June 26, 2025 11:21 AM
25
গোলাঘাটৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত দুজন যুৱকক আটক
গোলাঘাট জিলাৰ বোকাখাতৰ পাণবাৰী চি আৰ পি এফ শিবিৰত মঙলবাৰে নিশা সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংক্রান্তত আৰক্ষীয়ে দুজন যুৱকক আটক কৰিছে। এই ঘটনাত ব্যৱহৃত মটৰ চাইকেলখন চিনাক্ত কৰি আৰক্ষীয়ে মটৰ চাইকেলৰ গৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইপিনে, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰাৰম্ভিক তদন্তত...