৰ প্ৰবন্ধক কে এন চাংমাই সংবাদ মাধ্যমক সম্বোধন কৰি সুৰক্ষাৰ সকলো নিয়ম মানি গেছ নিয়ন্ত্ৰণৰ চেষ্টা কৰি থকা বুলি জনায়। বিষয়াগৰাকীয়ে স্পষ্টকৈ কয়, যে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলৰ সহায়ত ঘটন...

June 22, 2025 11:49 AM

views 18

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বাক্সা আৰু চিৰাং জিলাত দুখনকৈ জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি বি টি আৰ ভ্ৰমণৰ সময়ত বাক্সা আৰু চিৰাং জিলাত দুখনকৈ জিলা কাৰাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বি টি আৰত ফৌজাদাৰী ন্যায় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে অবিৰত প্রচেষ্টা অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে। নৱনিৰ্মিত জিলা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।