আঞ্চলিক সংবাদ

August 3, 2025 9:03 PM

views 12

মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কাছাৰবাৰীত আয়োজিত প্রধানমন্ত্রী বন ধন যোজনাৰ অন্তৰ্গত ন্যূনতম খাদ্য মূল্যৰ কাৰ্যক্ৰম পৰিদৰ্শন

শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কাছাৰবাৰীৰ বিকাশ চেণ্টাৰ গোটত আজি আয়োজিত প্রধানমন্ত্রী বন ধন যোজনাৰ অন্তৰ্গত ন্যূনতম খাদ্য মূল্যৰ কাৰ্যক্ৰম পৰিদৰ্শন কৰে। মন্ত্রী শ্রীফুকনে জনজাতি সমাজৰ আত্মনিৰ্ভৰশীলতা আৰু কৌশলভিত্তিক উদ্যোগৰ জৰিয়তে জীৱিকা সৃষ্টিৰ এনে প্ৰচেষ্টা প্ৰশংসনীয় বুলি উল্লেখ...

August 3, 2025 8:54 PM

views 34

লেখিকা অনিতা দেৱীৰ অন্য যাত্রা শীর্ষক গল্প সংকলনৰ উন্মোচন

অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত লেখিকা অনিতা দেৱীৰ অন্য যাত্রা শীর্ষক এখন গল্প সংকলন আজি উন্মোচন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উত্তৰ-পূব অধ্যয়ন বিভাগৰ মুৰববী অধ্যাপক ড০ গজেন্দ্র অধিকাৰীয়ে গল্প সংকলনখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত চন্দ্ৰ প্ৰকাশৰ স্বত্বাধিকাৰী ডা...

August 3, 2025 8:50 PM

views 22

ধুবুৰী জিলাৰ টিপকাই নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ধুবুৰী জিলাৰ বন্ধিহানা আৰক্ষী চকীৰ অন্তৰ্গত চেন্দক গাওঁৰ টিপকাই নদীত আজি এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাক লৈ অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে। অঞ্চলটোৰ ৰাইজে পানীত ওপঙি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে আৰু এই সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে।

August 3, 2025 8:46 PM

views 21

বাক্সা জিলাৰ নিমুৱাত মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত নিমুৱাত আজি মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু বিটিচিৰ কাৰ্যবাহী সদস্য গৌতম দাসে এই আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীৰ উন্নয়ন পুজিৰ ১০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া বীৰ চিলাৰায়ৰ প্ৰতি...

August 3, 2025 8:40 PM

views 22

বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত মহাপৰিদৰ্শক মহেশ কুমাৰ আগৰৱালে মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি পুনৰীক্ষণ

কলকাতাৰ বি এছ এফ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত মহাপৰিদৰ্শক মহেশ কুমাৰ আগৰৱালে মণিপুৰৰ সাম্প্ৰতিক নিৰাপত্তা পৰিস্থিতি আৰু অশান্তজৰ্জৰ অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰস্তুতি পুনৰীক্ষণ কৰাৰ অন্তত আজি কলকাতালৈ ৰাওনা হৈছে। মণিপুৰ ভ্ৰমণৰ প্ৰথম দিনা অতিৰিক্ত মহাপৰিদৰ্শকগৰাকীয়ে ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক সা...

August 3, 2025 7:21 PM

views 11

হোজাই জিলাৰ কাকি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য মেলাৰ আয়োজন

হোজাই জিলাত ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাল, লায়ন্স ক্লাৱ আৰু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সৌজন্যত আজি কাকি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য মেলাৰ আয়োজন কৰা হয়। কাকি অঞ্চলৰ লোকসকলক গুণগত চিকিৎসা সেৱা প্ৰদান, বিনামুলীয়া ৰোগ পৰীক্ষা আৰু ঔষধ বিতৰণৰ উদ্দেশ্যে চলিত বৰ্ষত তৃতীয়বাৰৰ বাবে এই স্বাস্থ্...

August 3, 2025 7:14 PM

views 14

ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষীৰ হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ

ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত সংঘটিত হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত চাৰিজন লোকক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুৰাজ নাথ আৰু খোৱাং সমজিলাৰ আৰক্ষী বিষয়াৰ তৎপৰতাত চাৰিজন অভিযুক্ত গ্ৰেপ্তাৰ কৰাৰ লগতে নগদ ধন আৰু সোণৰ অলংকাৰ উদ্ধাৰ কৰা হয় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই হত...

August 3, 2025 7:10 PM

views 13

নগাওঁ জিলাত পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজিত বাইক সমদল মুকলি কৰে বিধায়ক ৰূপক শৰ্মাই

পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি নগাওঁ জিলা আযুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা এটা বাইক সমদল উলিওৱা হয়। নৱ প্ৰজন্মৰ মাজত যান-বাহন আইন তথা পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ বাবে আয়োজিত এই বাইক সমদল মুকলি কৰি নগাওঁ-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মটৰ চাইকেল চলোৱাৰ সময়ত সকলোকে হেলমেট পৰিধান ক...

August 3, 2025 6:45 PM

views 19

সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণি

সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান আজি পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য্য যতীন গোস্বামীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত পদ্মশ্ৰী সন্মানেৰে সন্মানিত দ...

August 3, 2025 6:34 PM

views 25

শোণিতপুৰ জিলা দিৱস উপলক্ষে ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত বৰ্ণাঢ্য অনুষ্ঠান

শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি আজি ঢেকিয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানত বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰী সিংহলে শোণিতপুৰ জিলাৰ বিকাশ, সংস্কৃতি আৰু বলিষ্ঠ অৱদানৰ বিষয়ে আলোকপাত কৰে। এই অনুষ্ঠানত স...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।