আঞ্চলিক সংবাদ

July 28, 2025 10:35 AM

views 22

আকাশবাণীৰ পাব্লিক স্পীকত হেপেটাইটিছ ৰোগৰ প্ৰতিৰোধ আৰু যতন সন্দৰ্ভত বিশেষ আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত হেপেটাইটিছ ৰোগৰ প্ৰতিৰোধ আৰু যতন সন্দৰ্ভত নতুন দিল্লীৰ আই এল বি এছ হাস্পতালৰ হেপাট’ল’জি বিভাগৰ চিকিৎসক ডাঃ বিশাল আৰোৰাৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ ...

July 28, 2025 10:08 AM

views 18

স্বাধীনতা সংগ্রামী, সুদক্ষ বক্তা, লেখক আৰু চিকাৰী, দেশভক্ত তৰুণৰাম ফুকনৰ আজি স্মৃতি দিৱস

ভাৰতৰ স্বাধীনতা আন্দোলনত সক্রিয় অংশগ্ৰহণ কৰা স্বাধীনতা সংগ্রামী, সুদক্ষ বক্তা, লেখক আৰু চিকাৰী, দেশভক্ত তৰুণৰাম ফুকনৰ আজি স্মৃতি দিৱস। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দেশভক্ত তৰুণৰাম ফুকনৰ স্মৃতিত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত কালি অনুষ্ঠিত দেশভক্তি কুইজ প্ৰতিযোগিতাত ৰাজ্যৰ...

July 27, 2025 8:45 PM

views 19

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তই সীমাৰ স্তম্ভ ভাঙি দিয়াত পৰিস্থিতি পুনৰ উত্তপ্ত

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তই যোৱা নিশা সীমাৰ স্তম্ভ ভাঙি দিয়াৰ ফলত পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰে। আমাৰ পশ্চিম কাৰ্বি আংলঙৰ সংবাদদাতাই জনোৱা মতে যোৱা দুদিন ধৰি অসমৰ সীমাৰ পথাৰত মেঘালয়ৰ দুৰ্বৃত্তই ধানখেতি উভালি তহিলং কৰে। ইয়াৰ পাছত যোৱা নিশা পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি হো...

July 27, 2025 8:41 PM

views 41

অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় সাহিত্যিক য়েছে দৰজে ঠংছিলৈ ২০২৫ বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটা

বিশিষ্ট ভাষাবিদ তথা শিক্ষাবিদ টাবুৰাম টাইডৰ স্মৃতিত ২০২৫ বৰ্ষৰ টাবুৰাম টাইড সাহিত্য বঁটা অৰুণাচল প্ৰদেশৰ জনপ্ৰিয় সাহিত্যিক য়েছে দৰজে ঠংছিলৈ আগবঢ়োৱা হৈছে। মিচিং ভাষাৰ বিশিষ্ট লেখক ডাঃ বিদ্যেশ্বৰ দললৈ টাবুৰাম টাইড মিচিং সাহিত্য বঁটা আগবঢ়োৱা হৈছে। একেদৰে জনগোষ্ঠীয় পটভূমিত ৰচনা কৰা লাঙাদেউ নামৰ গ্ৰ...

July 27, 2025 8:33 PM

views 26

কামৰূপ জিলাৰ বকো-লাংপি সংযোগী পথটো লংতুৰি পাহাৰ অঞ্চলত ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে

কামৰূপ জিলাৰ বকো-ছয়গাওঁ সমষ্টিৰ বকো-লাংপি সংযোগী পথটো লংতুৰি পাহাৰ অঞ্চলত যোৱা নিশাৰে পৰা হোৱা ভূমিস্খলনৰ ফলত বন্ধ হৈ পৰিছে। অঞ্চলটোত বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰৰ মাটি আৰু বৃহৎ আকাৰৰ শিল বাগৰি পৰাত পথটো বন্ধ হৈ পৰে। পথটো বন্ধ হোৱাৰ ফলত কাষৰীয়া জনজাতীয় অঞ্চলৰ ৰাইজ অসুবিধাৰ ...

July 27, 2025 7:36 PM

views 13

APSC অধীনৰ নিযুক্তিত অনিয়ম সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন ন্যায়িক আয়োগৰ পৰামৰ্শাৱলীৰ কাৰ্যকাৰিতা সন্দৰ্ভত চৰকাৰে ৩১ জুলাইত উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰিব

অসম লোকসেৱা আয়োগৰ অধীনৰ নিযুক্তিত অনিয়ম সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন ন্যায়িক আয়োগৰ পৰামৰ্শাৱলী চৰকাৰে কিমান দূৰ কাৰ্যকৰী কৰিছে সেই সন্দৰ্ভত অহা ৩১ জুলাইত উচ্চ ন্যায়ালয়ত তথ্য দাখিল কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰশ্ন উত্থাপন কৰাৰ লগতে তথ্য...

July 27, 2025 7:29 PM

views 17

বিশ্বনাথ জিলাত আৱণ্টন দিয়া চৰকাৰী গৃহসমূহৰ নিৰ্মাণ কাৰ্য ৩০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশ

প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ অধীনত বিশ্বনাথ জিলাত আৱণ্টন দিয়া গৃহসমূহৰ নিৰ্মাণ কাৰ্য অহা ৩০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এখন বৈঠকত নির্দেশ দিয়ে ৷ জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়াসকলৰ লগতে অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযান, পর...

July 27, 2025 8:50 PM

views 28

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দলীয় কৰ্মকৰ্তা তথা মন্ত্ৰী-বিধায়কৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ শ্ৰৱণ কাৰ্যসূচী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বিজেপিৰ বুথসমূহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান শুনাৰ ব্যৱস্থা কৰা হয়। মন্ত্ৰী তথা ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকনে ডিব্ৰুগড়ৰ ১৫৮ নম্বৰ বুথত দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মন কী বাত শ্ৰৱণ কৰে। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ধেমাজিৰ নিমাতীচুক হৰিমন্দিৰ প্ৰাংগণ...

July 27, 2025 8:55 PM

views 30

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত হ’বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগ তৎপৰ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত পৰহিলৈ পুৱাৰ পৰা হ'বলগীয়া উচ্ছেদৰ পূৰ্বে আৰক্ষী আৰু বন বিভাগ তৎপৰ হৈ পৰিছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে বন বিভাগৰ জাননী লাভ কৰাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৭০ শতাংশ লোক আঁতৰি গৈছে। অৱশ্যে একাংশ লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল...

July 27, 2025 11:57 AM

views 35

আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্ৰজ্ঞা পালিৱাল গৌড়ৰ গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা

৫ দিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা আকাশবাণীৰ সঞ্চালক প্রধান ড০ প্ৰজ্ঞা পালিৱাল গৌড় আজি নতুন দিল্লীলৈ উভতি যাব। কালি সঞ্চালক প্রধানগৰাকীয়ে গুৱাহাটীত অসমৰ আকাশবাণী কেন্দ্ৰসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰে। ড০ গৌড়ে কয়, যে অনুষ্ঠানসূচীত নতুনত্ব আনি নতুন প্রজন্মক আকৰ্ষিত কৰিব পাৰিলেহে আকাশবাণীৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।