May 27, 2025 6:30 PM May 27, 2025 6:30 PM
6
মৰিগাওঁ মহাবিদ্যালয়ক স্বায়ত্ত শাসিত মহাবিদ্যালয় হিচাপে ঘোষণা
বিশ্ববিদ্যালয় অনুদান আয়োগে মৰিগাওঁ মহাবিদ্যালয়ক স্বায়ত্ত শাসিত মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ যুটীয়া সচিব মনোজ কুমাৰে এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগলৈ নিৰ্দেশনা জাৰি কৰিছে। কলা-বিজ্ঞান আৰু বাণিজ্য শাখাৰ মুঠ ১৯ টা বিষয়ৰ উপৰি কেইবাটাও ব...