June 19, 2025 11:38 AM June 19, 2025 11:38 AM
8
বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতিবহিঃভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব
■ অবৈধ বিদেশীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে বিদেশীক ঘূৰাই পঠিওৱাৰ নামত নীতিবহিঃভূতভাৱে কোনো লোকক চৰকাৰে আবদ্ধ কৰি ৰাখিব নোৱাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রকাশ কৰিছে। বিদেশী ঘোষিত গোৱালপাৰাৰ হাছিনুৰ নামৰ লোকজনক মোকলাই দিবলৈ উচ্চ ন্যায়ালয়ে গোৱালপাৰা আৰক্ষীক নিৰ্দেশ দিছে...