আঞ্চলিক সংবাদ

July 29, 2025 10:34 PM

views 27

সংসদৰ চলিত অধিৱেশনক ভাৰতৰ বিজয় উৎসৱ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

সংসদৰ চলিত অধিৱেশনক ভাৰতৰ বিজয় উৎসৱ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত মন্তব্য কৰে। লোকসভাত আজি অপাৰেচন সিন্দূৰ সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই অধিবেশনে ভাৰতৰ বিজয়গাথাক গৌৰৱময় ৰূপত তুলি ধৰিছে। শ্রীমোদীয়ে এই বিজয় উৎসৱ সন্ত্ৰাসবাদ...

July 29, 2025 9:30 PM

views 16

নতুন দিল্লীৰ ভাৰত মণ্ডপমত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্রাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ পাঁচ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত দেশজুৰি ধৰতী আবা জনজাতীয় গাঁও উৎকর্ষ অভিযানৰ অধীনত জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্রাবাস নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। শিক্ষা মন্ত্ৰী ধর্মেন্দ্ৰ প্ৰধানে ভার্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীক নেতৃত্ব দিয়ে। এ...

July 29, 2025 9:27 PM

views 11

মানস ৰাষ্ট্ৰীয় উদ্যানত আন্তর্জাতিক বিশ্ব ব্যাঘ্ৰ দিৱস পালন

মানস ৰাষ্ট্ৰীয় উদ্যানত আজি আন্তর্জাতিক বিশ্ব ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত ঢেকিয়াপতীয়া বাঘৰ সংখ্যা বিগত বৰ্ষত ৬০ টালৈ বৃদ্ধি পাইছে বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। আজি ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচী অ...

July 29, 2025 8:13 PM

views 21

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান কাৰ্যসূচী

অসম চৰকাৰৰ বিশেষ প্ৰকল্পৰ অধীনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে আজি অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। কুৰিটা জনগোষ্ঠীৰ লোকৰ অংশগ্রহণেৰে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী অন্ত পৰাৰ পাছত আজিৰে পৰা দ্বিতীয় আৱাসিক কর্মশালা কলাক্ষে...

July 29, 2025 7:26 PM

views 22

গোলাঘাটৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান, ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য

গোলাঘাটৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পুৱা আৰক্ষী, চি আৰ পি এফ আৰু বন বিভাগে উচ্ছেদ অভিযান চলাইছে। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত দুহেজাৰ ৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰশাসনে অঞ্চলটোত উচ্ছেদৰ বাবে এশৰো অধিক এক্সকে...

July 29, 2025 7:23 PM

views 19

তামুলপুৰত শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন

বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আজি তামুলপুৰত শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভা, প্ৰাক্তন পাৰিষদ ৰবীন্দ্ৰ বালা বিশ্বাস, তামুলপুৰৰ ৰাজহ চক্ৰ বিষয়া এলিমা কান্দুলনাসহ কে...

July 29, 2025 7:16 PM

views 21

শিলচৰত বুজন পৰিমাণৰ চুৰি সামগ্রীসহ ৩৮ জন লোকক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে অভিযান চলাই শিলচৰত বুজন পৰিমাণৰ চুৰি সামগ্রীসহ ৩৮ জন চুৰি কাৰ্যৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰে। অভিযানত বুজন পৰিমাণৰ সোণৰ গহনা, ৩ খন মটৰচাইকেল, দুখন চাইকেল, এলুমিনিয়ামৰ তাঁৰ, ঘৰুৱা সামগ্ৰী, বেটাৰী, হাতঘড়ী, স্মার্টফোন আদি সামগ্ৰী উদ্ধাৰ হোৱা বুলি উল্লেখ কৰি শিলচৰ সদৰ আৰক্ষী থানাৰ জ্য...

July 29, 2025 11:22 AM

views 21

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্রশাসনৰ ২১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ

বনভূমি অধিকাৰ আইন ২০০৬ৰ অধীনত বিশ্বনাথ জিলা প্রশাসনে কালি জিলাখনৰ বনভূমিত বসবাস কৰা ২১৪৫জন লোকক ভূমিস্বত্ব প্রমাণ-পত্ৰ বিতৰণ কৰে। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজত এই উপলক্ষে অনুষ্ঠিত সভাত বিশ্বনাথৰ অভিভাৱক মন্ত্রী অশোক সিংহল, বিধায়ক প্রমোদ বৰঠাকুৰকে ধৰি আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। মন্ত্রী অ...

July 29, 2025 11:16 AM

views 27

শিৱসাগৰৰ ৰংঘৰ, যমুনা, বংগনাথ মন্দিৰ, পহুগড়ক দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ দাবী উত্থাপন

শিৱসাগৰৰ ৰংঘৰ, যমুনা, বংগনাথ মন্দিৰ আৰু এছিয়াৰ প্ৰথমখন চিৰিয়াখানাৰূপে জনজাত পহুগড়ক দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ বাবে সদৌ টাই আহোম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে। কালি ৰংঘৰৰ বাকৰিত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৱে জিলাখনৰ ঐতিহাসিক আৰু পৌৰাণিক সম্পদসমূহ দখলমুক্ত কৰি সংৰক্ষণ কৰাৰ দাবী জনায়। আটাছুৱে ই...

July 29, 2025 11:00 AM

views 17

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিচাত জিলাভিত্তিক আৰ্চাৰী প্রতিযোগিতাৰ আয়োজন

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিচাৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে জিলাভিত্তিক আৰ্চাৰী প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত আৰু উজনী অসম আৰ্চাৰী একাডেমীৰ সহযোগত আয়োজিত এই প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ প্ৰায় ২০০ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিব।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।