July 12, 2025 6:16 PM
27
ভার্চুৱেল ব্যৱস্থাৰে দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক প্রধানমন্ত্ৰীৰ নিযুক্তিপত্ৰ বিতৰণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তিপত্ৰ বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে নিযুক্তি মেলাই যুৱ প্ৰজন্মৰ সৱলীকৰণ আৰু তেওঁলোকক বিকশিত ভাৰত গঢ়াৰ প্ৰক্ৰিয়াৰ অনুঘটক কৰি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচাইছে বুলি মন্তব্য কৰে...