আঞ্চলিক সংবাদ

July 23, 2025 6:38 PM

views 26

শিৱসাগৰত সমষ্টিভিত্তিত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি

শিৱসাগৰ জিলাত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সামৰণি পৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ পৌৰসভাৰ সহযোগত অনুষ্ঠিত এই কর্মশালাত যোগাসন, বাঁহী বাহন, কলা আৰু ভাস্কৰ্য বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। কর্মশালাখনত ৪৫ গৰাকীৰো অধিক ...

July 23, 2025 6:37 PM

views 34

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত কবিতা পদ্মনাভনে শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পর্যালোচনা কৰে

ৰাজ্যৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত তথা সচিব কবিতা পদ্মনাভনে আজি কাছাৰ জিলাৰ শিলচৰত উপস্থিত হৈ নগৰখনৰ আন্তঃগাঁথনি, খোৱাপানীৰ ব্যৱস্থা আৰু স্বচ্ছতা সন্দৰ্ভত পর্যালোচনা কৰে। শিলচৰ নগৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান পৰিদৰ্শন কৰাৰ পাছত সচিবগৰাকীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আ...

July 23, 2025 6:31 PM

views 34

ধেমাজি-আমগুৰি-বগীবিল পথত লেছীয়াঘাট দলঙ পৰিদৰ্শন মন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজিত গাই নদীৰ বানে যোৱা ১৯ জুলাইত খহাই নিয়া ধেমাজি-আমগুৰি-বগীবিল পথত লেছীয়াঘাট দলঙ পৰিদৰ্শন কৰে। ডাঃ পেগুৱে পৰিস্থিতিৰ বুজ লয় আৰু দলংখনেৰে যাতায়াত অব্যাহত ৰখাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ আৰু লোকনিৰ্মাণ বিভাগক নির্দেশ দিয়ে।

July 23, 2025 8:32 PM

views 37

ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি অসম আৰক্ষীৰ নতুন থানা, বেৰেক, চাইবাৰ থানা নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী নামৰ ছ'চাইটীক ১৫০ কোটি টকা দিবলৈ অ...

July 23, 2025 6:33 PM

views 17

মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ দেহাৱসান

● মণিপুৰৰ যশস্বী নাট্যকাৰ, নাট পৰিচালক, সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰতন থিয়ামৰ আজি পুৱতি নিশা ইম্ফলৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। ভাৰতীয় নাট্য সাহিত্যলৈ অনবদ্য বৰঙণি আগবঢ়োৱা নাট্যকাৰগৰাকীয়ে সমসাময়িক প্রেক্ষাপটত প্রাচীন ভাৰতীয় ঐতিহ্যক আধাৰ হিচাপে ল...

July 23, 2025 1:37 PM

views 17

ৰাজ্যত পুনৰ ১০ খন নতুন সমজিলা গঠন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

ৰাজ্যত পুনৰ ১০ খন নতুন সমজিলা গঠন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। এই জিলাকেইখন ১৫ আগষ্টৰ পৰা পূৰ্ণ পৰ্যায়ত কাৰ্যকৰী হ'ব বুলি তেওঁ প্ৰকাশ কৰিছে। নতুনকৈ গঠন হ'বলগীয়া সমজিলাকেইখনে প্রশাসনিক কাম-কাজ সহজ কৰি জনসাধাৰণৰ বাবে চৰকাৰী সেৱাসমূহ লাভ কৰাৰ প্ৰ...

July 23, 2025 1:29 PM

views 33

উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা সন্দৰ্ভত অসম আৰু নাগালেণ্ডৰ তিনিখন জিলাৰ শীৰ্ষ বিষয়াসকলৰ মাজত বৈঠক

উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱা সন্দৰ্ভত সৰুপথাৰ আৱৰ্ত ভৱনত কালি অসম আৰু নাগালেণ্ডৰ তিনিখন জিলাৰ শীৰ্ষ বিষয়াসকলৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটত চলিবলগীয়া উচ্ছেদ অভিযানত নাগালেণ্ডৰ নিউলেণ্ড আৰু উত্থা জিলা প্রশাসনে সম্পূর্ণ সহযোগিতা আগ...

July 23, 2025 1:24 PM

views 14

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত, সোণাৰি, নাওবৈচা আৰু টিংখাং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

উজনি অসম ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাৰিদিন ডিব্ৰুগড়ত কটাই জিলাখনৰ পৰা বিভিন্ন চৰকাৰী কাম-কাজ সম্পাদন কৰিব। কালি জিলাখনত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত, সোণাৰি, নাওবৈচা আৰু টিংখাং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। কাইলৈ...

July 23, 2025 1:14 PM

views 47

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ দেহাৱসান

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ আজি পুৱা তেওঁৰ নলবাৰী বাসভৱনত ৮৩ বছৰ বয়সত মৃত্যু হয়। অসম সাহিত্য সভাই সাহিত্যাচাৰ্য সন্মানেৰে সন্মানিত কৰা সাহিত্যিকগৰাকী যোৱা দুবছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ চিকিৎ‍সাধীন হৈ আছিল। নলবাৰী জিলা সাহিত্য সভাই নলবাৰী ৰত্ন সন্মান আগবঢ়োৱা ড০ ভট্টাচ...

July 23, 2025 12:30 PM

views 20

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছেঃ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া

ভাৰতৰ বহনক্ষম ফেশ্বন বিপ্লৱৰ নেতৃত্ব দিয়াৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অপৰিসীম সম্ভাৱনা আছে। উত্তৰ পূৱৰ হস্ততাঁত আৰু হস্তশিল্প খণ্ডক শক্তিশালী কৰাৰ বাবে আয়োজন কৰা উচ্চ পৰ্যায়ৰ টাস্ক ফ'ৰ্চৰ বৈঠকত ভার্চুৱেলি অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।