আঞ্চলিক সংবাদ

July 31, 2025 1:33 PM

views 88

অহা ৬ আগষ্টত ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি নিযুত মইনাৰ দ্বিতীয় পর্যায় শুভাৰম্ভ

ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি নিযুত মইনাৰ দ্বিতীয় পর্যায় অহা ৬ আগষ্টত শুভাৰম্ভ কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি ৰূপায়ণ সন্দৰ্ভত কালি ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে এখন বৈঠকত মন্ত্ৰী-বিধায়ক, জিলা আয়ুক্ত, শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে। উচ্চতৰ...

July 31, 2025 1:25 PM

views 28

শ্বিলঙৰ মাওলিং খুং, শিলচৰৰ পঞ্চগ্রাম গ্রীনফিল্ড উচ্চ গতিসম্পন্ন প্ৰস্তাৱিত কৰিড’ৰৰ কাম ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য

কেন্দ্ৰীয় চৰকাৰে মেঘালয়ৰ শ্বিলঙৰ সমীপৰ মাওলিং খুং আৰু শিলচৰৰ সমীপৰ পঞ্চগ্রাম গ্রীনফিল্ড উচ্চ গতিসম্পন্ন প্ৰস্তাৱিত কৰিড'ৰৰ কাম ২০২৯-৩০ বিত্তীয় বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে। এই প্ৰকল্পৰ বাবে আনুমানিক ২২ হাজাৰ ৮৬৪ কোটি টকা ব্যয় কৰা হ'ব। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী...

July 31, 2025 1:19 PM

views 15

১৯৬২ চনৰ যুদ্ধৰ পাছৰে পৰা চীনে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ অথবা ভূমি দখল কৰিবলৈ সমৰ্থ হোৱা নাইঃ কিৰেণ ৰিজিজু

১৯৬২ চনৰ চীনৰ সৈতে যুদ্ধৰ পাছৰে পৰা চীনে অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিবলৈ অথবা ভূমি দখল কৰিবলৈ সমৰ্থ হোৱা নাই বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু পশ্চিম অৰুণাচল সমষ্টিৰ সাংসদ কিৰেণ ৰিজিজুৱে কালি লোকসভাত প্ৰকাশ কৰে। অপাৰেচন সিন্দূৰ সন্দৰ্ভত হোৱা আলোচনাত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে কৰা মন্তব্যৰ প...

July 31, 2025 1:17 PM

views 18

যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা

অসম চৰকাৰৰ সহযোগত যোৰহাট কৃষি বিশ্ববিদ্যালয়ে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো জিন বেংক প্ৰতিষ্ঠা কৰিছে। এই বেংকত ৭ হাজাৰ ধানৰ সঁচ সংৰক্ষণ কৰা হ'ব। বিশ্ববিদ্যালখনে যোৱা ৫ বছৰত ধান, সৰিয়হ, তিল, বেঙেনা, মাহ জাতীয় শস্য, কণী ধানকে ধৰি ২৪ বিধ শস্যৰ সঁচ উদ্ভাৱন কৰিছে। দেশৰ বিভিন্ন ৰাজ্যত উদ্ভাৱিত কেইবাবিধো শস্...

July 31, 2025 1:14 PM

views 18

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত নামভৰ্তি কৰিলে নিয়মীয়া শিক্ষাৰ্থীৰ দৰে শ্ৰেণীত উপস্থিত থাকিব লাগিব

বিদ্যালয় শিক্ষা বিভাগৰ অনুমোদন নোপোৱা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা কোনো চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীত নামভৰ্তি কৰিব বিচাৰিলে নিয়মীয়া শিক্ষাৰ্থীৰ দৰে শ্ৰেণীত উপস্থিত থাকিব লাগিব। তেনে শিক্ষার্থীয়ে তেতিয়াহে ৰাজ্যিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমত...

July 31, 2025 9:46 AM

views 18

অ’ভেলত আজি ভাৰত-ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম টেষ্ট

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত টেষ্ট শৃংখলাৰ পঞ্চম তথা অন্তিমখন টেষ্ট আজি অ’ভেলত আৰম্ভ হ’ব। অ’ল্ড ট্ৰেফ'ৰ্ডত অনুষ্ঠিত চতুৰ্থ টেষ্টৰ দ্বিতীয় ইনিংছত দৃঢ়তাপূৰ্ণ বেটিঙেৰে খেলখন ড্ৰ’ কৰিবলৈ সমৰ্থ হোৱাৰ পিছত ভাৰতৰ মনোবল উন্নত হৈ আছে। এণ্ডাৰ্ছন-টেণ্ডুলকাৰ শৃংখলাত এতিয়ালৈকে ইংলেণ্ডে ২-১ ৰ অগ্ৰগতি লাভ কৰি আছ...

July 31, 2025 9:23 AM

views 17

কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সংকল্পৰ সৈতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰাজ্যসভাত অপাৰেচন সিন্দূৰ বিতৰ্কত কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কৰা মন্তব্যৰ শলাগ লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে, যে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সংকল্পৰ সৈতে পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে। কালি দিনৰ ভাগত ৰাজ্যসভাত সিন্দূৰ অভিযান সন্দৰ্ভত হোৱা বিতৰ্কত ভাগ লৈ কেন্দ্রীয় মন্ত...

July 31, 2025 9:19 AM

views 24

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ ২০সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ’ব

প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ ২০ সংখ্যক কিস্তিৰ ধন পৰহিলৈ মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত কালি নতুন দিল্লীত এই বিষয়ক এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কিস্তিৰ ধন মোকলাই দিয়াৰ লগতে অধিক সংখ্যক কৃষকে যাতে এই আঁচনিৰ সুফ...

July 31, 2025 9:17 AM

views 18

পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম সময়সীমা ১৫ আগষ্টলৈ বৃদ্ধি

পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ অন্তিম সময়সীমা অহা ১৫ আগষ্টলৈ বৃদ্ধি কৰা হৈছে। ৰাষ্ট্ৰীয় পুৰস্কাৰ প'ৰ্টেলৰ জৰিয়তে অনলাইন ব্যৱস্থাৰেহে এই মনোনয়নসমূহ গ্ৰহণ কৰা হ'ব। অহা বছৰৰ গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি এই পদ্ম বঁটাসমূহ ঘোষণা কৰা হ'ব। পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী আদি হৈছে দেশৰ সৰ্বোচ্চ অ...

July 30, 2025 9:02 PM

views 27

মণিপুৰত ১৩ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ৰাষ্ট্ৰপতিৰ শাসন সন্দৰ্ভত লোকসভাত আলোচনা অনুষ্ঠিত

মণিপুৰত ১৩ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন পুনৰ বৃদ্ধি কৰা প্ৰস্তাৱ সন্দৰ্ভত আজি লোকসভাত আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে যোৱা ১৩ ফেব্ৰুৱাৰীত মণিপুৰত বলবৎ কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰতি সদনৰ অনুমোদন বিচাৰে আজি এই প্ৰস্তাৱ উত্থাপন কৰে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।