June 22, 2025 7:34 PM June 22, 2025 7:34 PM
10
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনৰ ১০০% ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণৰ দিশে আগবাঢ়িছে
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনৰ ১০০ শতাংশ ৰেলপথ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনাইছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য বৈদ্যুতিক অভিযন্তা সন্দীপ কুমাৰে শেহতীয়াকৈ সমগ্ৰ অঞ্চলটোত নতুনকৈ বৈদ্যুতিকীকৰণ হোৱা তিন...