আঞ্চলিক সংবাদ

July 25, 2025 12:58 PM

views 9

ভাৰত-ইংলেণ্ডৰ মাজত স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়ে চাহ ৰপ্তানি খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰিব : মুখ্যমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা

ভাৰত আৰু ইংলেণ্ডৰ মাজত কালি স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়ে চাহ ৰপ্তানি খণ্ডৰ আমূল পৰিৱৰ্তন সাধন কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। চুক্তিখনৰ অধীনত ভাৰতীয় চাহ ব্ৰিটেইনলৈ শুল্কবিহীনভাৱে ৰপ্তানি কৰাৰ সুবিধা লাভ কৰিব। ইয়াৰ পূৰ্বে এই সুবিধা ইনষ্টেণ্ট কফি, মচলা আৰু অন্যান্য...

July 25, 2025 12:53 PM

views 14

শক্তিশালী নীতি আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ভাৰতে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে নতুন দিশত গতি কৰিছে : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

শক্তিশালী নীতি আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ভাৰতে সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে নতুন দিশত গতি কৰিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ, পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰিছে। কালি নতুন দিল্লীত অনুষ্ঠিত সামুদ্রিক বিত্ত যোগান সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ বন্দৰসমূহৰ কাৰ্যকৰী দক...

July 25, 2025 12:31 PM

views 13

গোৱালপাৰাত উচ্ছেদ অভিযানৰ সময়ত নীতি-নির্দেশনা উলংঘাৰ অভিযোগত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয় সন্মত

গোৱালপাৰা জিলাত চলা উচ্ছেদ অভিযানৰ সময়ত নীতি-নির্দেশনা উলংঘা কৰাৰ অভিযোগত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ে সন্মত হৈছে। মুখ্য ন্যায়াধীশ বি আৰ গাৱাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ দ্বাৰা গঠিত বিচাৰপীঠে কালি অসমৰ মুখ্য সচিব আৰু অন্যান্য জড়িতসকললৈ দু...

July 25, 2025 12:23 PM

views 19

ডিব্ৰুগড়ত প্রায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত প্রায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৪৬ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচনিৰ অধীনত বিভিন্ন আন্তঃগাঁথনিমূলক কাম-কাজৰ ড° শৰ্মাই কালি আধাৰশিলা স্থাপন...

July 25, 2025 12:19 PM

views 11

নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষৎ ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ' কালি নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষৎ কৰি ৰাজ্যৰ শেহতীয়া খৰাং সদৃশ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে এই পৰিস্থিতি জোৰা মৰাৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা সাহায্য আগবঢ়াবলৈ আৰু ৰাজ্যিক দুৰ্যোগ প্রশমন পু...

July 25, 2025 12:15 PM

views 18

গোলাঘাটৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাত দিনৰ ভিতৰত গাঁও এৰিবলৈ বন বিভাগৰ জাননী

বন বিভাগে কালি গোলাঘাট জিলাৰ মেৰাপানীৰ ২ নম্বৰ নেঘেৰিবিল গাঁৱত বাস কৰা দখলকাৰীসকলক সাত দিনৰ ভিতৰত গাঁও এৰিবলৈ জাননী জাৰি কৰে। গোলাঘাট সংমণ্ডলৰ বন বিষয়াই জাৰি কৰা এই জাননীত এই লোকসকলে জামুগুৰি আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত দৈয়াং সংৰক্ষিত বনাঞ্চল এলেকাত অবৈধভাৱে প্ৰৱেশ কৰি বনাঞ্চল ধ্বংস কৰি গৃহ নিৰ...

July 24, 2025 8:24 PM

views 19

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৬ জুলাই, শনিবাৰে নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্রীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক...

July 24, 2025 8:06 PM

views 29

ইছৰ’ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে বুধবাৰে ৰাজ্যৰ ৫খন জিলাৰ ১২ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ যাত্ৰা

ৰাজ্যৰ পাঁচখন জিলা-বাক্সা, চিৰাং, কোকৰাঝাৰ, নলবাৰী আৰু ওদালগুৰিৰ ১২ গৰাকী মেধাৱী ছাত্ৰ- ছাত্ৰীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা- ইছৰ'ৰ কাৰ্যালয় পৰিদৰ্শনৰ উদ্দেশ্যে কালি যাত্ৰা কৰে। ছাত্ৰ-ছাত্ৰীৰ দলটোৱে ২৬ জুলাইলৈকে ইছৰ'ৰ কাম-কাজ প্ৰত্যক্ষ কৰিব। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নৱমৰ পৰা দ্বাদশ শ্ৰেণীত অ...

July 24, 2025 7:43 PM

views 23

আকাশবাণীৰ সঞ্চালকপ্রধান ড° প্রজ্ঞা পালিৱাল গৌড়ে শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰে

আকাশবাণীৰ সঞ্চালকপ্রধান ড° প্রজ্ঞা পালিৱাল গৌড়ে আজি শ্বিলঙত মেঘালয়ৰ আকাশবাণী কেন্দ্ৰসমূহত কাম-কাজৰ পৰ্যালোচনা কৰে। আকাশবাণীৰ শ্বিলং, তুৰা, জোঁৱাই আৰু নংষ্টইন কেন্দ্ৰৰ বিষয়াবৰ্গই অংশগ্রহণ কৰা এই পর্যালোচনা বৈঠকত ড° গৌড়ে কেন্দ্ৰসমূহৰ অনুষ্ঠানশৈলীত অভিনৱত্ব সংযোগেৰে বিজ্ঞাপন আহৰণৰ অধিক প্রয়াস চলাব...

July 24, 2025 7:32 PM

views 29

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত অহা ৩১ অক্টোবৰৰ ভিতৰত ২৮ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ’বঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

প্রধানমন্ত্রী আবাস যোজনাৰ অধীনত অহা ৩১ অক্টোবৰৰ ভিতৰত ২৮ লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হ'ব বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। শিৱসাগৰ জিলা আয়ুক্ত সভাকক্ষত আজি বিভাগীয় বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত এখন পর্যালোচনা সভাত অংশ লোৱাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।