July 5, 2025 8:23 PM July 5, 2025 8:23 PM
3
সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আজি ধেমাজি প্ৰেছ ক্লাৱত প্ৰতিবাদী সভা অনুষ্ঠিত
ধেমাজি জিলাৰ ডিমৌত কালি দুৰ্বৃত্তই এগৰাকী কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আজি ধেমাজী প্ৰেছ ক্লাৱত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়। জিলাখনৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু সচেতন ৰাইজে অংশগ্ৰহণ কৰা এই প্রতিবাদী সভাত মাধুৰ্য্য শইকীয়া নামৰ বৈদ্যুতিন চেনেলৰ সাংবাদিকগৰাকীক আক্ৰমনৰ ঘটনাত জড়ি...