আঞ্চলিক সংবাদ

June 24, 2025 8:13 PM June 24, 2025 8:13 PM

views 12

অ’ এন জি চিক পৰিবেশ আইন ভংগ কৰাৰ বাবে কাৰণ দশোৱাৰ জাননী জাৰি

প্ৰদূষণ নিয়ন্ত্রণ বোর্ডে তেল আৰু প্ৰাকৃতিক গেছ লিমিটেড চমুকৈ অ' এন জি চিক পৰিবেশ আইন ভংগ কৰাৰ বাবে কাৰণ দশোৱাৰ জাননী জাৰি কৰিছে। অ' এন জি চিৰ খননক্ষেত্ৰত প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ খনন কাৰ্য আৰম্ভ কৰাৰ বাবে হোৱা অনিয়ন্ত্রিত গেছ নির্গমন অভিযোগত বোর্ডে এই জাননী জাৰি কৰিছে। পৰিবেশ নিয়ন্ত্রণ বোর্ডে ...

June 24, 2025 8:10 PM June 24, 2025 8:10 PM

views 3

হাফলং আৰু শিলচৰৰ মাজত যান-বাহনৰ চলাচল বন্ধ

ডিমা হাচাও জিলাৰ অন্তৰ্গত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জাগিংগা আৰু লাম্পু খণ্ডত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে হাফলং আৰু শিলচৰৰ মাজত যান-বাহনৰ চলাচল বন্ধ কৰা হৈছে। জিলা আয়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ সীমান্ত কুমাৰ দাসে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত জাৰি কৰা এটা নি...

June 24, 2025 8:08 PM June 24, 2025 8:08 PM

views 11

হাহিলা, উপদ আৰু কুমৰি বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্রহণ

ৰাজ্য চৰকাৰে গোৱালপাৰা জিলাৰ জৈৱ বৈচিত্ৰৰ ভাণ্ডাৰ হাহিলা, উপদ আৰু কুমৰি বিলক সংৰক্ষিত বনাঞ্চল হিচাপে গঢ়ি তোলাৰ উপৰি পৰ্যটন ক্ষেত্ৰ হিচাপে ৰূপায়ণৰ পৰিকল্পনা গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শেহতীয়াকৈ দখলকাৰীক উচ্ছেদ কৰা হাহিলা বিল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এইদৰে কয়। ড° শৰ্মাই...

June 24, 2025 7:08 PM June 24, 2025 7:08 PM

views 7

লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে’লসেৱা বাতিল

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰে'লপথত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে'লসেৱা যোৱানিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই জনোৱা মতে ইয়াৰ ফলত ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ আৰু ১৫৬১২ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ আৰু ...

June 24, 2025 1:05 PM June 24, 2025 1:05 PM

views 6

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম

● অৰুণাচল প্ৰদেশৰ উৎস অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নীপকোৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙানদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল'বলগীয...

June 24, 2025 1:01 PM June 24, 2025 1:01 PM

views 14

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনৰ পৰা দুজন বাংলাদেশী নাগৰিকক

● ৰে'ল আৰক্ষীয়ে নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা কালি সন্ধিয়া দুজন বাংলাদেশী নাগৰিকক আটক কৰে। ৰে’ল সুৰক্ষা বাহিনীয়ে সন্দেহজনকভাৱে ষ্টেচনত ঘূৰি ফুৰা গোলাম ৰাববানী নামৰ লোকজনক আটক কৰাৰ কিছু সময়ৰ পাছতে গোলামৰ ভাতৃ আশাৰুল ইছলামকো আটক কৰে। বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ লোক দুজনে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা...

June 24, 2025 12:58 PM June 24, 2025 12:58 PM

views 22

ভটিয়াপাৰত ১৪৭ নম্বৰ তৈলখাদৰ গেছ নিৰ্গমন আগন্তুক দুই-এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা

শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদটোৰ পৰা হোৱা গেছ নিৰ্গমন অহা দুই- এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। তিনিগৰাকী মার্কিন তৈলখাদ বিশেষজ্ঞ - কেনেট ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকড’নাল্ডৰ তত্বাৱধানত গেছ নির্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্য...

June 24, 2025 12:53 PM June 24, 2025 12:53 PM

views 10

জাতিংগা আৰু লামপুৰৰ মাজত প্ৰৱল ভূমিস্খলনৰ বাবে বহুকেইখন ৰে’লৰ যাত্ৰা বাতিল

■ উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনস্থ জাতিংগা আৰু লামপুৰৰ মাজৰ এঠাইত ৰে'লপথত হোৱা প্ৰৱল ভূমিস্খলনৰ বাবে লামডিং আৰু শিলচৰৰ মাজত সকলোধৰণৰ ৰে'লসেৱা যোৱানিশাৰে পৰা বাতিল কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই জনোৱা মতে ইয়াৰ ফলত ১৫৬১৫ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ, ১৫৬১১ আৰু ১৫৬১২ ৰঙিয়া-শিলচৰ এক্সপ্ৰেছ, ১৫৬১৭ আৰ...

June 24, 2025 12:44 PM June 24, 2025 12:44 PM

views 18

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ দেহাৱসান

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মাতৃ বীণা ভট্টাচাৰ্যৰ কালি নিশা গুৱাহাটীত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯৫ বছৰ। অসম আন্দোলনৰ নেত্ৰী বীণা ভট্টাচাৰ্যৰ শেষকৃত্য আজি নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে।

June 24, 2025 12:39 PM June 24, 2025 12:39 PM

views 16

স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা

■ ৰাজ্যৰ হাইস্কুলসমূহত স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রতিটো বিষয়ৰ পৰীক্ষাৰ কাট অফ মার্কো কালি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকল নথি পৰীক্ষণৰ বাবে সংশ্লিষ্ট মণ্ডলসমূহত উপস্থিত হ'ব লা...