আঞ্চলিক সংবাদ

June 26, 2025 8:47 PM June 26, 2025 8:47 PM

views 8

ভূমিস্খলনত ক্ষতিগ্ৰস্ত জাতিংগা-লামপুৰৰ মাজৰ ৰে’লপথৰ মেৰামতিৰ বুজ লয় উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জাতিংগা আৰু লামপুৰৰ মাজৰ ভূমিস্খলন হোৱা ৰে'লপথৰ পৰা শিল-বালিৰ আৱৰ্জনা আঁতৰোৱাৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে। বর্তমান ১৫খন এছকেভেটৰ আৰু ২০০ৰো অধিক শ্ৰমিকে ৰে'লপথছোৱা ৰে'ল চলাচলৰ উপযোগী কৰি তোলাৰ বাবে দিনে-নিশাই কাম কৰি আছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কু...

June 26, 2025 8:42 PM June 26, 2025 8:42 PM

views 9

শুভাংশু শুক্লাসহ ৪গৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত

ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাসহ চাৰিগৰাকী মহাকাশচাৰীক কঢ়িয়াই নিয়া AXIOM-4 অভিযানৰ স্পেছ-এক্স ড্ৰেগন মহাকাশযানখনে আজি বিয়লি চাৰি বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত সুকলমে উপস্থিত হোৱাত ভাৰতে ইতিহাস ৰচিছে। লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুক্লাই ১৯৮৪ চনত ৰাকেশ শৰ্মাৰ পাছত মহাকাশত অৱ...

June 26, 2025 8:41 PM June 26, 2025 8:41 PM

views 6

শিৱসাগৰৰ ভটিয়াপাৰৰ তৈলখাদৰ গেছ নির্গমন ক্রমাৎ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ তৈলখাদৰ গেছ নির্গমন ক্রমাৎ হ্ৰাস পাইছে বুলি অ' এন জি চি কৰ্তৃপক্ষই প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। আন্তঃৰাষ্ট্ৰীয় কুপ নিয়ন্ত্রণ বিশেষজ্ঞৰ অধীনত অব্যাহত থকা অভিযানে গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে বুলিও প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে। দলটোৱে ষ্টে...

June 26, 2025 8:39 PM June 26, 2025 8:39 PM

views 5

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ত এইপর্যন্ত ১ লাখতকৈও অধিক আৱেদন লাভ

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এই পর্যন্ত ১ লাখতকৈও অধিক আবেদন লাভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আবেদন প্রাপ্তৰ ভিতৰত ৮১ হাজাৰৰো অধিক যুৱক-যুৱতীৰ সাক্ষাৎকাৰ সম্পূৰ্ণ হৈছে।

June 26, 2025 8:37 PM June 26, 2025 8:37 PM

views 10

গুৱাহাটী মহানগৰীৰ ডাউন টাউন উৰণ সেতু অহা ৬ জুলাইত উদ্বোধন কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা

গুৱাহাটী মহানগৰীৰ ডাউন টাউন উৰণ সেঁতু অহা ৬ জুলাইত উদ্বোধন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। নিৰ্দিষ্ট সময়ৰ পূৰ্বেই এই উৰণ সেতু নিৰ্মাণ কৰি উলিওৱাৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাই শ্রমিকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। গুৱাহাটীৰ যান-জঁটৰ সমস্যা নিৰ্মূলৰ ক্ষেত্ৰ...

June 26, 2025 8:36 PM June 26, 2025 8:36 PM

views 13

ৰাজ্যৰ ভিন্ন প্ৰান্তত আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহবিৰোধী দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তর্জাতিক মাদকদ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস উদ্যাপন কৰা হৈছে। এইবছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে– ‘সংক্ৰ...

June 26, 2025 8:33 PM June 26, 2025 8:33 PM

views 8

তেলেংগানাত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা

অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাই, বিশ্ব চেম্পিয়ন নিখাত জাৰিন আৰু প্ৰাক্তন বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োসহ দেশৰ শীৰ্ষ বক্সাৰৰ অংশগ্ৰহণেৰে কাইলৈৰ পৰা তেলেংগানাত ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্ত্বাৱধানত তথা তেলে...

June 26, 2025 11:21 AM June 26, 2025 11:21 AM

views 12

গোলাঘাটৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত দুজন যুৱকক আটক

গোলাঘাট জিলাৰ বোকাখাতৰ পাণবাৰী চি আৰ পি এফ শিবিৰত মঙলবাৰে নিশা সংঘটিত গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংক্রান্তত আৰক্ষীয়ে দুজন যুৱকক আটক কৰিছে। এই ঘটনাত ব্যৱহৃত মটৰ চাইকেলখন চিনাক্ত কৰি আৰক্ষীয়ে মটৰ চাইকেলৰ গৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। ইপিনে, গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰাৰম্ভিক তদন্তত...

June 26, 2025 11:09 AM June 26, 2025 11:09 AM

views 8

শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি পুৱা সামৰণি পৰে। পুৱা ৩ বাজি ২৭ মিনিটত অম্বুবাচীৰ নিবৃত্তিৰ পাছত দেৱীস্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰেপৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰ...

June 26, 2025 11:05 AM June 26, 2025 11:05 AM

views 6

চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত হ’ব

কেন্দ্রীয় মাধ্যমিক শিক্ষা ব'ৰ্ড অর্থাৎ চি বি এছ ইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বছৰত দুবাৰকৈ অনুষ্ঠিত হ'ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ পৰীক্ষাৰ নিয়ম অনুসৰি চি বি এছ ইয়ে এই নতুন পদ্ধতি সামৰি লৈছে। এই অনুসৰি চি বি এছ ইৰ অধীনৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অহা বৰ্ষৰ শৈক্ষিক পঞ্জীত দুবাৰকৈ চূড়ান্ত প...