আঞ্চলিক সংবাদ

July 14, 2025 6:50 PM

views 32

দিছপুৰৰ লোকসেৱা ভৱনত স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনত এখন বৈঠকত অংশ লৈ ছেপ্তেম্বৰত হ’বলগীয়া স্বাস্থ্য শিবিৰৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লয়। তেওঁ সংশ্লিষ্ট বিষয়াসকলক এই শিবিৰৰ বাবে সকলো কাম নিয়াৰিকৈ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ১৮ বছৰ অনূর্ধ ল'ৰা-ছোৱালীৰ বাবে ৰাজ্যজুৰি ...

July 14, 2025 11:03 AM

views 9

জিষ্ট নাগৰিক মঞ্চ, যোৰহাটৰ উদ্যোগত নাগৰিক সভা অনুষ্ঠিত

● জিষ্ট নাগৰিক মঞ্চ, যোৰহাটৰ উদ্যোগত কালি যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ ভৱিষ্যৎ মন্থন আৰু স্বতন্তৰীয়া বিকাশৰ ৰূপৰেখা নিৰ্ণয় সন্দৰ্ভত এখন নাগৰিক সভা অনুষ্ঠিত হয়। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিৰ...

July 14, 2025 10:59 AM

views 21

উত্তৰ গুৱাহাটীৰ ৰংমহল অগ্নিকাণ্ডত সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত

● যোৱা নিশা উত্তৰ গুৱাহাটীৰ ৰংমহল নাজিৰাখাটত সংঘটিত অগ্নিকাণ্ডত এখন সুলভ মূল্য দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মিভূত হয়। টংকেশ্বৰ দাস নামৰ এজন লোকৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডৰ সময়ত তেওঁৰ লগতে পৰিয়ালৰ লোকসকল শুই আছিল। অৱশ্যে এই অগ্নিকাণ্ডত পৰিয়ালটোৰ সদস্যসকল কথমপি ৰক্ষা পৰে। ছৰ্টছাৰ্কিট...

July 14, 2025 10:51 AM

views 20

হোজাইৰ কাকীত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাত নাট মঞ্চস্থ

■ হোজাইৰ এক নম্বৰ কাকী তিনি নম্বৰ গাঁৱৰ দ' ব্লকৰ নাট্যচৰাত যোৱা নিশা হোজাই জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰযোজনাত এখন নাট মঞ্চস্থ হয়। নাট্যকাৰ চম্পক শৰ্মাৰ মন তই নাকান্দিৰি শীৰ্ষক নাটখনি প্ৰবীন শ‍ইকীয়াই পৰিচালনা কৰে। স্থানীয় শিল্পীয়ে অভিনয় কৰা নাটখন উ...

July 14, 2025 10:46 AM

views 27

যোৰহাটৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

■ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি যোৰহাট জিলাৰ তিতাবৰত ৪টা পথৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। অঞ্চলটোৰ চাহ বাগিচাসমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে পৰিবহণ ব্যৱস্থা সুচল কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ২০২৪-২৫ বৰ্ষৰ বাবে নাবাৰ্ডৰ পুঁজিৰ অধীনত তিতাবৰ বিধানসভা সমষ্টি...

July 14, 2025 10:41 AM

views 24

তামুলপুৰত জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ

● বি টি আৰৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে কালি সন্ধিয়া তামুলপুৰত অনুষ্ঠিত এখন সভাত অংশগ্রহণ কৰি জাতীয় সংগঠন সমূহৰ ইতিবাচক মনোভাবৰ প্ৰশংসা কৰে। গয়বাৰী ব্লক ইউ পি পি এলৰ উদ্যোগত অনুষ্ঠিত এই সভাত বি টি আৰৰ প্ৰধানগৰাকীয়ে অঞ্চলটোৰ শতাধিক জ্যেষ্ঠ নাগৰিকৰ সৈতে মত-বিনিময় কৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক ব...

July 14, 2025 10:33 AM

views 29

বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়াৰ কথা প্ৰকাশ মুখ্যমন্ত্ৰীৰ

● ৰাজ্য চৰকাৰে বানপীড়িত অঞ্চলসমূহৰ মহিলা তথা শিশুসকলৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গোলাঘাট জিলাৰ কেইবাটাও আশ্রয় শিবিৰ পৰিদৰ্শন কৰি জিলাখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈ এই মত প্ৰকাশ কৰে। তেওঁ মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মিঠ...

July 13, 2025 8:27 PM

views 14

ৰাজ্যত নেপালী ভাষাৰ যশস্বী কবি সাহিত্যিক ভানুভক্ত আচাৰ্য্যৰ জয়ন্তী উদযাপন

ৰাজ্যৰ কেইবাখনো জিলাত আজি নেপালী ভাষাৰ যশস্বী কবি সাহিত্যিক, আদিকবিৰূপে বিভূষিত ভানুভক্ত আচাৰ্য্যৰ জয়ন্তী উদযাপন কৰা হয়। অসম গোর্খা সন্মিলনৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় শাখা সমিতিৰ সহযোগত আজি ৰৌমাৰী গোর্খা ভৱনত এই জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আদিকবিগৰাকীৰ জীৱন সম্পৰ্কে আলোকপাত ...

July 13, 2025 8:24 PM

views 16

তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটা বৰাক উপত্যকা ভ্ৰমণ

বৰাক উপত্যকাত তিনিদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই আজি কাছাৰ জিলাত বিভিন্ন আঁচনিৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ জিলাখনত চলি থকা বিভিন্ন আন্তঃগাঁথনি প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে। প্রকল্পসমূহৰ কামৰ মান আৰু গতি পৰিদৰ্শন কৰি তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ কৰ...

July 13, 2025 8:20 PM

views 15

গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত গুৱাহাটী শিশু মহোৎসৱত আজি সঁফুৰা বৃত্তি প্ৰদান কৰা হয়। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত সঁফুৰা বৃত্তি পৰীক্ষা আৰু সঁফুৰা টেলেণ্ট ডিছক’ভাৰী এনিমেচনত কৃত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।