May 26, 2025 8:51 PM May 26, 2025 8:51 PM
15
সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছেঃ জগদীপ ধনখড়
উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে। সমগ্র দেশে আজি আমাৰ সশস্ত্র বাহিনীৰ বীৰত্বক লৈ গৌৰৱ অনুভৱ কৰিছে। মধ্য প্ৰদেশৰ নৰসিংপুৰত ৩ দিনীয়াকৈ অনুষ্ঠিত কৃষি উদ্যোগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয়, যে প্র...