আঞ্চলিক সংবাদ

July 29, 2025 10:55 AM

views 14

নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এড্যুকেচন এণ্ড ৰিচাৰ্চ– নাইপাৰে গুৱাহাটীত চিকিৎসা সঁজুলিৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ কৰিব

নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এড্যুকেচন এণ্ড ৰিচাৰ্চ-- নাইপাৰে গুৱাহাটীত চিকিৎসা সঁজুলিৰ এটা এবছৰীয়া স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰম আৰম্ভ কৰিব। নাইপাৰৰ অধ্যাপক সুৰক্ষিত বৰাই এখন সংবাদমেলযোগে এই বিষয়ে ঘোষণা কৰে। শৈক্ষিক প্রতিষ্ঠানখনে ভাৰত চৰকাৰৰ ৰাসায়নিক আৰু সাৰ মন্ত্ৰ্যালয়ৰ ফাৰ্মাচিউটিকেল ...

July 29, 2025 10:46 AM

views 54

অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা  বেঙুনীয়া চাউল লাৱণ্যৰ -PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে

অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা বেঙুনীয়া চাউলৰ উচ্চ উৎপাদনক্ষম এটা জাত লাৱণ্য, শেহতীয়াকৈ উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষক অধিকাৰ প্ৰাধিকৰণ-PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কয়, যে পৰম্পৰাগত ক’লা চাউলক পুষ্টিগতভাৱে অধিক চহকী কৰি দ...

July 29, 2025 10:28 AM

views 11

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সোমবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনে আর্থ-সামাজিক দিশত লাভ কৰা অগ্ৰগতিৰ বিষয়ে তেওঁক অৱগত কৰে। সাক্ষাৎকালত ড° শৰ্মাই কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ অধীনৰ আঁচনিসমূহৰ ৰূপায়ণ সন্দৰ্ভতো প্রধানমন্ত্রীক জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে গোলাঘাট...

July 29, 2025 10:18 AM

views 10

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগৰ উচ্ছেদ অভিযান আৰম্ভ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পুৱা আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। কেইবাটাও পৰ্যায়ত হ'বলগীয়া এই উচ্ছেদ অভিযানত ২,৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। প্রশাসনে অঞ্চলটোত উচ্ছেদৰ বাবে শ-শ এক্সকেভেটৰ ব্যৱহ...

July 28, 2025 9:25 PM

views 20

সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন

দেশ বুলিলে আদেশ নালাগে বুলি কোৱা, প্ৰতিটো কাম প্ৰতিটো চিন্তাৰে স্বদেশৰ শ‍ইচ সোণোৱালী ভৱিষ্যতৰ সপোন ৰচা, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য্যৰ আজি ওপজা দিন। মৃত্যুৰ মাজতো শৈল্পিক ৰূপৰ সন্ধান কৰা কবিগৰাকীৰ কবিতাত সাৱলীল ৰূপত মূৰ্ত হৈছিল শাশ্বত প্ৰেম, বিপ্লৱ, বঞ্চিতজনৰ হাহাকাৰ, আবেগ, প্ৰকৃতি আৰু জীৱনৰ...

July 28, 2025 9:23 PM

views 35

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অঞ্জনমণি কলিতা আৰু ৰাজেশ মজুমদাৰ, ন্যায়িক বিষয়া প্ৰাঞ্জল দাস আৰু সঞ্জীৱ কুমাৰ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্রকাশ ক...

July 28, 2025 9:05 PM

views 17

অপাৰেচন মহাদেৱৰ অধীনত শ্ৰীনগৰৰ হাৰৱানৰ লিডৱাছ অঞ্চলত সেনাবাহিনৰ সৈতে হোৱা সংঘৰ্ষত ৩ গৰাকী সন্ত্ৰাসবাদী নিহত

অপাৰেচন মহাদেৱৰ অধীনত শ্ৰীনগৰৰ হাৰৱানৰ লিডৱাছ অঞ্চলত আজি সেনাবাহিনৰ সৈতে হোৱা সংঘৰ্ষত তিনিগৰাকী সন্ত্ৰাসবাদী নিহত হয়। সামাজিক মাধ্যম এক্স হেণ্ডেলত সেনা বাহিনীয়ে এই কথা সদৰী কৰে। উল্লেখযোগ্য যে, যোৱা ২২ এপ্ৰিলত পেহেলগামত হোৱা আক্ৰমণৰ ঘটনাত এই তিনি গৰাকী সন্ত্রাসবাদী জড়িত আছিল। কাশ্মীৰৰ আৰক্ষী মহাপ...

July 28, 2025 6:44 PM

views 19

কাছাৰ আৰক্ষীৰ অভিযানত ২০ হাজাৰ য়াবা টেবলেট জব্দ

অসম আৰক্ষীয়ে মাদক দ্ৰৱ্য বিৰোধী অভিযানত বৃহৎ সাফল্য লাভ কৰিবলৈ সমৰ্থ হৈছে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই ২০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। এই টেবলেটখিনিৰ বজাৰমূল্য ৬ কোটি টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই সংক্ৰান্তত দুজন লোকক আটক কৰিছে।

July 28, 2025 6:41 PM

views 16

যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে খোৱাং প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ৬৫জন যক্ষ্মা ৰোগীক একোটাকৈ পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ

যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি ডিব্ৰুগড় জিলাৰ খোৱাং প্রাথমিক স্বাস্থ্য কেন্দ্ৰত ৬৫জন যক্ষ্মা ৰোগীক একোটাকৈ পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে এই খাদ্যৰ টোপোলাসমূহ বিতৰণ কৰে। অনুষ্ঠানত জিলা যক্ষ্মা বিষয়া ডাঃ ৰবি বৰুৱাই ৰোগীসকলৰ বাবে সজাগতামূল...

July 28, 2025 6:39 PM

views 22

ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন আটাছুৰ

শিৱসাগৰ জিলাৰ ৰংঘৰৰ বাকৰিত আজি সদৌ টাই আহোম ছাত্ৰ সন্থা, আটাছুৱে এখন সংবাদ মেলৰ আয়োজন কৰি জিলাখনৰ ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন কৰে। আটাছুৱে পূৰাতত্ব বিভাগ আৰু জিলা প্ৰশাসনক ইয়াৰ বাবে সাত দিনৰ সময়সীমা বান্ধি দিয়ে। সংগঠনটোৱে ৰংঘৰ, পহুগড়, ৰংগনাথ মন্দিৰ আৰু ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।