আঞ্চলিক সংবাদ

July 22, 2025 7:41 PM

views 15

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ গ্ৰহণ ৰাষ্ট্ৰপতিৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। শ্ৰী ধনখড়ে কালি স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি বিচাৰি ৰাষ্ট্ৰপতিগৰাকীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। ইপিনে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অব্যাহতি গ্ৰহণ কৰা জগদীপ ধনখড...

July 22, 2025 1:31 PM

views 13

গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পলৈ কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্তভাৱে ৫০ কোটি টকা

গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে ৫০ কোটি টকা মোকলাই দিছে। এই প্ৰকল্পটো অহা ডিচেম্বৰৰ ভিতৰত উদ্বোধন কৰাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কালি নতুন দিল্লীত কেন্দ্রীয় সংস্কৃতি মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটৰ সৈতে ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশ...

July 22, 2025 1:30 PM

views 6

নতুন-পুৰণিৰ সমাহাৰেৰে আদৰ্শ মহাবিদ্যালয়সমূহক আগবঢ়াই নিবলৈ চৰকাৰে লৈছে অভিনৱ পন্থাঃ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহৰ ৫০ শতাংশ পদত অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সপক্ষে কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যুক্তি দাঙি ধৰে। এই বিষয়টোক লৈ বিভিন্ন পক্ষই প্রতিবাদ সাব্যস্ত কৰিছে যদিও নতুন আৰু পুৰণিৰ সমাহাৰেৰে আদৰ্শ মহাবিদ্যালয়সমূহক আগবঢ়াই নিয়াৰ বাবে ...

July 22, 2025 1:29 PM

views 17

ব্ৰহ্মপুত্ৰত চীনে বৃহৎ বান্ধ নিৰ্মাণ কৰা বিষয়ত কেন্দ্ৰীয় চৰকাৰে দেশখনৰে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ

ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে বৃহৎ বান্ধ নিৰ্মাণ কৰা বিষয়ত কেন্দ্ৰীয় চৰকাৰে দেশখনৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। গুৱাহাটীত কালি সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে এই বান্ধক ল...

July 22, 2025 1:27 PM

views 33

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ আশুতোষ কুমাৰৰ শপতগ্ৰহণ

ন্যায়াধীশ আশুতোষ কুমাৰে কালি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ন্যায়াধীশগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। ন্যায়াধীশ আশুতোষ কুমাৰ ইয়াৰ পূৰ্...

July 22, 2025 1:25 PM

views 21

আমিনগাঁৱৰ পুৰণি ঐতিহ্যমণ্ডিত ৰে’ল ষ্টেচনটো ন-ৰূপত সজাই সংৰক্ষণৰ ব্যৱস্থা ৰে’ল বিভাগৰ

আমিনগাঁৱৰ পুৰণি ঐতিহ্যমণ্ডিত ৰে'ল ষ্টেচনটো শীঘ্ৰেই ন-ৰূপত সজাই তোলা হ’ব। ১৯০৭ চনতে নিৰ্মাণ কৰা এই ষ্টেচনটোৰ পৰা শৰাইঘাট দলং মুকলি হোৱাৰ পাছতে ১৯৬৩ চনত অন্তিমখন ৰে’লে যাত্ৰা কৰিছিল। পূৰ্বে বহিঃৰাজ্যৰ সৈতে সংযোগৰ একমাত্ৰ মাধ্যম এই ষ্টেচনটো ৰে'ল বিভাগে সংৰক্ষণ কৰাৰ বাবে ব্যৱস্থা লৈছে বুলি উত্তৰ-পূব সীম...

July 22, 2025 1:24 PM

views 14

বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ আচৰণক কঠোৰ ভাষাৰে সমালোচনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ আচৰণক কালি কঠোৰ ভাষাৰে সমালোচনা কৰে। ৰাজনৈতিক যুঁজত তদন্তকাৰী সংস্থাটোক অস্ত্ৰৰূপে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সতৰ্ক কৰি দি মুখ্য ন্যায়াধীশ বি আৰ গৱাইৰ নেতৃত্বত এখন বিচাৰপীঠে এই কথা উল্লেখ কৰে। বিচাৰপীঠখনে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ এটা ৰায়ক প্ৰত্যাহ্বান জনাই ...

July 22, 2025 1:21 PM

views 21

অসম সামগ্ৰী আৰু সেৱা কৰ আঁচনি-২০২৫ৰ অধিসূচনা জাৰি ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে অসম সামগ্ৰী আৰু সেৱা কৰ আঁচনি, ২০২৫ৰ অধিসূচনা জাৰি কৰিছে। থলুৱা কাঁহৰ সামগ্ৰী প্ৰস্তুতকাৰীসকলক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট ঘোষণাৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে বৰ্তমানৰ কৰ গাঁথনিৰ বিৰূপ প্ৰভাৱ লাঘৱ কৰাৰ বাবে এই ধন পৰিশোধ ব্য...

July 22, 2025 1:19 PM

views 5

শোণিতপুৰত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ ৭জন লোকক গ্ৰেপ্তাৰ

ৰাজ্যত কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে সংগঠিত হোৱা সাতজন লোকক কালি শোণিতপুৰ আৰক্ষীয়ে কৰায়ত্ত কৰে। আৰক্ষীয়ে লোককেইজনৰ পৰা দুটা অত্যাধুনিক পিষ্টল, দুটা মেগজিন, দুটা হস্তনির্মিত বন্দুক আৰু বুজন পৰিমাণৰ অন্য অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই প্ৰকাশ কৰা অনুসৰি আৰক্ষ...

July 22, 2025 1:09 PM

views 24

বাংলাদেশত বিমান দুর্ঘটনাত কমেও ২০গৰাকী লোকৰ মৃত্যু, ১৭১গৰাকী আহত

বাংলাদেশত কালি সংঘটিত এটা বিমান দুর্ঘটনাত চালককে ধৰি কমেও ২০ গৰাকী লোকৰ মৃত্যু আৰু ১৭১ গৰাকী আহত হয়। কালি সন্ধিয়া দেশখনৰ আন্তঃসেৱা জনসম্পৰ্কৰক্ষী বিষয়াই এই দুৰ্ঘটনাৰ কথা সদৰী কৰে। কালি দিনৰ প্ৰায় ১ বজাত বাংলাদেশ বায়ুসেনাৰ F-7 BGI প্রশিক্ষণ বিমানখনে দেশখনৰ ৰাজধানী ঢাকাৰ উত্তৰা অঞ্চলৰ মাইলষ্টন কল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।