আঞ্চলিক সংবাদ

July 25, 2025 8:19 PM

views 27

বিটিচিৰ বিধানসভা অধিবেশনৰ দিন আনুষ্ঠানিকভাৱে জাৰি

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্যই বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদ - বিটিচিৰ বিধানসভা অধিবেশনৰ দিন আনুষ্ঠানিকভাৱে জাৰি কৰিছে। ৰাজভৱনে জাৰি কৰা জাননী অনুসৰি অহা ৩১ জুলাইত পুৱা দহ বজাত অধিবেশন অনুষ্ঠিত হ'ব। কোকৰাঝাৰৰ বডোফা নগৰত অৱস্থিত পৰিষদৰ এছেম্বলি হাউচত এই অধিবেশন অনুষ্ঠিত হ'ব।

July 25, 2025 8:06 PM

views 26

গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন

বিশিষ্ট ভাষাবিদ টাবুৰাম টাইডৰ ৮৩ সংখ্যক জন্ম দিৱসৰ সৈতে সংগতি ৰাখি টাবুৰাম টাইড স্মৃতি ন্যাসৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অহা ১ আগষ্টত ধেমাজিৰ গোগামুখত টাবুৰাম টাইড স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। স্মৃতি ন্যাসৰ অধ্যক্ষ তথা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি এটা প্ৰে...

July 25, 2025 8:00 PM

views 15

৭খন নতুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ ৰাজভৱনত শপত গ্ৰহণ

মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা ৰ কৰে। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য লক্ষ্মণ প্রসাদ আচাৰ্যই নৱনিযুক্ত উপাচাৰ্যসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মহাদেৱ পাটগিৰীয়ে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, গণেশ চন্দ্ৰ ৱাৰিয়ে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্...

July 25, 2025 7:55 PM

views 28

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ড০ শৰ্মাই সমষ্টিটোত পদপথ উৰণ সেতুৰ প্ৰয়োজনীয়তা আৰু যোগাযোগ সম্পৰ্কীয় সমস্যা, অসম মালা আঁচনিৰ অগ্ৰগতি, আদর্শ অংগনবাড়ী কেন্দ্রসমূহত মানৱ সম্পদৰ সম্প্ৰসাৰণ, প্ৰধানমন্ত্ৰী শস্য বীমা যো...

July 25, 2025 7:49 PM

views 24

উৰিয়াম ঘাটৰ মধুপুৰ অঞ্চলত উচ্ছেদ হ’বলগীয়া ঠাইসমূহ পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উৰিয়াম ঘাটৰ মধুপুৰ অঞ্চলত উচ্ছেদ হ'বলগীয়া ঠাইসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে কেইবাশ দখলকাৰীয়ে উৰিয়ামঘাটৰ পৰা অন্য ঠাইলৈ ৰাওনা হোৱাৰ বিষয়টোত মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্রকাশ কৰে। উৰিয়ামঘাট অঞ্চলত সন্দেহযুক্ত নাগৰিকৰ এক...

July 25, 2025 1:32 PM

views 12

উত্তৰ গুৱাহাটীত গ্ৰীষ্মকালীন হস্তশিল্প আৰু পোৰামাটি শিল্পৰ কৰ্মশালা

অসম ফেকাল্টি অব ফাইন আৰ্টছ এণ্ড ক্রাফটৰ উদ্যোগত আৰু জনকল্যাণ ছ'চাইটি সংস্কৃতিক বিদ্যালয়ৰ সহযোগত উত্তৰ গুৱাহাটীত কালিৰে পৰা গ্ৰীষ্মকালীন হস্তশিল্প আৰু পোৰামাটি শিল্পৰ কৰ্মশালা অনুষ্ঠিত হৈছে। উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ চন্দ্ৰকুমাৰ বৰদলৈ জাতীয় বিদ্যালয় প্ৰাংগনত চাৰি দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালা...

July 25, 2025 1:25 PM

views 26

ৰাজ্যিক বিজেপিৰ কেইবাখনো মৰ্চাৰ নতুন সভাপতি নিযুক্তি

ৰাজ্যিক বিজেপিৰ কেইবাখনো মৰ্চাৰ নতুন সভাপতি নিযুক্তি দিয়া হৈছে। দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনা অনুসৰি নীলিমা দেৱীক মহিলা মৰ্চা, ৰাকেশ দাসক যুৱ মৰ্চা, সুভাষ দত্তক অ বি চি মৰ্চা, নৱাৰুণ মেধিক অনুসূচীত জাতি মৰ্চা, হৰেন সিং বেক অনুসূচীত জনজাতি মৰ্চা, পংকজ বৰবৰাক কিষ...

July 25, 2025 1:22 PM

views 14

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ চাৰি দিনীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনটোত আজি মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ড০ শর্মাই জিলাসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে মন্ত্ৰীবিধায়কসকলক জনসাধাৰণৰ সৈতে ...

July 25, 2025 1:05 PM

views 23

আকাশবাণী গুৱাহাটীৰ শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্রীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্রহণ ...

July 25, 2025 1:02 PM

views 18

আকাশবাণীৰ সঞ্চালকপ্ৰধান ড0 প্ৰজ্ঞা পালিৱাল গৌড়ে কাইলৈ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব

আকাশবাণীৰ সঞ্চালকপ্ৰধান ড0 প্ৰজ্ঞা পালিৱাল গৌড় আজি বিয়লি গুৱাহাটীলৈ আহিব আৰু কাইলৈ তেওঁ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰিব। সঞ্চালকপ্ৰধানগৰাকীয়ে কালি শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। আকাশবাণীৰ শ্বিলং, তুৰা, জোঁৱাই আৰু নংষ্টইন কেন্দ্ৰৰ বিষয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।