June 7, 2025 10:25 AM June 7, 2025 10:25 AM
16
ডিব্ৰুগড় জিলা কৃষি বিভাগৰ কিষাণোদয় এপ আৰু ৱেবছাইট মুকলি
ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত কালি ডিব্ৰুগড় জিলা কৃষি বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত কিষাণোদয় এপ আৰু ৱেবছাইট আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলা প্ৰশাসনে প্রস্তুত কৰা কিষাণোদয় এপ আৰু ৱেবছাইটৰ জৰিয়তে কৃষকসকলে বিভিন্ন তথ্য লাভ কৰাৰ...