আঞ্চলিক সংবাদ

July 10, 2025 10:39 PM

views 12

অহা বছৰৰ জানুৱাৰীলৈ ৮০খন নতুন চাহ বাগিচা আদর্শ বিদ্যালয় উদ্বোধনৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চাহ বাগিচা অঞ্চলৰ আদৰ্শ বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ১১৮খন চাহ বাগিচা আদৰ্শ বিদ্যালয় আৰু ৫৭খন কেন্দ্ৰীয় মাধ্যমিক ...

July 10, 2025 10:36 PM

views 11

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাই জিলাই ডায়েৰীয়া প্ৰতিৰোধ অভিযান

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাই জিলাই ডায়েৰীয়া প্ৰতিৰোধ অভিযান অনুষ্ঠিত হৈছে। এই অভিযানৰ জৰিয়তে ডায়েৰীয়াত আক্ৰান্ত হৈ কোনো শিশুৰ যাতে মৃত্যু নহয় তাৰ বাবে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত নৱজাতকৰ পৰা ৫ বছৰ বয়সৰ সকলো শিশুকে সামৰি লোৱা হ'ব। জিলাখনৰ আশাকৰ্...

July 10, 2025 10:40 PM

views 30

অসমীয়া ভাষাক লৈ কেতিয়াও আপোচ কৰা নহ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা গ্রহণ কৰাৰ লগতে অসমীয়া ভাষালৈ অহা ভাবুকি প্ৰতিহত কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁলোকৰ চৰকাৰ থকা পর্যন্ত অসমীয়া ভাষাক লৈ চিন্তা কৰিবলগীয়া বিশেষ নাই বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গুৱাহাট...

July 10, 2025 12:56 PM

views 18

ৰাজ্যৰ বিত্ত বিভাগৰ দৰমহা নিৰিখৰ সামগ্ৰিক পুনৰীক্ষণৰ নিৰ্দেশ জাৰি

ৰাজ্যৰ বিত্ত বিভাগে চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰি থকা দৰমহা নিৰিখৰ সামগ্ৰিক পুনৰীক্ষণৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ বাবে প্ৰতিখন জিলাত একোখনকৈ পাঁচজনীয়া সমিতি গঠন কৰা হৈছে। পদোন্নতি, পদৰ উন্নীতকৰণ, এম এ চি পি, দৰমহা সংশোধনীকে ধৰি বিভিন্ন ক্ষেত্ৰত কৰ্মচাৰীসকলৰ দৰমহা নিৰিখ সংশোধনীৰ প্ৰয়োজন হয় আৰু এইক্ষে...

July 10, 2025 12:48 PM

views 35

ৰাজ্যৰ হিতাধিকাৰী বাছনি প্রক্রিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ শীঘ্ৰে আৰম্ভ কৰিব পৰাকৈ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে। চিৰাং জিলাত কালি বিভিন্ন জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এই নির্দেশ দিয়ে। তেওঁ জ...

July 9, 2025 7:55 PM

views 34

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ডায়েলাইছিছ কেন্দ্ৰ মুকলি

ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটা ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৱে বৃহত্তৰ কলিয়াবৰৰ ৰাইজক উপকৃত কৰিব। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে দেশৰ আগশাৰীৰ চিকিৎসালয় এপ'ল'ৰ সৈতে ৰাজ্য চৰক...

July 9, 2025 7:50 PM

views 14

শিশুক যৌন নিৰ্যাতনৰ গোচৰত দুজন অভিযুক্ত যাৱজ্জ্বীৱন কাৰাদণ্ড

কামৰূপ মহানগৰ জিলাৰ পকছ' আদালতে শিশুক যৌন নিৰ্যাতনৰ গোচৰত জয়ন্ত তালুকদাৰ নামৰ এজন লোকক যাৱজ্জীৱন কাৰাদণ্ড আৰু ১ লাখ টকা জৰিমনা বিহিছে। পল্টন বজাৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আদালতে লোকজনক এই শাস্তি বিহে। জালুকবাৰী থানাৰ আন এটা গোচৰত আজি আদালতে জানু বৰুৱা এজন লোকক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫০ হাজা...

July 9, 2025 7:46 PM

views 33

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাটৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি

নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ ৫ খন ৰাজহ চক্ৰ বানৰ কবলত পৰিছে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লগতে আন আন বিভাগসমূহে সন্মিলিত প্রচেষ্টাৰে তৎপপৰতা অৱলম্বন কৰিছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ...

July 9, 2025 7:42 PM

views 38

বিটিচি পৰিষদীয় নির্বাচনক লৈ পৰ্যবেক্ষকসকলৰে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ আলোচনা

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত বিটিচি পৰিষদীয় নির্বাচনক লৈ পৰ্যবেক্ষকসকলৰ সৈতে আলোচনাত মিলিত হয়। সভাপতি গগৈয়ে বৈঠকত পর্যবেক্ষকসকলৰ সৈতে বিটিআৰৰ ৪০ খন আসন সন্দৰ্ভত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰে। আলোচনাৰ অন্তত সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, যে বিটিআৰৰ ৪...

July 9, 2025 7:38 PM

views 15

কাজলগাঁৱত জিলা বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহ মুকলি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চিৰাঙৰ সদৰ কাজলগাঁৱত জিলা বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় গৃহটো মুকলি কৰে। জিলা বিজেপিৰ কাৰ্যালয় মুকলি হোৱাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সমাগত বিটিচি পৰিষদীয় নির্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।