July 2, 2025 7:58 PM
61
২২ টা নিৰ্বাচিত বিষয়ত গ্ৰন্থৰ পাণ্ডুলিপি প্ৰকাশৰ পৰিকল্পনা অসম প্ৰকাশন পৰিষদৰ
অসম প্ৰকাশন পৰিষদে অসমীয়া, বাংলা আৰু বড়োকে ধৰি অন্যান্য জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ ২২ টা নিৰ্বাচিত বিষয়ত গ্ৰন্থৰ পাণ্ডুলিপি প্ৰকাশৰ পৰিকল্পনা কৰিছে। ৰাজ্যৰ লেখক তথা বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক সামৰি পৰিষদে গ্রন্থবৰ্ষ ২০২৫ ফেলশ্বিপ' শীর্ষক প্রকল্প গ্রহণ কৰিছে। এই প্ৰকল্পৰ অধীনত লেখ...