আঞ্চলিক সংবাদ

July 4, 2025 1:05 PM July 4, 2025 1:05 PM

views 12

অহা ছেপ্তেম্বৰত বি টি চি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন

বি টি চি পৰিষদীয় চৰকাৰৰ সাধাৰণ নিৰ্বাচন ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব আৰু বি টি চি পৰিষদীয় নির্বাচনত বিজেপিয়ে অকলে অৱতীৰ্ণ হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। ওদালগুৰিত কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। পাঁচদিনীয়া বি টি চি ভ্রমণসূচীৰ প্ৰথম...

July 4, 2025 1:12 PM July 4, 2025 1:12 PM

views 20

আজি ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি

মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি কৰিব। এই নতুন কেন্দ্ৰটো সামৰ্থ বৃদ্ধিৰ প্ৰচেষ্টাৰ বিকেন্দ্ৰীকৰণ আৰু দেশৰ পূব প্ৰান্তত সেৱা প্ৰদান ব্যৱস্থাৰ উন্নয়নৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষ...

July 3, 2025 7:57 PM July 3, 2025 7:57 PM

views 10

ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন সমীক্ষা বৈঠকত মুখ্যমন্ত্রীৰ অংশগ্রহণ

পাঁচদিনীয়া বি টি চি ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আজি ওদালগুৰিত উপস্থিত হয়। ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে বিভিন্ন কল্যাণকামী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰে। জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকাৰ উপৰি বিধান...

July 3, 2025 7:17 PM July 3, 2025 7:17 PM

views 14

লখিমপুৰ জিলাত আজি পুৱাৰেপৰা বৃহৎ উচ্ছেদ অভিযান

লখিমপুৰ জিলাত আজি পুৱাৰেপৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হৈছে। দেবেৰা দলনি, খ্ৰীষ্টান গাঁও আৰু ফুকনৰ হাট নামৰ গাঁও তিনিখনত অসম ভূমি আৰু ৰাজহ অধিনিয়ম, ১৮৮৬-ৰ পত্ৰণ বিধিৰ অধীনত উচ্ছেদ চলোৱা হৈছে। অঞ্চলকেইটাত অবৈধভাৱে বসবাস কৰা ২১৭ টা পৰিয়াললৈ প্ৰশাসনে ইতিমধ্যে জাননী জাৰি কৰিছিল যদিও দখলকাৰীসকলে প্ৰশাসনৰ...

July 3, 2025 7:54 PM July 3, 2025 7:54 PM

views 5

শিৱসাগৰত দিখৌ নৈত সন্ধানহীন হোৱা কিশোৰ দুজনৰ মৃতদেহ উদ্ধাৰ

 শিৱসাগৰ জিলাৰ চেৰেকাপাৰৰ হাতীমূৰীয়া গাঁৱৰ দিখৌ নৈত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কিশোৰ দুজনৰ এজনৰ মৃতদেহ আজি শিৱসাগৰ নগৰৰ পৰা প্ৰায় ১২ কিলোমিটাৰ নিলগত উদ্ধাৰ কৰা হয়। মঙলবাৰৰ পৰা সন্ধানহীন হৈ থকা কিশোৰ দুজনক উদ্ধাৰৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে অভিযান চল...

July 3, 2025 7:14 PM July 3, 2025 7:14 PM

views 29

যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কেতবোৰ সালসলনি ভাৰতীয় ৰে’লৱেৰ

ভাৰতীয় ৰে'লৱেৰ যাত্ৰীৰ আৰক্ষণ তালিকা প্ৰকাশৰ নিয়মৰ ক্ষেত্ৰত কালিৰেপৰা কেতবোৰ সালসলনি ঘটাইছে। সেই অনুসৰি পুৱা ৫ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত যাত্ৰা কৰিবলগীয়া ৰে'লগাড়ীৰ ক্ষেত্ৰত আৰক্ষণ তালিকা আগদিনা নিশা ৯ বজাত প্ৰকাশ কৰা হ'ব। দিনৰ ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজা পর্যন্ত যাত্ৰা কৰিবলগীয়া ৰে'লগাড়ীৰ আ...

July 3, 2025 7:11 PM July 3, 2025 7:11 PM

views 10

যাত্ৰীবাহী ৰে’লগাড়ীৰ পূৰ্বৰ অৱস্থা বাহাল কৰিবলৈ ৰে’ল ব’ৰ্ডক আহ্বান গৌৰৱ গগৈৰ

সাংসদ গৌৰৱ গগৈয়ে ক’ভিদ মহামাৰীৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে'লৱেই ষ্টপেজ প্ৰত্যাহাৰ কৰা সকলোবোৰ যাত্ৰীবাহী ৰে’লগাড়ীৰ পূৰ্বৰ অৱস্থা বাহাল কৰিবলৈ ৰে'ল ব'ৰ্ডক আহ্বান জনাইছে। ৰে’ল ব’ৰ্ডৰ অধ্যক্ষ সতীশ কুমাৰলৈ লিখা এখন পত্ৰত সাংসদগৰাকীয়ে ডিব্ৰুগড় টাউন ৰে'ল ষ্টেচনটোক অমৃত ভাৰত ৰে'ল ষ্টেচন আঁচনিৰ অন্ত...

July 3, 2025 7:09 PM July 3, 2025 7:09 PM

views 13

৫,৫৫০ টা নিয়মীয়া শিক্ষক পদৰ বাবে নথি পৰীক্ষণৰ তৃতীয়খন তালিকা আজি প্ৰকাশ

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ৫ হাজাৰ ৫৫০টা নিয়মীয়া শিক্ষক পদৰ বাবে নথি পৰীক্ষণৰ তৃতীয়খন তালিকা আজি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে জাৰি কৰা জাননী অনুসৰি তালিকাত নাম অন্তর্ভুক্ত হোৱা প্ৰাৰ্থীসকলৰ বাবে অহা ৫ ৰ পৰা ১০ জুলাইলৈ খানাপা...

July 3, 2025 7:06 PM July 3, 2025 7:06 PM

views 15

পুনৰ ভূমিস্খলনৰ ফলত বদৰপুৰ- লামডিং ৰে’লপথ বন্ধ

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ডিমা হাছাওৰ মুপা ষ্টেচনৰ সমীপত হোৱা ভূমিস্খলনৰ বাবে বদৰপুৰ- লামডিং অংশৰ ৰে'লপথছোৱা বন্ধ হৈ পৰিছে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে এই পথছোৱাত পাহাৰৰ পৰা শিল আৰু মাটি খহি পৰাত পুৱা শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লখন আৱদ্ধ হৈ পৰে। শেহতীয়াকৈ জাতিংগা-লামপুৰ অংশত ভূমি...

July 3, 2025 7:03 PM July 3, 2025 7:03 PM

views 22

বৰপেটাৰ বনগঞাগিৰি আশ্ৰমত কাইলৈৰ পৰা ৯ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন

বৰপেটাৰ বহৰি সত্ৰৰ বনগঞাগিৰি আশ্ৰমত কাইলৈৰ পৰা ৯ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। ঊষা কীৰ্তন আৰু ধৰ্মধবজা উত্তোলনেৰে আৰম্ভ হ'বলগীয়া ভাগৱত পাঠৰ কাৰ্যসূচীত বান্দালি সত্ৰৰ সত্ৰাধিকাৰ দ্বীজেন্দ্ৰ নাথ গোস্বামীয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীত ধর্মালোচনা সভাৰ লগতে ভাগৱতৰ ব্যাখ্যাৰ ব্যৱস্থাও কৰা হৈ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।